• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুশান্তক ড্ৰাগছ দিছিল প্ৰেমিকা ৰিয়াই! কেতিয়া ৰচনা হৈছিল বৃহৎ ষড়যন্ত্ৰ?

সুশান্তক ড্ৰাগছ দিছিল প্ৰেমিকা ৰিয়াই! কেতিয়া ৰচনা হৈছিল বৃহৎ ষড়যন্ত্ৰ?

4 years ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

24 minutes ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

1 hour ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

2 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

2 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

3 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

4 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

5 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ, আছে শুভ যোগ!

6 hours ago
হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

6 hours ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

ইলাচিয়ে জাগ্ৰত কৰিব কামনা! নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক এইদৰে

7 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধে সলনি কৰিব ভাগ্য! ব্যৱসায়ৰ পৰা অৰ্থ অৰ্জনলৈ আহিব পৰিৱৰ্তন

7 hours ago
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

কোটিপতি হ’ব বিচাৰে নেকি? মাত্ৰ ডাকঘৰৰ এই আঁচনিত ৰাখক ধন জমা!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সুশান্তক ড্ৰাগছ দিছিল প্ৰেমিকা ৰিয়াই! কেতিয়া ৰচনা হৈছিল বৃহৎ ষড়যন্ত্ৰ?

editor by editor
July 13, 2022
in অপৰাধ, চিনেমা, ভাৰত
0
সুশান্তক ড্ৰাগছ দিছিল প্ৰেমিকা ৰিয়াই! কেতিয়া ৰচনা হৈছিল বৃহৎ ষড়যন্ত্ৰ?
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ বলিউদৰ আত্মঘাতী অভিনেতা সুশান্ত সিং ৰাজপুতক ড্ৰাগছ যোগান ধৰাৰ গোচৰত বিপদ পৰিব পাৰে বলিউদৰ অভিনেত্ৰী তথা সুশান্ত সিং ৰাজপুতৰ এসময়ৰ প্ৰেমিকা ৰীয়া চক্ৰৱৰ্তী৷

নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰো(NCB)এ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী তেওঁৰ ভাতৃ শোভিক চক্ৰৱৰ্তীকে ধৰি বাকী অভিযুক্তসকলে সুশান্ত সিং ৰাজপুতক কেইবাবাৰো ড্ৰাগছ যোগান ধৰা বুলি দাবী কৰিছে। এনচিবিৰ অভিযোগ অনুসৰি ৰিয়া চক্ৰৱৰ্তীয়ে প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতক ড্ৰাগছ প্ৰদান কৰিছিল।

যোৱা মাহত আদালতত এনচিবিয়ে ৩৫জন অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ খচৰা দাখিল কৰিছিল আৰু তাত এই বিষয়ে উল্লেখ কৰা হৈছে।

লগতে পঢ়ক কলেজত বৈষম্যৰ বলি! ১৪ কোটি টকাৰ ক্ষতিপূৰণ লাভ এগৰাকী প্ৰাক্তন পৰ্ণষ্টাৰৰ

এনচিবিৰ মতে, ২০২০ চনৰ মাৰ্চ মাহৰ পৰা ২০২০ চনৰ ডিচেম্বৰৰ ভিতৰত আটাইকেইজন অভিযুক্তই একেলগে ষড়যন্ত্ৰ কৰি বলীউড আৰু অন্যান্য হাইপ্ৰফাইল লোকৰ মাজত নিচাযুক্ত দ্ৰব্য বিতৰণ আৰু বিক্ৰী কৰিছিল। অভিযোগ অনুসৰি এই আটাইকেইজন অভিযুক্তই মুম্বাইত ড্ৰাগছ সৰবৰাহৰ প্ৰচাৰৰ বাবেও ধনৰ লেনদেন কৰিছিল।

এনচিবিয়ে প্ৰতিবেদনত উল্লেখ কৰা ড্ৰাগছসমূহ হ’ল গাঞ্জা, চৰাছ, কোকেইন আদি নিচাজাতীয় দ্ৰব্য। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত এই গোচৰৰ তদন্তত দেশৰ তিনিটা বৃহৎ তদন্তকাৰী সংস্থা নিয়োজিত আছিল। এই গোচৰত এনচিবিয়ে জিম্মাত লৈ ২০২০ চনৰ ছেপ্টেম্বৰ মাহত প্ৰথমবাৰৰ বাবে গ্ৰেপ্তাৰ কৰিছিল ৰিয়া চক্ৰৱৰ্তীক।

লগতে পঢ়ক কিশোৰক কিয় চৰিয়ালে পাকিস্তানী যুৱতী সাংবাদিকে? ভাইৰেল ভিডিঅ’…

অৱশ্যে মাত্ৰ এমাহৰ পিছতে জামিন লাভ কৰে ৰিয়া চক্ৰৱৰ্তীয়ে। ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে ড্ৰাগছ সেৱন কৰা আৰু ক্ৰয় কৰা আদি বহুতো গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। সুশান্ত সিং ৰাজপুতৰ পিতৃয়ে দাখিল কৰা এফআইআৰত ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ প্ৰমাণিত হোৱা নাছিল যদিও ড্ৰাগছ গোচৰত তেওঁৰ নাম জড়িত হৈ পৰে৷ আৰু ইয়াৰ তদন্ত এতিয়াও চলি আছে।

খচৰা অভিযোগ অনুসৰি ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ শোভিক চক্ৰৱৰ্তী ড্ৰাগছ ব্যৱসায়ীৰ সৈতে অহৰহ যোগাযোগত আছিল আৰু সহ-অভিযুক্তৰ সৈতে একাধিক ডেলিভাৰী লৈছিল। এই ডেলিভাৰীসমূহ সুশান্ত সিং ৰাজপুতক কৰা হৈছিল। খচৰা অভিযোগত উল্লেখ কৰা হৈছে যে ৰিয়া চক্ৰৱৰ্তীয়েও চেমুৱেল মিৰাণ্ডা, শোভিক, দীপেশ আদিৰ পৰা ড্ৰাগছৰ সকলো ডেলিভাৰী লৈছিল।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamncbrhea chakrabortysushant sing rajput
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত
নিয়োগ

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

July 21, 2026
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!
ভাৰত

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

July 21, 2026
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি
ভাৰত

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

July 21, 2026
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ
বিনোদন

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

July 21, 2026
Next Post
গুৰু দীক্ষা বিনা আধ্যাত্মিক জ্ঞান সম্পূৰ্ণ নহয়

গুৰু দীক্ষা বিনা আধ্যাত্মিক জ্ঞান সম্পূৰ্ণ নহয়

১৬ বছৰীয়া কিশোৰীক মাতৃৰ প্ৰেমিকৰ ধৰ্ষণ, গৰ্ভৱতী হোৱাৰ পিছতহে ফাদিল ধৰ্ষণ কাণ্ড

১৬ বছৰীয়া কিশোৰীক মাতৃৰ প্ৰেমিকৰ ধৰ্ষণ, গৰ্ভৱতী হোৱাৰ পিছতহে ফাদিল ধৰ্ষণ কাণ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.