• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিচিত্ৰ ৰূপ বিধায়ক ৰূপজ্যোতিৰ, অংক মাষ্টৰ হৈ ছাত্ৰীক সুধিলে বয়ফ্ৰেণ্ডৰ কথা!

বিচিত্ৰ ৰূপ বিধায়ক ৰূপজ্যোতিৰ, অংক মাষ্টৰ হৈ ছাত্ৰীক সুধিলে বয়ফ্ৰেণ্ডৰ কথা!

4 years ago
প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

19 minutes ago
অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

47 minutes ago
মানসিক হাৰাশাস্তিৰ সন্মুখীন যুৱকৰ শেষ সিদ্ধান্ত!

মানসিক হাৰাশাস্তিৰ সন্মুখীন যুৱকৰ শেষ সিদ্ধান্ত!

1 hour ago
ৰোগীৰ সুৰক্ষাক লৈ উদ্বেগ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

ৰোগীৰ সুৰক্ষাক লৈ উদ্বেগ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

2 hours ago
বিপদত অঞ্জলি অৰোৰা! ১৫ দিনৰ DEADLINE

বিপদত অঞ্জলি অৰোৰা! ১৫ দিনৰ DEADLINE

3 hours ago
ৰজনীকান্তৰ ‘জেইলৰ ২’ত ৩ অসমীয়া

ৰজনীকান্তৰ ‘জেইলৰ ২’ত ৩ অসমীয়া

4 hours ago
১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

4 hours ago
ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু

ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু

5 hours ago
আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি

আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি

6 hours ago
লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

18 hours ago
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

19 hours ago
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

বিচিত্ৰ ৰূপ বিধায়ক ৰূপজ্যোতিৰ, অংক মাষ্টৰ হৈ ছাত্ৰীক সুধিলে বয়ফ্ৰেণ্ডৰ কথা!

editor by editor
July 13, 2022
in অসম, ৰাজনীতি
0
বিচিত্ৰ ৰূপ বিধায়ক ৰূপজ্যোতিৰ, অংক মাষ্টৰ হৈ ছাত্ৰীক সুধিলে বয়ফ্ৰেণ্ডৰ কথা!
0
SHARES
312
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভিন্ন সময়ত ভিন্ন ৰূপ ধৰি সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ চৰ্চাত থাকিবলৈ ভাল পোৱা মৰিয়নীৰ ন বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীক এইবাৰ অন্য এক ৰূপত দেখা পোৱা গ’ল৷

এইবাৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী অংক ছাৰৰ ৰূপত আবিৰ্ভাৱ ঘটিল৷ বুধবাৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে স্থানীয় মৰিয়নী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ অংক মাষ্টৰৰ ভূমিকা পালন কৰে৷

উল্লেখ্য যে গৰম বন্ধৰ উপলক্ষ্যে বিদ্যালয়খনৰ দশম শ্ৰেণীৰ ছাত্ৰীসকলৰ বিশেষ পাঠদান কাৰ্যসূচী চলি আছে৷ এই উপলক্ষ্যে বুধবাৰে বিদ্যালয়খনত হঠাতে উপস্থিত হৈ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে হাতত চ’ক পেঞ্চিল লৈ ব্লেকবোৰ্ড লিখি বিভিন্ন বিষয়ৰ ওপৰত পাঠদান কৰে৷

 

লগতে পঢ়ক ১৬ বছৰীয়া কিশোৰীক মাতৃৰ প্ৰেমিকৰ ধৰ্ষণ, গৰ্ভৱতী হোৱাৰ পিছতহে ফাদিল ধৰ্ষণ কাণ্ড

ছাত্ৰীসকলক অংক শিকোৱাৰ লগতে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে জীৱনত কেনেকৈ সফলতা লাভ কৰিব পাৰি তাৰো জ্ঞান দিয়া দেখা গ’ল৷ শিক্ষা গুৰুক কেনেদৰে সন্মান কৰিব লাগে, সময়ৰ কিদৰে সদ্ব্যৱহাৰ কৰিব লাগে, লক্ষ্য কেনেদৰে স্থিৰ কৰিব লাগে সেই বিষয়েও ছাত্ৰীসকলক এইবোৰৰো শিক্ষা দিয়ে বিধায়ক কুৰ্মীয়ে।

আনহাতে নিজৰ স্বভাৱসিদ্ধ ৰসিকতাৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ছাত্ৰীসকলৰ বয়ফ্ৰেণ্ডৰ খবৰো লয়৷ ছাত্ৰীসকলক উদ্দেশ্যি বিধায়কৰ প্ৰশ্ন – ‘‘বয়ফ্ৰেণ্ড আছেনে নাই?’ ছাত্ৰীসকলে নাই বুলি কোৱাত পুনৰ কুৰ্মী ছাৰে ছাত্ৰী সকলক উদ্দেশ্যি কয়, ‘এইবোৰৰ চক্ৰত নপৰিবা। পঢ়াত গুৰুত্ব দিয়া। ভালকে পঢ়া, ভাল ল’ৰা পাবা। নহ’লে যিকোনো এটা ল’ৰা লগত বিয়া হ’ব লাগিব।’’

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamMLA Rupjyoti Kurmi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক
অসম

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

October 23, 2026
মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক
অসম

মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

October 23, 2026
অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!
উত্তৰ-পূব

অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

October 23, 2026
২৬ লাখ টকাতকৈ অধিক দামৰ বাহন কিনিব নোৱাৰিব মন্ত্ৰীয়ে
ৰাজনীতি

২৬ লাখ টকাতকৈ অধিক দামৰ বাহন কিনিব নোৱাৰিব মন্ত্ৰীয়ে

October 22, 2026
Next Post
অহা বৃদ্ধি হ’ব চৰকাৰী কৰ্মচাৰীৰ! সংশোধন হ’ব মৰগীয়া ভাট্টা

অহা বৃদ্ধি হ’ব চৰকাৰী কৰ্মচাৰীৰ! সংশোধন হ’ব মৰগীয়া ভাট্টা

অতি জঘন্য কাণ্ড! পত্নীক ধৰ্ষণ কৰোৱাই বন্ধুৰ পৰা ধন ঘটে স্বামীয়ে, ইয়াৰ পিছত হ’ল কি?

অতি জঘন্য কাণ্ড! পত্নীক ধৰ্ষণ কৰোৱাই বন্ধুৰ পৰা ধন ঘটে স্বামীয়ে, ইয়াৰ পিছত হ’ল কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.