• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাশ্মীৰৰ লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী বিজেপিৰ আইটি চেলৰ মুৰব্বী! কোন সঁচা কোন মিছা?

কাশ্মীৰৰ লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী বিজেপিৰ আইটি চেলৰ মুৰব্বী! কোন সঁচা কোন মিছা?

4 years ago
বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ ‘মণি বৌ’ খ্যাত পাপৰি বৰাৰ ক্ষোভ, কোনে লগালে জগৰ?

বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ ‘মণি বৌ’ খ্যাত পাপৰি বৰাৰ ক্ষোভ, কোনে লগালে জগৰ?

25 minutes ago
দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!

দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!

1 hour ago
পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!

পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!

2 hours ago
ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, ঠেং দাঙি আপুনিও নকৰিব কামটো!

ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, ঠেং দাঙি আপুনিও নকৰিব কামটো!

2 hours ago
মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

5 hours ago
গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

6 hours ago
বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?

বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?

7 hours ago
সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

8 hours ago
সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা

সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা

8 hours ago
শৰীৰত শক্তি বঢ়োৱাৰ পৰা কিডনি ষ্ট’নৰ সমস্যা দূৰ কৰালৈকে! প্ৰতিদিনে এগিলাচকৈ খাওক এই জুছ, দূৰ হ’ব শৰীৰৰ ৫ সমস্যা

শৰীৰত শক্তি বঢ়োৱাৰ পৰা কিডনি ষ্ট’নৰ সমস্যা দূৰ কৰালৈকে! প্ৰতিদিনে এগিলাচকৈ খাওক এই জুছ, দূৰ হ’ব শৰীৰৰ ৫ সমস্যা

8 hours ago
শৰীৰত এই ৬ সমস্যা আছে নেকি? দৈনিক কণী খালেই সমাধান হ’ব এইকেইটা সমস্যা

শৰীৰত এই ৬ সমস্যা আছে নেকি? দৈনিক কণী খালেই সমাধান হ’ব এইকেইটা সমস্যা

9 hours ago
শুক্ৰই মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব, ১০ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

শুক্ৰই মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব, ১০ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

কাশ্মীৰৰ লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী বিজেপিৰ আইটি চেলৰ মুৰব্বী! কোন সঁচা কোন মিছা?

editor by editor
July 4, 2022
in ভাৰত, ৰাজনীতি
0
কাশ্মীৰৰ লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী বিজেপিৰ আইটি চেলৰ মুৰব্বী! কোন সঁচা কোন মিছা?
0
SHARES
513
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাশ্মীৰৰ লস্কৰ-ই-তৈবাৰ এজন সন্ত্ৰাসবাদী শাসকীয় ভাৰতীয় জনতা পাৰ্টি আইটিচেলৰ মূল দায়িত্বত আছিল৷ এই দাবী কৰাৰ পিছতে খবৰটোৱে সমগ্ৰ দেশৰ ৰাজনীতিত তুমুল চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে দেশৰ সংবাদ আৰু সামাজিক মাধ্যমকো বিষয়টোৱে উত্তপ্ত কৰি ৰাখিছে৷ ইয়াৰ মাজতে শাসকীয় দল বিজেপিয়ে সংবাদ মাধ্যমৰ এই দাবী সত্য নহয় বুলি দাবী কৰিছে৷

উল্লেখ্য যে যোৱা দেওবাৰে লস্কৰ-ই-তৈবাৰ এক সন্ত্ৰাসবাদী তালিব হুছেইনক এজন সহযোগীৰ সৈতে কৰায়ত্ত কৰা হৈছিল৷ ইয়াৰ পিছতে বিজেপি নেতাৰ সৈতে ধৃত সন্ত্ৰাসবাদী তালিব হুছেইনৰ ফ’টো সংবাদ মাধ্যমত প্ৰকাশ কৰি তালিব বিজেপি আইটি চেলৰ মুৰব্বী আছিল বুলি দাবী কৰা হৈছে৷

কিন্তু বিজেপিয়ে সেই দাবীৰ সত্যতা নস্যাৎ কৰি কয় যে যোৱা দেওবাৰে কাশ্মীৰৰ গাঁওবাসীয়ে তেওঁৰ সহযোগীৰ সৈতে তালিব হুছেইনক অৱস্থিতি ধৰা পেলায়। বিজেপিৰ জম্মু-কাশ্মীৰ ইউনিটে জনোৱা মতে, তালিব হুছেইন শ্বাহৰ লগতে তেওঁৰ সহায়ক ফৈছাল আহমেদ দাৰক স্থানীয় ৰাইজেহে ধৰিছে। একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ দৰে তেওঁ বিজেপিৰ আইটি চেলৰ দায়িত্বত নাছিল।

লগতে পঢ়ক পদত্যাগৰ পাছত উদ্ধৱ থাকৰেৰ সংবাদমেল। মহাৰাষ্ট্ৰৰ ৰাজনীতিত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ

