• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জম্মুলৈ প্ৰধানমন্ত্ৰী। মোদীৰ সভাৰ কাষতে কোনে ঘটালে বিস্ফোৰণ?

জম্মুলৈ প্ৰধানমন্ত্ৰী। মোদীৰ সভাৰ কাষতে কোনে ঘটালে বিস্ফোৰণ?

4 years ago
চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

1 minute ago
‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

56 minutes ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

2 hours ago
১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

3 hours ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

19 hours ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

20 hours ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

20 hours ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

21 hours ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

22 hours ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

23 hours ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

23 hours ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

জম্মুলৈ প্ৰধানমন্ত্ৰী। মোদীৰ সভাৰ কাষতে কোনে ঘটালে বিস্ফোৰণ?

editor by editor
April 24, 2022
in অপৰাধ, ভাৰত, ৰাজনীতি
0
জম্মুলৈ প্ৰধানমন্ত্ৰী। মোদীৰ সভাৰ কাষতে কোনে ঘটালে বিস্ফোৰণ?
0
SHARES
172
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভাস্থলীৰ পৰা মাত্ৰ ১২ কিঃমিঃ দূৰত সংঘটিত হ’ল এক বিস্ফোৰণ। জাতীয় পঞ্চায়তৰাজ দিৱস উপলক্ষে দেওবাৰে জম্মুৰ ছাম্বা জিলাৰ পাল্লী পঞ্চায়তত এক বিশাল জনসভা সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে। কিন্তু এই স্থানৰ পৰা মাত্ৰ ১২ কিঃমিঃ দূৰত সংঘটিত হয় এক বিস্ফোৰণ।

SEE MORE: CBSEৰ পাঠ্যক্ৰমত বৃহৎ পৰিৱৰ্তন : আঁতৰিল মোগল ইতিহাসসহ কে’বটাও অধ্যায়

ঘটনা স্থলীত লগে লগে উপস্থিত হয় আৰক্ষী। প্ৰাথমিক তদন্তকাৰী বিষয়াই এই বিস্ফোৰণ উল্কাপাত নতুবা বজ্ৰপাতৰ কাৰণে হোৱা বুলি মন্তব্য কৰে। উল্লেখ্য যে শুকুৰবাৰে জম্মুত চিআইএছএফৰ ছাউনীলৈ লক্ষ্য কৰি গ্ৰেনেড আৰু গুলী চালনা কৰিছিল উগ্ৰপন্থীয়ে। সুঞ্জৱায়ৰ এই ঘটনাত চিআইএছএফৰ এজন জোৱান ছহিদ হয়।

SEE MORE: বিপথগামী হৈছে যুৱ প্ৰজন্ম : সম্পূৰ্ণ নিষিদ্ধ কৰা হ’ব PUBG আৰু TIKTOK!

ইয়াৰ বিপৰীতে চি আৰ পি এফৰ হাতত নিহত হয় দুটাকৈ উগ্ৰবাদী। জম্মু-কাশ্মীৰ আৰক্ষীৰ ডিজি দলবাগ সিঙে সদৰী কৰে যে উগ্ৰপন্থীৰ লক্ষ্য আছিল আত্মঘাতী আক্ৰমণ। কিন্তু চোৰাংচোৱা তৎপৰতাৰ বাবে এই আক্ৰমণ বিফল হয়। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে হোৱা এই ঘটনাৰ পাছতেই আৰু কোঠৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হয়। কিন্তু পানী নসৰকা নিৰাপত্তাৰ মাজতে প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ পৰা কিছু দূৰত সংঘটিত বিস্ফোৰণে নিৰাপত্তাৰ ক্ষেত্ৰতেই মেন আঁকি দিছে প্ৰশ্নবোধক চিহ্ন!

SEE MORE

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam congressassam ka newsassam ka tazza khabarassam live 24Assam-Govtaxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamJAMMU KASHMIR BOM BLASTpm narendra modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত
ভাৰত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

May 1, 2026
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা
ভাৰত

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

April 30, 2026
Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!
অসম

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

April 29, 2026
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?
অসম

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

April 29, 2026
Next Post
ক’ত পলাবি…এইবাৰ ৰক্ষা নাই ইছলামিক জেহাদীৰ!

ক'ত পলাবি...এইবাৰ ৰক্ষা নাই ইছলামিক জেহাদীৰ!

ছাত্ৰসমাজৰ প্ৰতিবাদ…প্ৰতিবাদৰ পাছতেই পদত্যাগ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ ভাৰপ্ৰাপ্ত সচিব ড৹ পাৰ্থপ্ৰতিম বৰুৱাৰ

ছাত্ৰসমাজৰ প্ৰতিবাদ...প্ৰতিবাদৰ পাছতেই পদত্যাগ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ ভাৰপ্ৰাপ্ত সচিব ড৹ পাৰ্থপ্ৰতিম বৰুৱাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.