• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিশোৰক কিয় চৰিয়ালে পাকিস্তানী যুৱতী সাংবাদিকে? ভাইৰেল ভিডিঅ’…

কিশোৰক কিয় চৰিয়ালে পাকিস্তানী যুৱতী সাংবাদিকে? ভাইৰেল ভিডিঅ’…

4 years ago
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

19 minutes ago
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

50 minutes ago
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

1 hour ago
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

2 hours ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

3 hours ago
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

4 hours ago
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

4 hours ago
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

5 hours ago
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

6 hours ago
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

20 hours ago
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

21 hours ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কিশোৰক কিয় চৰিয়ালে পাকিস্তানী যুৱতী সাংবাদিকে? ভাইৰেল ভিডিঅ’…

editor by editor
July 12, 2022
in বিবিধ, বিশ্ব
0
কিশোৰক কিয় চৰিয়ালে পাকিস্তানী যুৱতী সাংবাদিকে? ভাইৰেল ভিডিঅ’…
0
SHARES
41.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাকিস্তানৰ এগৰাকী যুৱতী সাংবাদিকে এজন কিশোৰক প্ৰচণ্ড চৰ শোধোৱাৰ দৃশ্যই সামাজিক মাধ্যমত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে দেওবাৰে ঈদ উল আধাৰ উদযাপনৰ বাতৰি দি থকা অৱস্থাত পাকিস্তানৰ যুৱতী সাংবাদিকগৰাকীয়ে হঠাতে এজন কিশোৰক প্ৰচণ্ড চৰ শোধায়৷

কিশোৰগৰাকীক চৰ শোধোৱা পাক যুৱতী সাংবাদিকগৰাকী হৈছে মাইৰা হাছমী৷ এই ভিডিঅ’টো সামাজিক মাধ্যমত এই ভিডিঅ’টো ভাইৰেল হোৱা পিছতে সাংবাদিকগৰাকীক ‘লেডী চান্দ নবাব’ বুলি অভিহিত কৰিছে৷

یہ لڑکا انٹرویو کے دوران فیملی کو تنگ کر رہا تھا _جسکی وجہ سے فیملی پریشان ہوگئی تھی__میں نے پہلے پیار سے سمجھایا کے ایسا نہیں کرو مگر سمجھانے کے باوجود یہ لڑکا نہیں سمجھا اور زیادہ ہُلّڑ بازی کررہا تھا_ جس کے بعد مجھے زیب نہیں دیا کہ اسے اور موقع دیکر برداشت کیا جائے ؟ pic.twitter.com/4jmuSsInYg

— Maira Hashmi (@MairaHashmi7) July 11, 2022

লগতে পঢ়ক   অৱশেষত চৰকাৰী কৰ্মচাৰীৰ অপেক্ষাৰ পৰিব অন্ত! দৰমহা বৃদ্ধিৰ ঘোষণা কেতিয়া কৰিব চৰকাৰে?

ইফালে সামাজিক মাধ্যমত একাংশই মাইৰা হাছমীক ট্ৰল কৰাৰো আৰম্ভ কৰিছে৷ বহুতে মন্তব্য কৰিছে যে অন্যান্য ক্ষেত্ৰৰ লগতে পাকিস্তানৰ সংবাদ মাধ্যমতো হিংসাত্মক ব্যৱহাৰ এটা সাধাৰণ ঘটনাত পৰিণত হৈছে৷

ইফালে এই সমালোচনাৰ উত্তৰত সংবাদিক হাছমীয়ে কয় যে কিশোৰগৰাকীয়ে তেওঁৰ সাক্ষাৎকাৰৰ সময়ত পৰিয়ালটোক হাৰাশাস্তি কৰি আছিল। যাৰফলত পৰিয়ালটোৱে হাৰাশাস্তিৰ সন্মুখীন হৈছিল৷ মই তেওঁক বুজাইছিলো এনেকুৱা নকৰিবা৷ কিন্তু কিশোৰজনে অত্যধিক হৈ হাল্লা কৰিবলৈ আৰম্ভ কৰিছিল।’’

উল্লেখ্য যে পাকিস্তানত লাইভ নিউজত সাংবাদিকসকলে দৰ্শকৰ সৈতে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰা এয়াই প্ৰথম নহয়৷ ইয়াৰ পূৰ্বে ৰিপ’ৰ্টাৰ চান্দ নৱাব, ছাইমা কানৱাল আদি দৰে পাক সাংবাদিকো পূৰ্বতে এনে ঘটনা সংঘটিত কৰাৰ নজিৰ আছে৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamMaira HashmiPak Journalist
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?
জীৱনশৈলী

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

September 23, 2026
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম
প্ৰযুক্তি

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

September 23, 2026
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন
অসম

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

September 23, 2026
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে
ভাৰত

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

September 23, 2026
Next Post
কলেজত বৈষম্যৰ বলি! ১৪ কোটি টকাৰ ক্ষতিপূৰণ লাভ এগৰাকী প্ৰাক্তন পৰ্ণষ্টাৰৰ

কলেজত বৈষম্যৰ বলি! ১৪ কোটি টকাৰ ক্ষতিপূৰণ লাভ এগৰাকী প্ৰাক্তন পৰ্ণষ্টাৰৰ

প্ৰথমা পত্নীৰ প্ৰতাৰণা কৰি সতীৰ্থৰে বিবাহ, ৩৭ বছৰ বয়সত জাতীয় দললৈ প্ৰত্যাৱৰ্তন কাৰ্তিকৰ

প্ৰথমা পত্নীৰ প্ৰতাৰণা কৰি সতীৰ্থৰে বিবাহ, ৩৭ বছৰ বয়সত জাতীয় দললৈ প্ৰত্যাৱৰ্তন কাৰ্তিকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.