• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লখিমপুৰত কোন এই মহিলা নাকত ধৰি চাকত ঘূৰাইছে সন্মানীয় ছাৰক

লখিমপুৰত কোন এই মহিলা নাকত ধৰি চাকত ঘূৰাইছে সন্মানীয় ছাৰক

4 years ago
প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

35 minutes ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

1 hour ago
জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

2 hours ago

ভৰিৰ অসহ্যকৰ বিষ? এয়া কেলচিয়ামৰ অভাৱ নে অন্য কিবা জানক

2 hours ago
কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

4 hours ago
কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

4 hours ago
খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

5 hours ago
বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

6 hours ago
নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম

নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম

8 hours ago
নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক

নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক

8 hours ago
শনিবাৰে ভুলতো নিকিনিব এইকেইবিধ সামগ্ৰী, হ’ব পাৰে বৃহৎ আৰ্থিক ক্ষতি

শনিবাৰে ভুলতো নিকিনিব এইকেইবিধ সামগ্ৰী, হ’ব পাৰে বৃহৎ আৰ্থিক ক্ষতি

9 hours ago
খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?

খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

লখিমপুৰত কোন এই মহিলা নাকত ধৰি চাকত ঘূৰাইছে সন্মানীয় ছাৰক

লখিমপুৰত মৌচক্ৰৰ কবলত শিক্ষক

editor by editor
April 29, 2022
in অপৰাধ
0
লখিমপুৰত কোন এই মহিলা নাকত ধৰি চাকত ঘূৰাইছে সন্মানীয় ছাৰক

মিষ্টাৰ নাই মই অকলে আছো, আহক না..

0
SHARES
343
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লখিমপুৰৰ যুৱনগৰ হাইস্কুলৰ সহ: শিক্ষক তথা লালুক কৰ্মচাৰী পৰিষদৰ সম্পাদক ইয়াছিন আলী ভূঞাৰ বিৰুদ্ধে ৰচনা কৰা হৈছে গভীৰ ষড়যন্ত্ৰ। নষ্ট চৰিত্ৰৰ এগৰাকী মহিলা আৰু অৰ্থলোভী স্বামীয়ে ব্লেকমেইলিঙৰ জাল পেলাই দাবী কৰা ধন নাপায় অৱশেষত শিক্ষক ইয়াছিন আলি ভূঞাৰ বিৰুদ্ধে আৰম্ভ কৰে নিকৃষ্ট ষড়যন্ত্ৰ।

হানিট্ৰেপিঙৰ উদ্দেশ্যৰে শিক্ষক ভূঞাৰ সৈতে এগৰাকী মহিলা আৰু স্বামীয়ে মোবাইল আৰু হোৱাটচ এপ বাৰ্তালাপ পূৰ্ব পৰিকল্পিত অনুসৰি ৰেকৰ্ডিং কৰি তাৰে কিয়দংশৰে শিক্ষকজনক প্ৰথমে ব্লেকমেইলিঙৰ চেষ্টা চলায়। দাবী কৰে মোটা অংকৰ ধন।

সমগ্ৰ লালুক আৰু ইছলামপুৰ ব্লকত বিশেষ সুনাম থকা, বিভিন্ন সামাজিক কাম-কাজত জড়িত, সুদক্ষ ৰেফাৰী ইয়াছিন আলি ভূঞাই সেই ধন আদায় দিবলৈ অপাৰগ হোৱাত মহিলা গৰাকীৰ স্বামীয়ে বিভিন্ন লোকক হতুৱাই অডিঅ’ আৰু মেছেছসমূহ ভাইৰেল কৰাৰ ভাবুকি দিয়ে।

অভিযোগ অনুয়ায়ী, কেৱল ইয়াছিন আলী ভূঞাই নহয় আন বহু যুৱকৰ সৈতে বহু অশ্লীল কথা-বতৰা পাতে এটি সন্তানৰ মাতৃগৰাকীয়ে। স্বামী-স্ত্ৰীৰ মনোবাঞ্চা পূৰ নোহোৱাত পৰৱৰ্তী সময়ত শিক্ষকজনৰ লগতে আন এজন যুৱকৰ বিৰুদ্ধে স্বামীয়ে লালুক থানাত এজাহাৰ দিয়ে।

লালুক আৰক্ষীয়ে গোচৰটো তদন্ত কৰিবলৈ গৈ কেইবাবাৰো মহিলাগৰাকীৰ সৈতে যোগাযোগ কৰে যদিও মহিলাগৰাকীয়ে আৰক্ষীৰ সৈতেও কোনো সহযোগ নকৰাৰো অভিযোগ পোৱা গৈছে।

ইফালে, মহিলাগৰাকীৰ বহু লোকৰ সৈতে অবৈধ সম্পৰ্ক আছে বুলি স্থানীয় লোকসকলে অভিযোগ কৰিছে। ইয়াৰ মাজতে শিক্ষক ইয়াছিন আলি ভূঞাৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে ওলাই আহিছে যুৱনগৰ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰী।

শিক্ষক ভূঞাক সম্পূৰ্ণ নিৰ্দোষী আখ্যা দি এই সকল ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰশ্ন হয়, কাৰ প্ৰৰোচনাত পৰি এইদৰে ব্লেকমেইলিঙৰ জাল পেলাইছে দুষ্টচক্ৰই? শিক্ষক ভূঞাৰ বিৰুদ্ধে ৰচনা কৰা গভীৰ ষড়যন্ত্ৰৰ আঁৰত আছে কোন লোক? স্থানীয় লোকসকলে আৰক্ষীৰ নিৰপেক্ষ তদন্ত বিচাৰিছে।

নাওবৈছাৰ পৰা
মাজহাৰুল খানৰ প্ৰতিবেদন

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম
ভাৰত

নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম

July 4, 2026
নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক
অপৰাধ

নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক

July 4, 2026
মহিলা সাংসদৰ ঘৰৰ পৰা জব্দ প্ৰায় ৪ কোটি টকাৰ সোণৰ অ*ন্তৰ্বাস!
বিশ্ব

মহিলা সাংসদৰ ঘৰৰ পৰা জব্দ প্ৰায় ৪ কোটি টকাৰ সোণৰ অ*ন্তৰ্বাস!

July 4, 2026
চীনা APP BAT-BMSৰ উপদ্ৰৱত ই-ৰিক্সা চালকৰ হাৰাশাস্তি ! চলন্ত অৱস্থাতে বন্ধ হৈ যায় ই-ৰিক্সা
প্ৰযুক্তি

চীনা APP BAT-BMSৰ উপদ্ৰৱত ই-ৰিক্সা চালকৰ হাৰাশাস্তি ! চলন্ত অৱস্থাতে বন্ধ হৈ যায় ই-ৰিক্সা

July 2, 2026
Next Post
মাত্ৰ ৫টা কাম কৰক আৰু ধনী হৈ যাওক

মাত্ৰ ৫টা কাম কৰক আৰু ধনী হৈ যাওক

horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.