• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাণু মণ্ডলক বিয়া কৰাই বিপদত এক যুৱক! কিয় বিপদত পৰিছে যুৱকজন?

ৰাণু মণ্ডলক বিয়া কৰাই বিপদত এক যুৱক! কিয় বিপদত পৰিছে যুৱকজন?

4 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

4 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

4 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

5 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

5 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

5 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

5 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

5 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

5 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

5 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

5 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

5 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

6 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ৰাণু মণ্ডলক বিয়া কৰাই বিপদত এক যুৱক! কিয় বিপদত পৰিছে যুৱকজন?

editor by editor
April 11, 2022
in বিবিধ, ভাৰত
0
ৰাণু মণ্ডলক বিয়া কৰাই বিপদত এক যুৱক! কিয় বিপদত পৰিছে যুৱকজন?
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাণাঘাটৰ ৰাণু মণ্ডলৰ সামাজিক মাধ্যমত চৰ্চাৰ অন্ত নাই৷ ৰাণাঘাটৰ ৰে’ল ষ্টেচনৰ পৰা গৈ বলিউদত হিমেশ ৰেশমিয়াৰ গানত কণ্ঠদান কৰি চেলেব্ৰিটি হোৱালৈকে ৰাণু মণ্ডল সামাজিক মাধ্যমৰ মধ্যমণিয়ে আছিল৷

ইমানেই নহয় ৰাণু মণ্ডলে নিজৰ সুকণ্ঠৰ বাবে দেশৰ মূলসুঁতিৰ সংবাদ মাধ্যমতো স্থান লাভ কৰিছিল৷ ৰাণাঘাটৰ ৰাণু মণ্ডলৰ বাসগৃহটো দেশৰ লাখ লাখ মানুহৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিছিল৷

ইয়াৰ পিছতে গাড্ডালিকা প্ৰৱাহত উটি ভাঁহি গৈ ৰাণু মণ্ডল সংগীত সাধনাৰ পিনে পিঠি দিবলৈ ধৰিলে৷ সামাজিক মাধ্যমত ৰাণু মণ্ডলৰ অহংকাৰী স্বভাৱো ভাইৰেল হৈ পৰিল৷ অহংকাৰে পুনৰ যেন পতন মাটিলে ৰাণু মণ্ডলৰ! ৰাণু মণ্ডলৰ কণ্ঠস্বৰৰ যাদু অচল হৈ পৰিল৷

লগতে পঢ়ক ৰ’পৱেত উঠাৰ পূৰ্বে সাৱধান! ৰ’পৱেত ভয়ংকৰ দুৰ্ঘটনা, ২ জনৰ মৃত্যু, অৰ্ধশতাধিক আৱদ্ধ

ইয়াৰ পিছতো ৰাণুৱে নিজৰ বিভিন্ন কাৰ্যকলাপৰ বাবে সামাজিক মাধ্যমত চৰ্চা লাভ কৰি থাকে৷ সংবাদ মাধ্যমৰ লোকে ৰাণুৰ পিছ এৰিলেও ভিউৱাৰ্ছৰ লালসাত য়ুটিউবাৰসকলে ৰাণুক বিচাৰি তেওঁৰ ঘৰত ভিৰ কৰি থাকে৷ এই ধাৰা এতিয়াও অব্যাহত আছে৷

ঠিক তেনে এজন য়ুটিউবাৰে এইবাৰ ৰাণু মণ্ডলৰ এটা ইণ্টাৰভিউ ল’বলৈ গৈ অথন্তৰ ঘটালে৷ যাৰফলত ৰাণুৰ লগতে য়ুটিউবাৰজনো সামাজিক মাধ্যমত ট্ৰল খাইছে৷ এই য়ুটিউবাৰজনৰ নাম হ’ল জাষ্টিন ইমৰাণ৷ তেওঁ সাক্ষাৎকাৰ লৈ থাকোতে ৰাণু মণ্ডলে যুৱকজনক ‘‘মই তোমাক ভাল পাওঁ’’ বুলি কৈ দিয়ে৷

ইমানেই নহয়, যুৱকজনে ৰাণুৰ সৈতে বিবাহপাশতো আৱদ্ধ হয়৷ ৰাণু মণ্ডলৰ শিৰত সেন্দূৰ লগাই যুৱকজনে ৰাণু মণ্ডলক নিজৰ পত্নীৰ মৰ্যাদা প্ৰদান কৰে!

লগতে পঢ়ক জেএনইউৰ হোষ্টেলত আক্ৰমণ : এবিভিপি সদস্যৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

কিন্তু ইয়াৰ পিছতে ঘটনাই নতুন মোৰ লয়৷ যুৱকজনে এই বিবাহক ‘ধেমালিৰে নিৰ্মাণ কৰা বুলি কৈ ভিডিঅ’টোক অন্য ধৰণে নল’বলৈ আহ্বান জনায়৷

এই আহ্বানৰ আচিলা লৈয়ে এতিয়া সামাজিক মাধ্যমত যুৱকজনক নেটিজেনসকলে ট্ৰল কৰিবলৈ ধৰিছে৷ নেটিজেনসকলৰ প্ৰশ্ন ৰাণু মণ্ডলক লৈ কিয় এই কৌতুক কৰিব? যুৱকজনে ৰাণু মণ্ডলক কিয় হাঁহিৰ খোৰাক ৰূপে ব্যৱহাৰ কৰিব? ৰাণু মণ্ডলক পতুলাৰ দৰে কিয় নচুৱাই থাকিব? নেটিজেনসকলে এই ধৰণৰ প্ৰশ্নৰে যুৱকজনক ট্ৰল কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamRanu Mandal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
জীৱনশৈলী

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

February 9, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

February 9, 2026
Next Post
দুবছৰৰ পিছত বহাগ বিহু : এইবাৰো হেঁপাহৰ বহাগ বিহুৰ আশাভংগ হ’ব অসমীয়াৰ!

দুবছৰৰ পিছত বহাগ বিহু : এইবাৰো হেঁপাহৰ বহাগ বিহুৰ আশাভংগ হ’ব অসমীয়াৰ!

কি জঘন্য কাণ্ড! তিনি সতীৰ্থসহ নিজ কন্যাক গণধৰ্ষণ পিতৃৰ!

কি জঘন্য কাণ্ড! তিনি সতীৰ্থসহ নিজ কন্যাক গণধৰ্ষণ পিতৃৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.