মেষ: আর্থিক ক্ষেত্ৰত উন্নত পৰিবেশ। আপুনি দিনৰ ১২ বজাৰ পিছতহে যাত্রা কৰিব। যাত্ৰাৰ সময়ত হালধীয়া ৰঙৰ কাপোৰ পিন্ধিব। দাম্পত্যত শুভ। শুভ সংখ্যা ৫
বৃষ: কর্মক্ষেত্ৰত জটিলতা আছে। সন্ধিয়া তুলসীৰ তলত চাকি জ্বলালে শুভ হ’ব। নীলা ৰং আপোনাৰ বাবে শুভ। প্ৰেমত শুভ। যাত্রা নকৰাই উচিত। শুভ সংখ্যা ৫
মিথুন: আগদিনাৰ তুলনাত আজিৰ দিনটো শুভ। আজি আপুনি যাত্ৰা কৰিলে বগা বং ব্যৱহাৰ কৰিব। শুভ কাম কৰিব। বগা ৰং আপোনাৰ শুভ ৰং। শুভ সংখ্যা ৬
SEE MORE: এই ৰাশিৰ ল’ৰা-ছোৱালীৰ আয়তকৈ খৰচ বেছি আপুনিও আছে নেকি ইয়াত?
কর্কট: ব্যৱসায়ত আয়ৰ পথ মুকলি হ’ব। পুৱা যাত্রা কৰিব পাৰে। আপোনাৰ শুভ ৰং সেউজীয়া। সহযোগী বন্ধুৰ পৰা আনন্দ পাব। শুভ সংখ্যা ৬
সিংহঃ কর্মক্ষেত্ৰত সফলতাৰ বাবে যথেষ্ট চেষ্টা কৰিব লাগিব। পুৱাৰ ভাগত ৰঙা ৰঙৰ কাপোৰ পৰিধান কৰি মন্দিৰত যাব। যাত্রা সন্ধিয়া পাঁচ বজাৰ পাছত নকৰিব। শুভ সংখ্যা ৭
কন্যা: পাৰিবাৰিক জীৱনত স্বামী-স্ত্রীৰ মাজত মতানৈক্য হ’ব পাৰে। পৰাপক্ষত আজি আপুনি যাত্রা নকৰাই ভাল। কৰিলেও মন্দিৰত পূজা-পাতল কৰি ল’ব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৪
SEE MORE: ‘চাণক্য’ৰ স্বীকাৰোক্তি ’২৪ত মোদীক পৰাজিত কৰিব নোৱাৰে কোনো তৃতীয়/চতুৰ্থ মৰ্চাই
তুলা: কর্মক্ষেত্ৰত উন্নতিৰ যোগ আছে। কোনো সমস্যাৰ সমাধান হ’ল। শুভ ৰং ৰঙা। যাত্ৰা কৰিব পাৰে। শুভ সংখ্যা ২
বৃশ্চিকঃ ব্যৱসায়ত কঠিন পৰিশ্ৰমৰ অন্তত দিনটোত সফলতা। বিদ্যার্থীকলৰ শুভ। আবেলিও বজাৰ পিছত যাত্রা নকৰাই ভাল। বিশেষ প্রয়োজন থাকিলে নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰি ল’ব। শুভ সংখ্যা ৩
ধনু: কৰ্মস্থানত নিজৰ অস্তিত্ব বজাই থাকিব। পুৰণি ৰোগৰ উপশম ঘটিব। কমলা ৰঙৰ কাপোৰ ব্যৱহাৰ কৰক। পুৱা ভাগত যাত্ৰা কৰিব। শুভ সংখ্যা ২
মকৰ: আৰ্থিকত শুভ। শৰীৰ মধ্যম। উত্তৰ দিশত যাত্রা নকৰিব। মেৰুণ ৰং ব্যৱহাৰ কৰক। বিদ্যাৰ্থীসকলৰ শুভ। শুভ সংখ্যা ৯
কুম্ভ: ব্যৱসায়ত আয়ৰ পথ মুকলি হ’ব। ঘৰুৱাত শুভ। যাত্রা নকৰাই ভাল। সন্ধিয়া মন্দিৰত যাব। ক’লা ৰং আপোনাৰ বাবে শুভ। শুভ সংখ্যা ৮। কথা-বতৰাত সতর্কতাৰ প্ৰয়োজন।
মীন: আজিৰ দিনটো যাত্ৰাৰ বাবে শুভ। বেঙুণীয়া ৰং ব্যৱহাৰ কৰিব। প্রেম প্রণয়ৰ ক্ষেত্ৰত সুখী হ’ব নোৱাৰিব। শুভ সংখ্যা ৭

ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















