• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কলেজত বৈষম্যৰ বলি! ১৪ কোটি টকাৰ ক্ষতিপূৰণ লাভ এগৰাকী প্ৰাক্তন পৰ্ণষ্টাৰৰ

কলেজত বৈষম্যৰ বলি! ১৪ কোটি টকাৰ ক্ষতিপূৰণ লাভ এগৰাকী প্ৰাক্তন পৰ্ণষ্টাৰৰ

4 weeks ago
চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! ৮ম দৰমহা আয়োগৰ সন্দৰ্ভত কি ক’লে কেন্দ্ৰই?

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! ৮ম দৰমহা আয়োগৰ সন্দৰ্ভত কি ক’লে কেন্দ্ৰই?

17 hours ago
‘তুমি বৰ চালাক নাৰী’ এই কথা শুনিয়ে লিভ ইনত থকা প্ৰেমিকক গলা কাটি হত্যা প্ৰেয়সীৰ  

‘তুমি বৰ চালাক নাৰী’ এই কথা শুনিয়ে লিভ ইনত থকা প্ৰেমিকক গলা কাটি হত্যা প্ৰেয়সীৰ  

18 hours ago
ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু

ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু

19 hours ago
এইখন ভাৰতৰে নদীত ঘঁৰিয়ালৰ আক্ৰমণত নিহত যুৱক, কে’বাঘণ্টাৰ পিছত মৃতদেহ উদ্ধাৰ

এইখন ভাৰতৰে নদীত ঘঁৰিয়ালৰ আক্ৰমণত নিহত যুৱক, কে’বাঘণ্টাৰ পিছত মৃতদেহ উদ্ধাৰ

21 hours ago
তৰুণ প্ৰজন্মৰ মাজত হৃদৰোগৰ বৃদ্ধিৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ কি কি?

তৰুণ প্ৰজন্মৰ মাজত হৃদৰোগৰ বৃদ্ধিৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ কি কি?

22 hours ago
যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে…

যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে…

23 hours ago
গৰুৰ সৈতে অস্বাভাৱিক যৌন সম্পৰ্ক যুৱকৰ! বন্ধুৱে তৰিলে গোচৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

গৰুৰ সৈতে অস্বাভাৱিক যৌন সম্পৰ্ক যুৱকৰ! বন্ধুৱে তৰিলে গোচৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

23 hours ago
লজ্জানত শিক্ষক সমাজ! প্ৰতিবন্ধী মহিলাক ধৰ্ষণ অৱসৰপ্ৰাপ্ত শিক্ষকৰ, অভিযুক্ত পলাতক

লজ্জানত শিক্ষক সমাজ! প্ৰতিবন্ধী মহিলাক ধৰ্ষণ অৱসৰপ্ৰাপ্ত শিক্ষকৰ, অভিযুক্ত পলাতক

1 day ago
BJPক কিয় এৰিব খুজিছে নীতিশ কুমাৰে?

BJPক কিয় এৰিব খুজিছে নীতিশ কুমাৰে?

1 day ago
বিদ্যালয়ৰ দুৰ্দশাৰ বাতৰি প্ৰচাৰ কৰি ভাইৰেল শিশু, নেটনাগৰিকে ক’লে ভৱিষ্যতৰ সাংবাদিক

বিদ্যালয়ৰ দুৰ্দশাৰ বাতৰি প্ৰচাৰ কৰি ভাইৰেল শিশু, নেটনাগৰিকে ক’লে ভৱিষ্যতৰ সাংবাদিক

3 days ago
শহুৱেকৰ সৈতে বোৱাৰীৰ গভীৰ ৰোমাঞ্চ! স্ক্ৰীণ কঁপাই তুলিছে নূৰ মালবিকাই!

শহুৱেকৰ সৈতে বোৱাৰীৰ গভীৰ ৰোমাঞ্চ! স্ক্ৰীণ কঁপাই তুলিছে নূৰ মালবিকাই!

