• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহ মঞ্চত কইনাক উপেক্ষা দৰাৰ! কি কাণ্ড সংঘটিত কৰিলে কইনাই?

বিবাহ মঞ্চত কইনাক উপেক্ষা দৰাৰ! কি কাণ্ড সংঘটিত কৰিলে কইনাই?

4 years ago
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

26 minutes ago
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

2 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

5 hours ago
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

5 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

বছৰত ৩টাকৈ ফ্ৰী LPG চিলিণ্ডাৰৰ লগতে দৰিদ্ৰ পৰিয়াললৈ আছে বহু আঁচনি!

6 hours ago
নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

6 hours ago
৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

6 hours ago
উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

7 hours ago
বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

8 hours ago
আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

10 hours ago
২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

10 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বিবাহ মঞ্চত কইনাক উপেক্ষা দৰাৰ! কি কাণ্ড সংঘটিত কৰিলে কইনাই?

editor by editor
April 15, 2022
in অসম, বিবিধ
0
বিবাহ মঞ্চত কইনাক উপেক্ষা দৰাৰ! কি কাণ্ড সংঘটিত কৰিলে কইনাই?
0
SHARES
283
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিকালি সামাজিক মাধ্যমত বিয়াসমূহৰ বহু ভিডিঅ’ ভাইৰেল কৰা হয়৷ তাৰে কিছুমান ভিডিঅ’ৱে বিশেষ কাৰণত সামাজিক মাধ্যমত দ্ৰুতগতিত প্ৰচাৰ লাভ কৰে৷

এইবাৰো এখন বিবাহৰ এটা বিশেষ ভিডিঅ’ৱে সামাজিক মাধ্যমত দ্ৰতভাৱে ভাইৰেল হৈছে৷ যিটো ভিডিঅ’ত পূৰ্বতে নোহোৱা এটা কাণ্ড সংঘটিত হোৱা দেখা গৈছে৷

এইবাৰ ভাইৰলে হোৱা ভিডিঅ’টোত দৰাই কইনাক উপেক্ষা কৰি অন্য এগৰাকী যুৱতীৰে কথা পতাত মছগুল হৈ থকা দেখা গৈছে৷

লগতে পঢ়ক বিজেপিৰ সহযোগী দলৰ ভগৱান ৰামক আক্ৰমণ, ‘ৰাম ভগৱান নহয়, এটা কাহিনীৰ চৰিত্ৰহে’

ভিডিঅ’টোত দৰা আৰু কইনা বিবাহৰ মঞ্চত বহি থকা দেখা গৈছে। তাৰ লগতে দৰাৰ বাওঁকাষে বহি আছে এজনী সুন্দৰী যুৱতী৷

দৰাই কইনাৰ ফালে পিঠি দি সেই সুন্দৰী যুৱতীগৰাকীৰ সৈতে কথাত মছগুল হৈ থকা দেখা গৈছে৷ দুয়োৱে কথাত ইমানেই মছগুল হৈ আছে মঞ্চত থকা কইনাক দুয়োৱে একপ্ৰকাৰে উপেক্ষাই কৰিছে৷

দৰা আৰু মঞ্ত থকা সুন্দৰী যুৱতীগৰাকীৰ নিৰন্তৰ বাৰ্তালাপত কইনা যেন বিচলিত হৈ পৰে৷ ইয়াৰ পিছতে ভিডিঅ’টো চাবলৈ আকৰ্ষণীয় হৈ পৰে৷

লগতে পঢ়ক WhatsAppত পুনৰ চাৰিটা নতুন ফিছাৰ! কি কি নতুন বৈশিষ্ট্যযুক্ত হ’ল হোৱাটছএপ?

কইনাগৰাকীয়ে দৰা আৰু যুৱতীগৰাকীৰ নিৰন্তৰ কথা-বতৰাত যথেষ্ট বিৰক্ত হৈ পৰে। তাই দৰাক পিঠিত চপৰিয়াই সঘনাই বাধা দিবলৈ চেষ্টা কৰা দেখা যায়৷ কিন্তু দৰাজনে তাইক উপেক্ষা কৰাই নহয়, তেওঁ যুৱতীগৰাকীৰে কথাত ইমানেই মছগুল হৈ থাকে যে কইনাই যে তেওঁক পিটিত চাপৰিয়াই আছে সেয়া গমকেই নাপায়৷

দৰাৰ এই সকলোবোৰ গতিবিধি বিয়ালৈ অহা অতিথিসকলেও চাই আছে। কইনাক নিৰন্তৰ উপেক্ষা কৰাৰ পাছতো যেতিয়া দৰা কইনাৰ প্ৰতি উদাসীন হৈ থকাত কইনাৰ খং উঠে৷

View this post on Instagram

A post shared by unzip world (@unzip.world)

লগতে পঢ়ক কাশ্মীৰ ফাইলছৰ পিছত এইবাৰ ‘দ্য দিল্লী ফাইলছ’, বিবেক অগ্নিহোত্ৰীৰ ঘোষণা

ইয়াৰ পিছতে কইনাই জোৰেৰে দৰাৰ মূৰৰ পিছফালে জোৰকৈ এটা চৰ মাৰি দিয়ে৷ মূৰত চৰটো মাৰাৰ পিছতে দৰাৰ সম্ভিৎ ঘূৰি আহে আৰু কইনাৰ ফালে চায়৷ কইনাৰ এই আচৰণত দৰা আৰু বান্ধৱীয়ে হাঁহিবলৈ আৰম্ভ কৰে৷ ইয়াৰ লগে লগে দৰা আৰু কইনাও হাঁহিত যোগ দিয়ে৷

ভিডিঅ’টো চাবলৈ যথেষ্ট মৰমলগা যেন লাগিছে। ভিডিঅ’টো unzip.world নামৰ এটা ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা আপলোড কৰা হৈছে। ভিডিঅ’টো এতিয়ালৈকে ১৯ নিযুত লোকে লাইক কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamwedding videowedding video viral
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’
অসম

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

August 24, 2026
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন
ভাৰত

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

August 24, 2026
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম
বাণিজ্য

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

August 24, 2026
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ
জীৱনশৈলী

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

August 24, 2026
Next Post
শিশুৰ মোবাইলাতাংক! কেনেকৈ শিশুৰ মোবাইল মেনিয়া দূৰ কৰিব?

শিশুৰ মোবাইলাতাংক! কেনেকৈ শিশুৰ মোবাইল মেনিয়া দূৰ কৰিব?

ভাট্ট পৰিয়ালৰ মহিলাই দাবী কৰিছিল ১১.৫ কোটি টকা : ৰণবীৰে দিলে কিমান?

ভাট্ট পৰিয়ালৰ মহিলাই দাবী কৰিছিল ১১.৫ কোটি টকা : ৰণবীৰে দিলে কিমান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.