বিজেপিয়ে স্পষ্ট কৰি দিছে যে যোৱা তিনি বছৰে এই পদত অধিষ্ঠিত হৈ আছে ঈশান্ত গুপ্তা। বিজেপিয়ে টুইট কৰি কয় যে, ‘‘এই খবৰটো ভুৱা। তেওঁ বিজেপিৰ আই টি চেলৰ দায়িত্বত নাছিল। ইশান্ত গুপ্তা বিগত ৩ বছৰ ধৰি বিজেপিৰ আইটি চেলৰ দায়িত্বত আছে আৰু তাৰ আগতে জয়দেৱ ৰাজোৱাল বিজেপিৰ আইটি চেলৰ দায়িত্বত আছিল।’’

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ধৃত সন্ত্ৰাসবাদীজনক শেহতীয়াকৈ জম্মু প্ৰদেশৰ দলটোৰ সংখ্যালঘু মৰ্চাৰ আইটি আৰু ছ’চিয়েল মিডিয়া চেলৰ দায়িত্বত নিৰ্বাচিত হোৱা বিজেপিৰ এজন সক্ৰিয় সদস্য হিচাপে অভিহিত কৰা হৈছে। বিজেপিৰ জম্মু-কাশ্মীৰ ইউনিটৰ মুৰব্বী ৰবিন্দৰ ৰাইনাৰ সৈতে আৰু দলীয় অনুষ্ঠানত অংশগ্ৰহণ কৰা শ্বাহে লোৱা ফ’টো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে।

ইয়াৰে এখন ফ’টোত ৰাইনাই তেওঁক ফুলৰ থোপা দি থকা দেখা গৈছে, আন এখন ফ’টোত দলীয় নেতা শ্বেখ বছিৰে তেওঁক সংখ্যালঘু মৰ্চা (জম্মু প্ৰদেশ)ৰ নতুন আইটি আৰু ছ’চিয়েল মিডিয়া ইনচাৰ্জৰ দায়িত্ব দিয়া হৈছে বুলি কোৱা হৈছে।

লগতে পঢ়ক হায়দৰাবাদৰ বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা

ইফালে বিজেপি নেতা ৰাইনাই কয় যে, ‘‘সন্ত্ৰাসবাদী তালিবে নিজকে এজন সাংবাদিক হিচাপে নিজকে চিনাকি দি আমাৰ কাৰ্যালয়ত কোনোবা এটা সময়ত মোক কেইবাবাৰো সাক্ষাৎ কৰিছিল। আমাৰ মুখ্য কাৰ্যালয়লৈ (ত্ৰিকুট নগৰ, জম্মু) অহাৰ পিছত তেওঁ দলৰ নেতা-কৰ্মীৰ সৈতে ঘনিষ্ঠ যোগাযোগ কৰিছিল। নিৰাপত্তা সংস্থাই তেওঁলোকক সেই কথা কৈছিল। শ্বাহে ৰাজৌৰী আৰু পুঞ্চ জিলাত তেওঁৰ কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছিল।’’

উল্লেখ্য যে অতি সম্প্ৰতি সন্ত্ৰাসবাদেৰে জড়িত থকা ব্যক্তি বিজেপিৰ সৈতে জড়িত থকাৰ এইটো দ্বিতীয় অভিযোগ৷ ইয়াৰ পূৰ্বে উদয়পুৰৰ কানহাইয়া লালৰ হত্যাত জড়িত থকা ব্যক্তিও বিজেপিৰ সৈতে সম্পৰ্ক থকা বুলি কংগ্ৰেছে অভিযোগ উত্থাপন কৰা হৈছিল৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in Assamlaskar-i-taibar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, ঠেং দাঙি আপুনিও নকৰিব কামটো!
ভাৰত

ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, ঠেং দাঙি আপুনিও নকৰিব কামটো!

May 8, 2026
সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক
জীৱনশৈলী

সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

May 8, 2026
বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা
ভাৰত

বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

May 7, 2026
২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?
জীৱনশৈলী

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

May 7, 2026
Next Post
অভিনেত্ৰীৰ সৈতে হোটেলত ধৰা পৰিল বিখ্যাত অভিনেতা, চপ্পলেৰে আক্ৰমণ তৃতীয় পত্নীৰ

অভিনেত্ৰীৰ সৈতে হোটেলত ধৰা পৰিল বিখ্যাত অভিনেতা, চপ্পলেৰে আক্ৰমণ তৃতীয় পত্নীৰ

আজি কঁঠাল দিৱস, কঁঠালে আমাৰ স্বাস্থ্যৰ কি কি উপকাৰ সাধে? জানিবলৈ চাওক

আজি কঁঠাল দিৱস, কঁঠালে আমাৰ স্বাস্থ্যৰ কি কি উপকাৰ সাধে? জানিবলৈ চাওক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.