3 days ago
দেৱৰ-বৌৱেকৰ বিবাহ-বহিৰ্ভূত সম্পৰ্কৰ জেৰ! ৪ দিনীয়া সন্তানক হত্যা বৰমাকৰ

দেৱৰ-বৌৱেকৰ বিবাহ-বহিৰ্ভূত সম্পৰ্কৰ জেৰ! ৪ দিনীয়া সন্তানক হত্যা বৰমাকৰ

3 days ago
  • About
  • Advertise
  • Careers
Tuesday, August 9, 2022
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

কলেজত বৈষম্যৰ বলি! ১৪ কোটি টকাৰ ক্ষতিপূৰণ লাভ এগৰাকী প্ৰাক্তন পৰ্ণষ্টাৰৰ

editor by editor
July 12, 2022
in বিবিধ, বিশ্ব
0
কলেজত বৈষম্যৰ বলি! ১৪ কোটি টকাৰ ক্ষতিপূৰণ লাভ এগৰাকী প্ৰাক্তন পৰ্ণষ্টাৰৰ
0
SHARES
10k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকী প্ৰাক্তন পৰ্ণ তাৰকাই নিজে অধ্যয়ন কৰা কলেজৰ বিৰুদ্ধে নিজেই বৈষম্যৰ গোচৰ তৰি জয়ী হৈ কেবাকোটি টকাৰ ক্ষতিপূৰণ লাভ কৰিছে।

ডেইলী ষ্টাৰত প্ৰকাশিত বাতৰি অনুসৰি নিকোল গিলিলেণ্ড নামৰ ছাত্ৰী তথা প্ৰাক্তন পৰ্ণষ্টাৰগৰাকীয়ে তেওঁ অধ্যয়ন কৰা কলেজখত বৈষম্যৰ বলি হোৱাৰ অভিযোগ উত্থাপন কৰিছিল৷ বৈষম্যৰ বলি হোৱাৰ বাবে তেওঁ নিজে অধ্যয়নৰত কলেজখনৰ বিৰুদ্ধে আদালতত বৈষম্যমূলক আচৰণ কৰাৰ অভিযোগ দাখিল কৰিছিল৷ আৰু উক্ত গোচৰত জয়ী নিকোলে ১৪ কোটি টকাৰ বিশাল পৰিমাণৰ ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম হয়৷

দাৰাছাক নিকোল, নিকি নামেৰে বেছিকৈ পৰিচিত এতিয়াৰ ৩০ বছৰ বয়সীয়া প্ৰাক্তন পৰ্ণ তাৰকা ২০১৭ চনত চাউথৱেষ্টাৰ্ণ অৰেগন কমিউনিটি কলেজ (SWOCC)ত নাৰ্চিং প্ৰগ্ৰেমত নামভৰ্তি কৰে। ইতিমধ্যে বহু বছৰ ধৰি ইএমটি আৰু পেৰামেডিক হিচাপে কাম কৰি আছিল যদিও মাতৃ হিচাপে তাই বিশ্বাস কৰিছিল যে নাৰ্চিংৰ সময়ত সেয়া তেওঁৰ বাবে অধিক সুবিধাজনক হ’ব।

 

 

লগতে পঢ়ক ৰূপৱতী হ’বলৈ ৫ দিনীয়া নৱজাকক বিক্ৰী মাতৃৰ! সেই ধনেৰে কচমেটিক চাৰ্জাৰী…

কিন্তু কলেজখনত অধ্যয়ন কৰা দুবছৰত বাৰে বাৰে হাৰাশাস্তি আৰু ‘শত্ৰুতাপূৰ্ণ শিক্ষাৰ পৰিৱেশ’ৰ সন্মুখীন হোৱা বুলি দাবী কৰিছিল প্ৰাক্তন পৰ্ণ ষ্টাৰ নিকিয়ে। নিকিৰ মতে, তেওঁ আৱেগিকভাৱে ভাঙি পৰিছিল। ইয়াৰ বাবেই তেওঁ আত্মহত্যাৰ চেষ্টাও কৰিছিল।

ডেইলী ষ্টাৰৰ প্ৰতিবেদন অনুসৰি এই পৰিৱেশত বিচলিত হৈ নিকিয়ে SWOCCৰ বিৰুদ্ধে গোচৰ তৰে। তেওঁ মহাবিদ্যালয়খনে চুক্তি ভংগ আৰু নৱম টাইটেল ভংগ কৰাৰ অভিযোগ উত্থাপন কৰে। এই নিয়ম অনুসৰি বিদ্যালয়ত লিংগভিত্তিক বৈষম্য কৰিব নোৱাৰিব।

 

 

লগতে পঢ়ক অৱশেষত চৰকাৰী কৰ্মচাৰীৰ অপেক্ষাৰ পৰিব অন্ত! দৰমহা বৃদ্ধিৰ ঘোষণা কেতিয়া কৰিব চৰকাৰে?

