• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিকিনি পিন্ধি পিতৃ-মাতৃৰে বলিউদৰ কোন তাৰকাৰ কন্যাই পালন কৰিলে জন্ম দিন?

বিকিনি পিন্ধি পিতৃ-মাতৃৰে বলিউদৰ কোন তাৰকাৰ কন্যাই পালন কৰিলে জন্ম দিন?

4 years ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

3 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

3 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

4 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

4 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

5 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

7 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

8 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

8 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

9 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

10 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

11 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বিকিনি পিন্ধি পিতৃ-মাতৃৰে বলিউদৰ কোন তাৰকাৰ কন্যাই পালন কৰিলে জন্ম দিন?

editor by editor
May 9, 2022
in চিনেমা, বিনোদন, বিবিধ
0
বিকিনি পিন্ধি পিতৃ-মাতৃৰে বলিউদৰ কোন তাৰকাৰ কন্যাই পালন কৰিলে জন্ম দিন?
0
SHARES
714
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইৰা খান৷ মিষ্টাৰ পাৰ্ফেক্টছনিষ্ট আমিৰ খানৰ প্ৰথমা পত্নী ৰীণা দত্তৰ কন্যা৷ সামাজিক মাধ্যমত অতি সক্ৰিয় আমিৰ খানৰ প্ৰথমা পত্নী ৰীণা ফালৰ কন্যা ইৰা৷

প্ৰথমা পত্নী ৰীণাৰে বহু বছৰ পূৰ্বে বিবাহ বিচ্ছেদ হ’লেও আমিৰ খানে সময় পালেই ৰীণা আৰু দুই সন্তানৰ সৈতে সময় কটাই অহা দেখা যায়৷

আমিৰ ৰীণাৰ কন্যা ইৰাই চলিত বৰ্ষতে ২৫ বছৰত স্পৰ্শ কৰিছে৷ সেই উপলক্ষ্যে আমিৰ-ৰীণাৰ কন্যাই বিশেষ ভাৱে উদযাপন কৰে৷

লগতে পঢ়ক হাফ খাইয়ো নালাগিল নিচা, ৱাইনশ্বপ বিৰুদ্ধে গোচৰ এজন লোকৰ

ইৰাৰ জন্মদিন উদযাপনৰ অনুষ্ঠানত মাতৃ ৰীণা দত্ত, পিতৃ আমিৰ খান আৰু ভাতৃ আজাদ খান(কীৰণ ৰাওৰ ফালৰ পুত্ৰ) উপস্থিত আছিল৷

ইতিমধ্যে ইৰাৰ জন্মদিন উদযাপনৰ কেক কটাৰ ফ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ ফ’টো ভাইৰেল হোৱাৰ লগে লগে আমিৰ কন্যা ইৰা তীব্ৰ ট্ৰ’লৰ সন্মুখীন হৈছে৷

ইৰাই পিতৃ-মাতৃ আৰু ভাতৃৰ উপস্থিতিত বিকিনি পৰিধান কৰি কেক কটা দেখা গৈছে৷ আমিৰ খানকো অৰ্ধ নগ্ন অৰ্থাৎ কোনো চোলা পৰিধান নকৰাকৈ থকা দেখা গৈছে৷

লগতে পঢ়ক ইনষ্টাগ্ৰামৰ ৰীল নিৰ্মাণ কৰিবলৈ গৈ উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ হ’ল চলমান খান!

ইৰা খানৰ এই পাৰিবাৰিক ফ’টোখন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে সামাজিক মাধ্যমত বিভিন্ন লোকে আমিৰ খানৰ পৰিয়ালটোক তীব্ৰ ভাষাৰে ট্ৰল কৰা দেখা গৈছে৷

‘‘এয়া জন্মদিন নে পুল পাৰ্টী!’’ বুলিও এগৰাকী ইউজাৰে লিখিছে৷ আন এজনে তাচ্ছিল্য কৰি লিখিছে, ‘‘একেবাৰে পাৰিবাৰিক পৰিৱেশ৷’’ আন এজনে আকৌ লিখিছে, ‘‘এনেকৈ কোনে জন্মদিন পালন কৰে!!’’  আৰু এগৰাকীয়ে  লিখিছে, ‘‘এয়া ফ’টোশ্বপ কৰা ফ’টো চাগে!’’

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amir khanasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamira khanreena dutta
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?
বিনোদন

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

July 21, 2026
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?
জীৱনশৈলী

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

July 21, 2026
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ
বিনোদন

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

July 21, 2026
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?
জীৱনশৈলী

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

July 21, 2026
Next Post
অৱশেষত গাদী এৰিবলৈ বাধ্য হ’ল শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মাহিন্দা ৰাজাপক্ষই!

অৱশেষত গাদী এৰিবলৈ বাধ্য হ’ল শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মাহিন্দা ৰাজাপক্ষই!

বিৰোধীক প্ৰচণ্ড আঘাত অৰবিন্দ কেজৰিৱালৰ; ২০২৪ত মহাজোঁটত নাথাকে আপ-এ

বিৰোধীক প্ৰচণ্ড আঘাত অৰবিন্দ কেজৰিৱালৰ; ২০২৪ত মহাজোঁটত নাথাকে আপ-এ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.