• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সোণাক্ষী সিহনাৰ অনামিকা আঙুলিত কোনে পিন্ধালে হীৰাৰ আঙুঠি?

সোণাক্ষী সিহনাৰ অনামিকা আঙুলিত কোনে পিন্ধালে হীৰাৰ আঙুঠি?

4 years ago
২০ লাখ টকা আৰু  অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি

২০ লাখ টকা আৰু অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি

47 minutes ago
শনিবাৰে নকৰিব এইবোৰ কাম

শনিবাৰে নকৰিব এইবোৰ কাম

1 hour ago
ৰাতিটোৰ ভিতৰতে উপাৰ্জন ৭৭ কোটি টকা

ৰাতিটোৰ ভিতৰতে উপাৰ্জন ৭৭ কোটি টকা

2 hours ago
এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

3 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

4 hours ago
কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

12 hours ago
বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

12 hours ago
কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

13 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

13 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

সাৱধান! পত্নীক সকলো কথা কোৱাটো উচিত নে অনুচিত?

13 hours ago
বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

15 hours ago
UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সোণাক্ষী সিহনাৰ অনামিকা আঙুলিত কোনে পিন্ধালে হীৰাৰ আঙুঠি?

editor by editor
May 9, 2022
in চিনেমা, বিনোদন, বিবিধ
0
সোণাক্ষী সিহনাৰ অনামিকা আঙুলিত কোনে পিন্ধালে হীৰাৰ আঙুঠি?
0
SHARES
145
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলিউদত খোজ পেলোৱাৰে পৰাই সোণাক্ষী সিনহাৰ প্ৰেমক লৈ একাধিক গুঞ্জন উঠি আহিছে৷ আনকি বলিউদৰ মোষ্ট ৱান্টেড বেচেল’ৰ খ্যাত চলমান খানৰ সৈতেও একাধিক বাৰ সোণাক্ষীৰ নাম সাঙুৰ খাই আহিছে৷

কিছুদিনৰ পূৰ্বে চলমান খানৰ সৈতে সোণাক্ষীৰ বাগদান সম্পন্ন হৈ যোৱাই নহয় বিবাহো হৈ যোৱা বুলি দাবী কৰি এখন ফ’টো ভাইৰেল কৰা হৈছিল৷ কিন্তু উক্ত সেই খবৰ পিছত অসত্য বুলি প্ৰমাণিত হয়৷

সোণাক্ষীৰ প্ৰেমৰ সম্পৰ্কে বলিউদৰ লগতে দেশত যিমানেই ৰহস্যৰ সৃষ্টি হয় সিমানেই নিশ্চূপ হৈ আহিছে সোণাক্ষী সিনহা৷ সোণাক্ষীয়ে কেতিয়াও নিজৰ প্ৰেমৰ সম্পৰ্কে মুখ খোলা নাই, যাৰফলত এই ৰহস্য অধিক গাঢ় হৈ আহিছে৷

লগতে পঢ়ক ইনষ্টাগ্ৰামৰ ৰীল নিৰ্মাণ কৰিবলৈ গৈ উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ হ’ল চলমান খান!

কিন্তু এই ৰহস্যৰ মাজতে এইবাৰ অভিনেত্ৰী সোণাক্ষী সিনহা নিজেই এক বিশেষ ইংগিত প্ৰদান কৰিছে৷ সোণাক্ষীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউন্টত এখন বিশেষ ফ’টো শ্বেয়াৰ কৰিছে৷ উক্ত ফ’টো দেখা গৈছে সোণাক্ষীৰ বাওঁহাতখন কোনোবাই এজনে সোঁহাতেৰে ধৰি আছে৷

সোণাক্ষীৰ বাওঁ হাতৰ অনামিকা আঙুলিত দেখা গৈছে এটা হীৰাৰ আঙুঠি৷ সেয়ালৈ বিশেষ ভাবিলগীয়া একো নাছিল৷

লগতে পঢ়ক শ্বেয়াৰ বজাৰত প্ৰ’ফিট বুক এপ্ৰিল মাহত খহনীয়া কিয়?

কিন্তু উক্ত ফ’টোখনত সংলগ্ন কেপচনটোৱে বিশেষভাৱে সকলোকে ভবাই তুলিছে৷ কেপচনটোত কোৱা হৈছে, ‘‘মোৰ বাবে অতি মহত্ত্বপূৰ্ণ দিন!!! মোৰ জীৰনৰ এটা ডাঙৰ সপোন পূৰ্ণ হোৱাৰ দিশে…. আৰু আপোনালোকৰ সৈতে ইয়াক মই শ্বেয়াৰ নকৰি নোৱাৰিলো৷’’

ইয়াৰপৰাই চৰ্চা চলিছে, আঙুঠিটো তেওঁৰ প্ৰেমিকে পিন্ধোৱা নাইতো!! সেইবাবেই ইয়াক সোণাক্ষীয়ে ডাঙৰ সপোন পূৰ্ণ হোৱাৰ পথত বুলি কোৱা নাইতো!!! জীৱনৰ অতি মহত্ত্বম দিন বুলি কৈ সোণাক্ষীয়ে কিহৰ ইংগিত দিলে!!!

ইয়াকে লৈ এতিয়া সমগ্ৰ দেশৰ লগতে বি টাউনতো চৰ্চা চলি আছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assambollywood actressSonaskhi Sinha
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিবাৰে নকৰিব এইবোৰ কাম
জীৱনশৈলী

শনিবাৰে নকৰিব এইবোৰ কাম

July 18, 2026
ৰাতিটোৰ ভিতৰতে উপাৰ্জন ৭৭ কোটি টকা
প্ৰযুক্তি

ৰাতিটোৰ ভিতৰতে উপাৰ্জন ৭৭ কোটি টকা

July 18, 2026
এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!
বিনোদন

এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

July 18, 2026
কেনে যাব আজি আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো?

July 18, 2026
Next Post
বিকিনি পিন্ধি পিতৃ-মাতৃৰে বলিউদৰ কোন তাৰকাৰ কন্যাই পালন কৰিলে জন্ম দিন?

বিকিনি পিন্ধি পিতৃ-মাতৃৰে বলিউদৰ কোন তাৰকাৰ কন্যাই পালন কৰিলে জন্ম দিন?

অৱশেষত গাদী এৰিবলৈ বাধ্য হ’ল শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মাহিন্দা ৰাজাপক্ষই!

অৱশেষত গাদী এৰিবলৈ বাধ্য হ’ল শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মাহিন্দা ৰাজাপক্ষই!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.