আদালতৰ নথি অনুসৰি SWOCCৰ এগৰাকী নাৰ্চিং প্ৰশিক্ষক আৰু একাডেমিক উপদেষ্টাগৰাকীয়ে তেওঁৰ বিৰুদ্ধে বৈষম্যমূলক ব্যৱস্থা গ্ৰহণ কৰিছিল। অভিযোগ অনুসৰি একাডেমিক উপদেষ্টাগৰাকীয়ে তেওঁক কৈছিল যে নাৰ্চিং হৈছে ক্লাছিক মহিলাৰ বৃত্তি। ইয়াত পৰ্ণ ছবিত অভিনয় মহিলাৰ কোনো স্থান নাই।

ইফালে নিকিয়ে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছে যে শতাধিক অধিবক্তাই তেওঁৰ গোচৰত যুঁজিবলৈ অস্বীকাৰ কৰে। কিন্তু শেষত ব্ৰেণ্ডন মাৰ্কছে নিকিৰ বাবে গোচৰটো যুঁজিবলৈ সিদ্ধান্ত লয় আৰু তেওঁ গোচৰটোত জয়ী হয়।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamFormer Adult StarFormer Porn StarSWOCC
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইখন ভাৰতৰে নদীত ঘঁৰিয়ালৰ আক্ৰমণত নিহত যুৱক, কে’বাঘণ্টাৰ পিছত মৃতদেহ উদ্ধাৰ
ভাৰত

এইখন ভাৰতৰে নদীত ঘঁৰিয়ালৰ আক্ৰমণত নিহত যুৱক, কে’বাঘণ্টাৰ পিছত মৃতদেহ উদ্ধাৰ

August 8, 2022
বিদ্যালয়ৰ দুৰ্দশাৰ বাতৰি প্ৰচাৰ কৰি ভাইৰেল শিশু, নেটনাগৰিকে ক’লে ভৱিষ্যতৰ সাংবাদিক
ভাৰত

বিদ্যালয়ৰ দুৰ্দশাৰ বাতৰি প্ৰচাৰ কৰি ভাইৰেল শিশু, নেটনাগৰিকে ক’লে ভৱিষ্যতৰ সাংবাদিক

August 6, 2022
নাগ পঞ্চমীত শৰীৰত প্ৰৱেশ ম’হাসুৰ! ম’হৰ দানা খাই ভক্তক আশীৰ্বাদ দিলে কোনে?
ভাৰত

নাগ পঞ্চমীত শৰীৰত প্ৰৱেশ ম’হাসুৰ! ম’হৰ দানা খাই ভক্তক আশীৰ্বাদ দিলে কোনে?

August 6, 2022
ৰণবীৰ সিঙলৈ পুনৰ নগ্ন ফ’টোশ্বুটৰ অফাৰ! এইবাৰ কোন বিদেশী সংস্থাই দিছে এই অফাৰ?
বিবিধ

ৰণবীৰ সিঙলৈ পুনৰ নগ্ন ফ’টোশ্বুটৰ অফাৰ! এইবাৰ কোন বিদেশী সংস্থাই দিছে এই অফাৰ?

August 6, 2022
Next Post
প্ৰথমা পত্নীৰ প্ৰতাৰণা কৰি সতীৰ্থৰে বিবাহ, ৩৭ বছৰ বয়সত জাতীয় দললৈ প্ৰত্যাৱৰ্তন কাৰ্তিকৰ

প্ৰথমা পত্নীৰ প্ৰতাৰণা কৰি সতীৰ্থৰে বিবাহ, ৩৭ বছৰ বয়সত জাতীয় দললৈ প্ৰত্যাৱৰ্তন কাৰ্তিকৰ

সুশান্তক ড্ৰাগছ দিছিল প্ৰেমিকা ৰিয়াই! কেতিয়া ৰচনা হৈছিল বৃহৎ ষড়যন্ত্ৰ?

সুশান্তক ড্ৰাগছ দিছিল প্ৰেমিকা ৰিয়াই! কেতিয়া ৰচনা হৈছিল বৃহৎ ষড়যন্ত্ৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: [email protected]

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.