• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৬ বছৰীয়া কিশোৰীক মাতৃৰ প্ৰেমিকৰ ধৰ্ষণ, গৰ্ভৱতী হোৱাৰ পিছতহে ফাদিল ধৰ্ষণ কাণ্ড

১৬ বছৰীয়া কিশোৰীক মাতৃৰ প্ৰেমিকৰ ধৰ্ষণ, গৰ্ভৱতী হোৱাৰ পিছতহে ফাদিল ধৰ্ষণ কাণ্ড

4 years ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

15 minutes ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

48 minutes ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

1 hour ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

2 hours ago
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

2 hours ago
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

4 hours ago
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

5 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

15 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

16 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

16 hours ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

16 hours ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

১৬ বছৰীয়া কিশোৰীক মাতৃৰ প্ৰেমিকৰ ধৰ্ষণ, গৰ্ভৱতী হোৱাৰ পিছতহে ফাদিল ধৰ্ষণ কাণ্ড

editor by editor
July 13, 2022
in অপৰাধ, ভাৰত
0
১৬ বছৰীয়া কিশোৰীক মাতৃৰ প্ৰেমিকৰ ধৰ্ষণ, গৰ্ভৱতী হোৱাৰ পিছতহে ফাদিল ধৰ্ষণ কাণ্ড
0
SHARES
43.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেমিকে প্ৰেমিকাৰ কিশোৰী কন্যাক ধৰ্ষণ কৰাৰ দৰে এক জঘন্য কাণ্ডৰ পোহৰলৈ আহিছে৷ প্ৰকাশিত খবৰ মতে মধ্য প্ৰদেশৰ ভূপালৰ মিছৰোড লোকেলিটিত এগৰাকী ১৬ বছৰীয়া কিশোৰীক মাতৃৰ লিভ-ইন পাৰ্টনাৰে ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে৷

প্ৰেমিকাৰ কিশোৰী কন্যাগৰাকীৰ গৰ্ভৱতী হোৱাটো নিশ্চিত হোৱাৰ পিছতে সমগ্ৰ ঘটনাক্ৰম পোহৰলৈ আহিছে৷ ইয়াৰ পিছতে শুকুৰবাৰে মিছৰোড আৰক্ষীয়ে ধৰ্ষণৰ গোচৰত অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইন আৰু POCSO আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছে৷

মিছৰোড আৰক্ষী থানাৰ আৰক্ষী বিষয়া আৰ বি শৰ্মাই জনোৱা মতে, ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়াল বিহাৰৰ আৰু দেউতাকৰ মৃত্যু হোৱাৰ পিছতে মাতৃ, কণিষ্ঠ ভগ্নীৰ সৈতে মধ্যপ্ৰদেশত বাস কৰি আহিছে।

লগতে পঢ়ক সুশান্তক ড্ৰাগছ দিছিল প্ৰেমিকা ৰিয়াই! কেতিয়া ৰচনা হৈছিল বৃহৎ ষড়যন্ত্ৰ?

আৰক্ষী বিষয়া শৰ্মাই জানিবলৈ দিয়া মতে ৩০ বছৰীয়া অভিযুক্তগৰাকী যুৱতীগৰাকীৰ চুবুৰীয়া হিচাপে বাস কৰে আৰু পিছত মাতৃৰ সৈতে লাইভ-ইন সম্পৰ্কত আছিল। যোৱা মাৰ্চ মাহত ভুক্তভোগী কিশোৰীগৰাকীৰ মাতৃয়ে কণিষ্ঠ কন্যাৰ সৈতে গাঁৱলৈ গৈছিল। ইয়াৰ সুযোগ গ্ৰহণ কৰি অকলশৰীয়া কিশোৰীগৰাকীক মাতৃৰ প্ৰেমিকে ধৰ্ষণ কৰে। ধৰ্ষণ কাণ্ড সংঘটিত কৰাৰ পিছতে অভিযুক্তই কিশোৰীজনীক ধৰ্ষণৰ কথা ৰাজহুৱা কৰিলে হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে৷

শেহতীয়াকৈ যেতিয়া ভুক্তভোগী কিশোৰীগৰাকীয়ে পেটৰ বিষৰ আক্ৰান্ত হয়৷ মাতৃয়ে কিশোৰীগৰাকীক চিকিৎসালয়লৈ নিয়াৰ পিছতে গৰ্ভৱতী বুলি ধৰা পৰে।

ভুক্তভোগীগৰাকী নাবালিকা হোৱাৰ বাবে চিকিৎসকে মিছৰোড আৰক্ষীক ঘটনাটো অৱগত কৰে। কাউন্সেলিঙৰ সময়ত কিশোৰীগৰাকীয়ে সমস্ত ধৰ্ষণৰ সমস্ত ঘটনা ক্ৰম বিৱৰি কয়। ইয়াৰ পিছতে অভিযুক্তৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হয়।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamTeenager raped
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি
ভাৰত

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

September 8, 2026
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা
বিনোদন

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

September 8, 2026
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা
অপৰাধ

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

September 8, 2026
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক
ভাৰত

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

September 8, 2026
Next Post
ৰাজনীতি ত্যাগ কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে! প্ৰিয়ংকা গান্ধীয়ে চলাব কংগ্ৰেছ!

ৰাজনীতি ত্যাগ কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে! প্ৰিয়ংকা গান্ধীয়ে চলাব কংগ্ৰেছ!

বিচিত্ৰ ৰূপ বিধায়ক ৰূপজ্যোতিৰ, অংক মাষ্টৰ হৈ ছাত্ৰীক সুধিলে বয়ফ্ৰেণ্ডৰ কথা!

বিচিত্ৰ ৰূপ বিধায়ক ৰূপজ্যোতিৰ, অংক মাষ্টৰ হৈ ছাত্ৰীক সুধিলে বয়ফ্ৰেণ্ডৰ কথা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.