• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৱশেষত গাদী এৰিবলৈ বাধ্য হ’ল শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মাহিন্দা ৰাজাপক্ষই!

অৱশেষত গাদী এৰিবলৈ বাধ্য হ’ল শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মাহিন্দা ৰাজাপক্ষই!

4 years ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, সাংবাদিকক ধমক অমৃতপ্ৰভাৰ অধিবক্তাৰ

30 minutes ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

53 minutes ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

2 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

3 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

4 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

12 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

13 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

13 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

14 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

15 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

15 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

অৱশেষত গাদী এৰিবলৈ বাধ্য হ’ল শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মাহিন্দা ৰাজাপক্ষই!

editor by editor
May 9, 2022
in বিশ্ব, ৰাজনীতি
0
অৱশেষত গাদী এৰিবলৈ বাধ্য হ’ল শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মাহিন্দা ৰাজাপক্ষই!
0
SHARES
70
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৱশেষত প্ৰধানমন্ত্ৰীৰ গাদী ত্যাগ কৰিবলৈ বাধ্য হ’ল শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপক্ষে৷ সোমবাৰে প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপক্ষে প্ৰধানমন্ত্ৰীৰ গাদী ত্যাগ কৰা বুলি দেশখনৰ সংবাদ মাধ্যমে দাবী কৰিছে৷

শ্ৰীলংকা সংবাদ মাধ্যমৰ উদ্ধৃতিৰে এএনাই-এ প্ৰকাশ কৰিছে যে সোমবাৰে দুপৰীয়া মহিন্দা ৰাজাপক্ষে প্ৰধানমন্ত্ৰীত্ব ত্যাগ কৰিছে৷

উল্লেখ্য যে যোৱা এপ্ৰিলৰ পৰাই শ্ৰীলংকাত অৰ্থনৈকিক দুৰ্ভিক্ষৰ আৰম্ভ হৈছিল৷ বিভিন্ন দেশৰ পৰা ঋণ গ্ৰহণ কৰা শ্ৰীলংকা চৰকাৰে নিজকে ‘অৰ্থনৈতিকভাৱে দেউলীয়া বুলি’ ঘোষণা কৰিছিল৷

লগতে পঢ়ক সোণাক্ষী সিহনাৰ অনামিকা আঙুলিত কোনে পিন্ধালে হীৰাৰ আঙুঠি?

ইয়াৰ পিছতে দেশখনত প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপক্ষেৰ বিৰুদ্ধে তীব্ৰ গণবিক্ষোভ আৰম্ভ হয়৷ শ্ৰীলংকান জনতাই প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপক্ষৰ পদত্যাগৰ দাবীৰে দেশখনৰ ৰাজপথ উত্তাল কৰি তোলে৷

কিন্তু মহিন্দা ৰাজাপক্ষৰ চৰকাৰে প্ৰতিবাদী জনতাৰ ওপৰত নিষ্ঠুৰভাৱে জঁপিয়াই পৰে৷

ইফালে দেশখনৰ অৰ্থনৈতিক বিষেষজ্ঞসকলে প্ৰকাশ কৰিছে যে ১৯৪৮ চনত স্বাধীনতা লাভ কৰাৰ পিছত শ্ৰীলংকাত ইয়াৰ পূৰ্বে কেতিয়াও এনে অৰ্থনৈতিক সংকটে দেখা দিয়া নাছিল৷

লগতে পঢ়ক হাফ খাইয়ো নালাগিল নিচা, ৱাইনশ্বপ বিৰুদ্ধে গোচৰ এজন লোকৰ

উল্লেখ্য যে শ্ৰীলংকাই আন্তৰ্জাতিক ঋণ আৰু সূত মাৰিবলৈ বাবে চলিত বৰ্ষত কমেও ৬৯০ কোটি বিলিয়ন ডলাৰ (প্ৰায় ৫২,৪০০ কোটি টকা) ব্যয় কৰিব বুলি আশা কৰা হৈছিল।

কিন্তু দেশখনত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ পৰা ইন্ধনলৈকে, কৃষি ক্ষেত্ৰৰ সাৰৰ পৰা নিত্য ব্যৱহাৰ্য সকলো সামগ্ৰীৰে মূল্যই আকাশলংঘী হৈছে।

কেইবা মাহ ধৰি শ্ৰীলংকাৰ জনসাধাৰণে এই পৰিস্থিতিৰ বিৰুদ্ধে সমগ্ৰ দেশতে চৰকাৰ বিৰোধী আন্দোলন আৰম্ভ কৰিছিল। ট্ৰেড ইউনিয়নৰ লগতে কাৰখানাসমূহৰ লাখ লাখ শ্ৰমিক, ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ সৈতে জড়িত শ্ৰমিকসকলেও এই আন্দোলনত যোগদান কৰে। এই আন্দোলনৰ ফলতেই অৱশেষ প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপক্ষই গাদী ত্যাগ কৰা বুলি ধাৰণা কৰা হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamMahinda RajapaksaShri Lanka
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী
বিশ্ব

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

October 14, 2026
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!
ৰাজনীতি

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

October 13, 2026
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?
ৰাজনীতি

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

October 13, 2026
বিজেপি নেতাৰ গৃহত ডকাইতি
ৰাজনীতি

বিজেপি নেতাৰ গৃহত ডকাইতি

October 13, 2026
Next Post
বিৰোধীক প্ৰচণ্ড আঘাত অৰবিন্দ কেজৰিৱালৰ; ২০২৪ত মহাজোঁটত নাথাকে আপ-এ

বিৰোধীক প্ৰচণ্ড আঘাত অৰবিন্দ কেজৰিৱালৰ; ২০২৪ত মহাজোঁটত নাথাকে আপ-এ

পিঠিৰ শালমইনাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? চাওক দুটামান ঘৰুৱা উপায়…

পিঠিৰ শালমইনাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? চাওক দুটামান ঘৰুৱা উপায়...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.