• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোভিড বিধি ভংগ! প্ৰধানমন্ত্ৰীসহ বিত্তমন্ত্ৰীক জৰিমনা আৰক্ষীৰ

কোভিড বিধি ভংগ! প্ৰধানমন্ত্ৰীসহ বিত্তমন্ত্ৰীক জৰিমনা আৰক্ষীৰ

4 years ago
ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

2 minutes ago
অভিভাৱকৰ টা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

অভিভাৱকৰ টা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

37 minutes ago
দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

1 hour ago
স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

2 hours ago
অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

3 hours ago
শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

3 hours ago
‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

4 hours ago
অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

5 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? সহজ ঘৰুৱা পদ্ধতিৰে কিদৰে পাব উপশম জানক

5 hours ago
জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

6 hours ago
Mangal Gochar 2026: কন্যা ৰাশিসহ ৬ ৰাশিৰ লোক হওক সতৰ্ক, এটা ভুলে বৃদ্ধি কৰিব উদ্বিগ্নতা!

Mangal Gochar 2026: কন্যা ৰাশিসহ ৬ ৰাশিৰ লোক হওক সতৰ্ক, এটা ভুলে বৃদ্ধি কৰিব উদ্বিগ্নতা!

6 hours ago
Wi-Fi ব্যৱহাৰ কৰে নেকি? বিপদত পৰাৰ পূৰ্বে আজিয়েই হওক সাৱধান

Wi-Fi ব্যৱহাৰ কৰে নেকি? বিপদত পৰাৰ পূৰ্বে আজিয়েই হওক সাৱধান

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

কোভিড বিধি ভংগ! প্ৰধানমন্ত্ৰীসহ বিত্তমন্ত্ৰীক জৰিমনা আৰক্ষীৰ

editor by editor
April 13, 2022
in বিশ্ব, ৰাজনীতি
0
কোভিড বিধি ভংগ! প্ৰধানমন্ত্ৰীসহ বিত্তমন্ত্ৰীক জৰিমনা আৰক্ষীৰ
0
SHARES
154
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন আৰু বিত্ত মন্ত্ৰী ঋষি চুনাকে জৰিমনাৰ সন্মুখীন হৈছে! কোভিড বিধি উলংঘন কৰাৰ অভিযোগত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ লগতে বিত্ত মন্ত্ৰী ঋষি চুনাক ব্ৰিটিছ আৰক্ষীয়ে জৰিমনা বিহিছে৷

ব্ৰিটিছ আৰক্ষীয়ে অভিযোগ কৰিছে যে লকডাউনৰ সময়ত দেশখনৰ প্ৰধানমন্ত্ৰী আৰু বিত্ত মন্ত্ৰীয়ে কোভিড বিধি তথা নিষেধাজ্ঞা উলংঘনেৰে মানুহৰ সমাৱেশ ঘটাইছিল৷

মঙলবাৰে ব্ৰিটেইনৰ চৰকাৰী বিবৃতিত কোৱা হৈছে যে লণ্ডন আৰক্ষীয়ে বৰিছৰ পত্নী কেৰী চাইমণ্ডছকো কোভিড নিয়ম ভংগ কৰাৰ অভিযোগত তদন্ত কৰি আছে।

লগতে পঢ়ক ৯০ গৰাকী স্পাইজেট পাইলটৰ বিমান উৰণত নিষেধাজ্ঞা DGCAৰ : কিন্তু কিয়?

উল্লেখ্য যে কৰোনা প্ৰতিৰোধ কৰিবলৈ সমগ্ৰ ব্ৰিটেইনত লকডাউন জাৰি কৰা হৈছিল। কিন্তু, সেই লকডাউনৰ সময়তে ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱন ১০ ডাউনিং ষ্ট্ৰীটত একাধিক দলীয় সভাৰ আয়োজন কৰা বুলি অভিযোগ কৰা হৈছে।

তদন্তৰ সময়ত, আৰক্ষীয়ে কোভিড বিধি উলংঘনা কৰি প্ৰধানমন্ত্ৰী বৰিছে অতি কমেও ১২ খনকৈ সভা আহ্বান কৰাৰ তথ্য প্ৰমাণ লাভ কৰিছে৷

ইফালে বিত্ত মন্ত্ৰী ঋষিৰ বিৰুদ্ধেও তদন্ত চলাই আৰক্ষীয়ে সভা আহ্বান কৰাৰ তথ্য প্ৰমাণ লাভ কৰিছে৷

লগতে পঢ়ক ইজনৰ পিছত সিজন কিশোৰক ধৰ্ষণ প্ৰেমিকাৰ! মডেল প্ৰেমিকাক হত্যা প্ৰেমিকৰ

অৱশ্যে, আৰক্ষীয়ে এই দাবী কৰিলেও প্ৰধানমন্ত্ৰী বৰিছে ৰাজহুৱাভাৱে সভা আয়োজন কৰাৰ কথা স্বীকাৰ কৰা নাই।

আনহাতে, ব্ৰিটিছ আৰক্ষীৰ এই পদক্ষেপ আৰু মঙলবাৰৰ চৰকাৰী বিবৃতিৰ পিছতে বিৰোধী লেবাৰ পাৰ্টিয়ে প্ৰধানমন্ত্ৰী বৰিছ জনছন আৰু বিত্ত মন্ত্ৰীৰ ঋষি চানু ৰ পদত্যাগ দাবী কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamboris johnsoncovid 19Rwishi Chanu
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?
ভাৰত

দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

July 29, 2026
হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো
বিশ্ব

হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো

July 29, 2026
কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে
বিনোদন

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

July 28, 2026
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?
জীৱনশৈলী

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

July 28, 2026
Next Post
উচ্চ শিক্ষাৰ শিক্ষাৰ্থীৰ বাবে সুখবৰ! একেলগে ল’ব পাৰিব উচ্চ শিক্ষাৰ দুটাকৈ ডিগ্ৰী

উচ্চ শিক্ষাৰ শিক্ষাৰ্থীৰ বাবে সুখবৰ! একেলগে ল’ব পাৰিব উচ্চ শিক্ষাৰ দুটাকৈ ডিগ্ৰী

‘প্ৰটেকচন লৈ ইউক্ৰেনৰ নাৰীক ধৰ্ষণ কৰা’, স্বামীক নিৰ্দেশ ৰুছ সেনাৰ পত্নীৰ

‘প্ৰটেকচন লৈ ইউক্ৰেনৰ নাৰীক ধৰ্ষণ কৰা’, স্বামীক নিৰ্দেশ ৰুছ সেনাৰ পত্নীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.