• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

4 years ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

22 minutes ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

46 minutes ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

57 minutes ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

2 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

2 hours ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

4 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

5 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

5 hours ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

8 hours ago
মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ

মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ

8 hours ago
বিশ্বৰ আটাইতকৈ ধনী ফুটবল প্ৰশিক্ষক ৰুনীৰ সম্পত্তিৰ পৰিমান কিমান জানেনে?

বিশ্বৰ আটাইতকৈ ধনী ফুটবল প্ৰশিক্ষক ৰুনীৰ সম্পত্তিৰ পৰিমান কিমান জানেনে?

8 hours ago
কেতিয়া আহিব ‘মুন্নাভাই-৩’? আৰ্শ্বাদ ৱাৰ্ছীয়ে দিলে ইংগিত

কেতিয়া আহিব ‘মুন্নাভাই-৩’? আৰ্শ্বাদ ৱাৰ্ছীয়ে দিলে ইংগিত

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

আজি আপোনাৰ ৩০ এপ্ৰিল দিনটো...

editor by editor
April 30, 2022
in জীৱনশৈলী, বিবিধ
0
horoscope

horoscope-for-today-12-03-2022

0
SHARES
180
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেঘ- বিদ্যাত তেনে অসুবিধা নাই৷ ঘৰুৱাত শুভকর্ম সম্পাদন। শৰীৰ সম্পৰ্কে সচেতন থাকক। আর্থিকত মজলীয়া।

বৃষ- কর্মাদিত মজলীয়া কোনো দায়িত্ব পালন কৰি সুখ। বিদ্যাতো বেয়া নহ’ব। বর্তমান পৰিবেশৰ কথা ভাবি ফুৰা চকাত নিজে সতর্ক থাকক। বন্ধুৰ সংগত সুখ।

মিথুন- পঢ়া-শুনাত মন বঢ়াওক। জ্ঞাতি-কুটুম্বৰ লগত সদ্ভাৱ মজলীয়া। বন্ধু-বৰ্গৰ সংগ বা আগমন। ব্যৱসায়ত চিন্তা কম। শৰীৰ মধ্যম।

কৰ্কট- বিভিন্ন পৰিবেশৰ মাজেৰেও মনটো কোনো কাৰণে আনন্দিত হ’ব। কিবা পৰিৱৰ্তনৰ অনুভৱ হ’ব। বিদ্যাত যত্ন ৰাখক। অভাৱত চিন্তাৰে সময় নষ্ট নকৰিব। সু-সংবাদ লাভ৷

সিংহ- মনৰ অৱস্থা মধ্যম। বিদ্যাত বেয়া দেখা নাযায়। প্রেমত দুৰ্ভাৱনা থাকিব।

কন্যা- অভাৱত কাৰো প্ৰতি খং কৰি লাভ নাই বুলি পিছত বুজিব। উদ্বিগ্নতাৰে কোনো সংবাদৰ অপেক্ষা কৰিব পাৰে।

তুলা- যোগ্যজনে বিশেষ আশা কৰাটো দৰকাৰ হ’ব। কৰ্তব্যত নিজৰ দক্ষতা থাকিব। বিদ্যাত অনুকূল পৰিবেশ।

বৃশ্চিক- কোনোৱে আশাৰে কৰা অপেক্ষা কিছু সফল। বিদ্যাত সিমান বেয়া দেখা নাযায়। খাদ্যৰ প্রতি নজৰ ৰাখক। নতুন সংযোগৰ আশা। দাম্পত্যত মধ্যম।

ধনু- কর্মব্যস্ততা বাঢ়িব। শৰীৰ মধ্যম। গুৰুত্বৰ কাম আদি হাতত ল’লেও ভবা-গুনা কৰি ল’ব। নতুন উদ্যম। প্রেম-প্রীতিত মধ্যম।

মকৰ- আজি পুর্বৰ দিনটোতকৈ উন্নত হ’ব। মনত দৃঢ়তাও থাকিব। যোগাযোগৰ পৰা উপকৃত হব। উপৰুৱা ব্যৱসায়ত অনুকূলতা। বিদ্যাত যত্ন লওঁক। মাতৃৰ স্বাস্থ্যৰ লগতে পিতৃৰ বাবেও চিন্তা কৰাটো দৰকাৰ।

কুম্ভ- আৰ্থিকত হাত ধৰি চলক। বন্ধু-বান্ধৱৰ লগত সম্ভাৱ ৰাখিবলৈ সক্ষম হ’ব। আজি পূৰ্ব দিনৰ তুলনাত কিছু উন্নত। শৰীৰৰ আহুকালো কমিব। ৰাজ্যিক কথাত কিছু ব্যস্ত থাকিব।

মীন- আকস্মিক কোনো সুযোগ বা সহায়-সহযোগিতাৰ সম্ভাৱনা। মাতৃৰ শৰীৰ সম্পৰ্কে চিন্তা। বাকী পুজ্যজনৰ অৱশ্যে ভালেই দেখা যায়। নতুন যোগাযোগত অনুকূল আশা। বিদ্যাত বেয়া দেখা নাযায়।

ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171

SEE MORE

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka newsassam ka tazza khabarassam live 24astrologyastronomyaxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamDAILY ASTROLOGYDAILY ASTRONOMYdaily horoscopedaily horoscope for today in assamesehoroscopehoroscope for todayhoroscope in assameseRATNA KUBER HOROSCOPE ADVICE
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন
জীৱনশৈলী

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

September 5, 2026
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ
জীৱনশৈলী

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

September 5, 2026
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ
জীৱনশৈলী

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

September 5, 2026
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে
ভাৰত

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

September 5, 2026
Next Post
এই ৰাশিৰ ল’ৰা-ছোৱালীৰ আয়তকৈ খৰচ বেছি আপুনিও আছে নেকি ইয়াত?

এই ৰাশিৰ ল’ৰা-ছোৱালীৰ আয়তকৈ খৰচ বেছি আপুনিও আছে নেকি ইয়াত?

‘চাণক্য’ৰ স্বীকাৰোক্তি ’২৪ত মোদীক পৰাজিত কৰিব নোৱাৰে কোনো তৃতীয়/চতুৰ্থ মৰ্চাই

‘চাণক্য’ৰ স্বীকাৰোক্তি ’২৪ত মোদীক পৰাজিত কৰিব নোৱাৰে কোনো তৃতীয়/চতুৰ্থ মৰ্চাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.