• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭০ বছৰত পিতৃ হ’ব ৰাষ্ট্ৰপতি পুটিন! প্ৰেমিকা আলিনা কাবায়েভাৰ গৰ্ভৱতী!

৭০ বছৰত পিতৃ হ’ব ৰাষ্ট্ৰপতি পুটিন! প্ৰেমিকা আলিনা কাবায়েভাৰ গৰ্ভৱতী!

4 years ago
অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

25 minutes ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

1 hour ago
বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

2 hours ago
‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

2 hours ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

3 hours ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

4 hours ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

4 hours ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

5 hours ago
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

6 hours ago
আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

6 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

6 hours ago
কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

৭০ বছৰত পিতৃ হ’ব ৰাষ্ট্ৰপতি পুটিন! প্ৰেমিকা আলিনা কাবায়েভাৰ গৰ্ভৱতী!

editor by editor
July 13, 2022
in বিবিধ, বিশ্ব
0
৭০ বছৰত পিতৃ হ’ব ৰাষ্ট্ৰপতি পুটিন! প্ৰেমিকা আলিনা কাবায়েভাৰ গৰ্ভৱতী!
0
SHARES
530
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধ ১৪১ দিন ধৰি চলি আছে। যুদ্ধৰ বেয়া খবৰৰ মাজতে ছ’চিয়েল মিডিয়াত পুটিনৰ এটা ভাল খবৰো সমানে প্ৰচাৰ লাভ কৰিছে।

এই ভাল খবৰটো হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ প্ৰেমিকা প্ৰাক্তন জিমনাষ্ট আলিনা কাবায়েভাৰ গৰ্ভধাৰণ কৰিছে৷  অৰ্থাৎ ৬৯ বছৰ বয়সত পুনৰ পিতৃ হ’বলৈ ওলাইছে ৰুছ ৰাষ্ট্ৰপতি পুটিন।

উল্লেখ্য যে পুটিনৰ ৩৯ বছৰীয়া প্ৰেমিকাগৰাকীয়ে ইতিমধ্যে দুটা সন্তানৰ মাতৃ৷ এই খবৰ প্ৰচাৰ হ’লেও কিন্তু এটা টেলিগ্ৰাম চেনেলৰ মতে অৱশ্যে এই খবৰত পুটিন আনন্দিত নহয় বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক অহা বৃদ্ধি হ’ব চৰকাৰী কৰ্মচাৰীৰ! সংশোধন হ’ব মৰগীয়া ভাট্টা

খবৰৰ মতে পুটিনে আনন্দিত নোহোৱাৰ কাৰণ হৈছে যে তেওঁলোকৰ ইতিমধ্যে কন্যা সন্তান আছে৷ গতিকে নতুন সন্তানৰ প্ৰয়োজন নাছিল। অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী আলিনা আৰু পুটিনৰ প্ৰসংগই প্ৰায়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে।

পুটিনৰ জীৱনৰ লগত জড়িত সকলো কথা এতিয়াও ৰহস্যৰ আৱৰ্তত। পুটিনে জীৱনৰ গোপন কথাবোৰ খুব কমেইহে প্ৰকাশ কৰে। সংবাদ মাধ্যমত চৰ্চা লাভ কৰিলে আহিলেও পুটিন কিমান সন্তানৰ পিতৃ সেয়া কোনেও নিশ্চিত নহয়৷

সংবাদ মাধ্যমত চৰ্চা লাভ কৰি অহাৰ মতে লিউডমিলা অচেৰেটনায়াৰ, ব্যৱসায়ী মহিলা মাৰিয়া ভ’ৰণ্টছ’ভা আৰু কাটাৰিনা টিখোনোভা আদিয়েও পুটিনৰ ঔৰসজাত সন্তান জন্ম দি আহিছে৷

লগতে পঢ়ক বিচিত্ৰ ৰূপ বিধায়ক ৰূপজ্যোতিৰ, অংক মাষ্টৰ হৈ ছাত্ৰীক সুধিলে বয়ফ্ৰেণ্ডৰ কথা!

ইফালে পুটিনৰ প্ৰেমিকা হৈছে প্ৰাক্তন জিমনাষ্ট আলিনা কাবায়েভাৰ৷ খেলৰ পৰা অৱসৰ লোৱাৰ পিছতে ৰাজনীতিত সক্ৰিয় হৈ পৰে আলিনা। পুটিনৰ ঘনিষ্ঠ হোৱাৰ বাবে তেওঁ সংযুক্ত ৰাছিয়া দলৰ সাংসদ হৈছিল।

২০০৭ চনৰ পৰা ২০১৪ চনলৈকে তেওঁ নিম্ন সদনৰ ডেপুটি ষ্টেট ডুমা আছিল। ২০১৪ চনৰ ছেপ্টেম্বৰ মাহত ৰাছিয়াৰ নেচনেল মিডিয়া গ্ৰুপৰ পৰিচালনা সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, আলিনা এখন আলোচনীৰ বাবে অৰ্ধনগ্ন ছবিৰ বাবে প’জ দিয়াৰ সময়ত সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমৰ চৰ্চাৰ মধ্যমণি হৈ পৰিছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Alina Kabaevaasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamPutin girlfriend Alina KabaevaRussian President Vladimir Putin
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ
জীৱনশৈলী

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

April 14, 2026
বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য
জীৱনশৈলী

বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

April 14, 2026
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?
জীৱনশৈলী

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

April 14, 2026
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?
জীৱনশৈলী

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

April 14, 2026
Next Post
হাই মানৱতা! ৭ মহীয়া শিশু কন্যাক ধৰ্ষণ, শিশুটিৰ অৱস্থা সংকটজনক

হাই মানৱতা! ৭ মহীয়া শিশু কন্যাক ধৰ্ষণ, শিশুটিৰ অৱস্থা সংকটজনক

‘নাগালেণ্ডৰ মানুহে মানুহ খায়!’ কিয় এইদৰে ক’লে নাগালেণ্ডৰ এগৰাকী মন্ত্ৰীয়ে?

‘নাগালেণ্ডৰ মানুহে মানুহ খায়!’ কিয় এইদৰে ক’লে নাগালেণ্ডৰ এগৰাকী মন্ত্ৰীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.