• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাত্ৰ এই নিয়ম মানি চলক, এতিয়াৰ পৰা গাড়ীত উঠিলেও বমি নহয় আৰু আপোনাৰ

মাত্ৰ এই নিয়ম মানি চলক, এতিয়াৰ পৰা গাড়ীত উঠিলেও বমি নহয় আৰু আপোনাৰ

4 years ago
বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী

বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী

33 minutes ago
সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

2 hours ago
Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

2 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আগষ্ট মাহতে ঘূৰিব ৫ ৰাশিৰ ভাগ্যৰ চকা, শত্ৰুৰ থাকিব দৃষ্টি!

3 hours ago
ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

4 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

4 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

আজি ৫ ৰাশিৰ হ’ব ভাগ্য উদয়, কোনে থাকিব সাৱধান?

5 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

কাইলৈ আপোনাৰ দিনটো কেনে যাব?

14 hours ago
বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

14 hours ago
ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

15 hours ago
সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

16 hours ago
‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

মাত্ৰ এই নিয়ম মানি চলক, এতিয়াৰ পৰা গাড়ীত উঠিলেও বমি নহয় আৰু আপোনাৰ

editor by editor
May 16, 2022
in জীৱনশৈলী, বিবিধ, স্বাস্থ্য
0
মাত্ৰ এই নিয়ম মানি চলক, এতিয়াৰ পৰা গাড়ীত উঠিলেও বমি নহয় আৰু আপোনাৰ
0
SHARES
455
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বহু লোকৰ গাডী়ত ভ্ৰমণ কৰাৰ কথা ক’লেই ভয় শংকাত সংকোচিত হৈ পৰে৷ কাৰণ তেওঁলোকে গাড়ীত যাত্ৰা কৰিলেই বমি কৰে৷

কিছুমানে মানুহে নাতি দীৰ্ঘ দূৰত্ব গাড়ীৰে যাত্ৰা কৰিলেও বমি কৰাৰ পৰিৱৰ্তে আন একাংশই দীৰ্ঘ দূৰত্ব যাত্ৰা কৰিলে এই সমস্যাত ভোগে৷

গাড়ীৰে ভ্ৰমণ কৰাৰ সময়ত বমি হোৱা বা বমি বমি লগা ৰোগক Motion Sickness Symptoms বুলিও কোৱা হয়।বিশেষজ্ঞৰ প্ৰকাশ কৰা অনুসৰি সাধাৰণে শংকা বা ভয়ে ভয়ে ভ্ৰমণ কৰিলেও এনে ধৰণৰ সমস্যাই দেখা দিয়ে।

লগতে পঢ়ক উলংগ হৈ শুৱাৰ উপকাৰিতা: ৰাতি উলংগ হৈ শুলে স্বাস্থ্যৰ কি কি উপকাৰ হয়?

বহুতে এনে সমস্যাৰ পৰা ৰেহাই পাবলৈ টেবলেটো গ্ৰহণ কৰা দেখা যায়৷ এনে সমস্যাৰ মুক্তি পাবলৈ কিছুমান ঘৰুৱা নিয়ম মানি চলিলেও সুফল পোৱা যায়৷

১. নেমুৱে এনে সমস্যাৰ আপোনাক ৰেহাই দিব পাৰে৷ বমি বমি ভাব আহিলে নেমু খাই দিব পাৰে৷ নেমু পাত শুঙি দিলেও এই সমস্যাৰ পৰা হেৰাই পোৱা যায়৷ সেয়ে তেনে সমস্যাত ভুগি থকা মানুহে যাত্ৰাৰ সময়ত কটা টেঙা নেমু আৰু পাতো লৈ থাকিব পাৰে৷ আনহাতে কটা নেমুত জালুক দি অলপ ক’লা নিমখ লগাই খালে বমি ভাব নাইকিয়া হয়।

২. আৰু এটা ঘৰুৱা উপায়ো আছে৷ সেই উপায়েও আপোনাক ইয়াৰ পৰা সকাহ দিব পাৰে৷ সেয়া হৈছে আদা। অৰ্থাৎ বমি বমি ভাব অহাৰ সময়ত আদা খাই দিলেও আপুনি এই সমস্যাৰ সকাহ পাব পাৰে৷

লগতেপঢ়ক অৰুণাচলৰ পৰা পলুৱাই আনিলে কিশোৰীক, বাল্য বিবাহকলৈ উত্তপ্ত অসমৰ এখন গাঁও

৩. লং গুটি চুবাই থাকিলেও এনে সমস্যাৰ হাত থাকিব পাৰিব৷ সেয়ে যাত্ৰাৰ সময়ত লং গুটি লৈ থাকিব পাৰে৷ আৰু বমি ভাব আহিলেই লং গুটি এটা চুবাই দি ইয়াৰ পৰা মুক্ত হৈ থাকিব পাৰে৷

৪. তুলসী পাত খালেও এই সমস্যাৰ পৰা হাত হাৰিব পাৰি৷ অৰ্থাৎ বমি বমি ভাৱ আহিলে তুলসী পাত চুবাই থাকিলেই এনে সমস্যাই দেখা নিদিব৷

৫. নেমু আৰু পদিনাৰ ৰস ক’লা নিমখ সৈতে খালেও আপুনি তেনে সমস্যাৰ মুক্ত হৈ থাকিব পাৰিব৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assa ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamvomiting tendency
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী
বিনোদন

বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী

August 5, 2026
সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক
জীৱনশৈলী

সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

August 5, 2026
Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?
প্ৰযুক্তি

Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

August 5, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

আগষ্ট মাহতে ঘূৰিব ৫ ৰাশিৰ ভাগ্যৰ চকা, শত্ৰুৰ থাকিব দৃষ্টি!

August 5, 2026
Next Post
যৌন সম্পৰ্কৰ সন্তুষ্টি বয়সৰ ওপৰত নিৰ্ভৰ কৰে নেকি? গৱেষণাই কি কয়?

যৌন সম্পৰ্কৰ সন্তুষ্টি বয়সৰ ওপৰত নিৰ্ভৰ কৰে নেকি? গৱেষণাই কি কয়?

বৈবাহিক ধৰ্ষণ : দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল

বৈবাহিক ধৰ্ষণ : দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.