• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰথমা পত্নীৰ প্ৰতাৰণা কৰি সতীৰ্থৰে বিবাহ, ৩৭ বছৰ বয়সত জাতীয় দললৈ প্ৰত্যাৱৰ্তন কাৰ্তিকৰ

প্ৰথমা পত্নীৰ প্ৰতাৰণা কৰি সতীৰ্থৰে বিবাহ, ৩৭ বছৰ বয়সত জাতীয় দললৈ প্ৰত্যাৱৰ্তন কাৰ্তিকৰ

4 years ago
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

1 hour ago
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

2 hours ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

3 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

3 hours ago
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

4 hours ago
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

4 hours ago
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

5 hours ago
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

5 hours ago
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

6 hours ago
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

7 hours ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

9 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

প্ৰথমা পত্নীৰ প্ৰতাৰণা কৰি সতীৰ্থৰে বিবাহ, ৩৭ বছৰ বয়সত জাতীয় দললৈ প্ৰত্যাৱৰ্তন কাৰ্তিকৰ

editor by editor
July 13, 2022
in ক্ৰীড়া, জীৱনশৈলী
0
প্ৰথমা পত্নীৰ প্ৰতাৰণা কৰি সতীৰ্থৰে বিবাহ, ৩৭ বছৰ বয়সত জাতীয় দললৈ প্ৰত্যাৱৰ্তন কাৰ্তিকৰ
0
SHARES
325
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চলিত বৰ্ষৰ আইপিএলত দুৰ্দান্ত প্ৰদৰ্শন কৰি দেশৰ ক্ৰীড়াক্ষেত্ৰত চৰ্চা লাভ কৰিছিল ভাৰতীয় তাৰকা ইউকেটকীপাৰ বেটছমেন দীনেশ কাৰ্তিক৷ অৱশ্যে আইপিএলৰ ইতিহাসত দীনেশ কাৰ্তিকৰ প্ৰদৰ্শন চমকপ্ৰদ বুলিয়েই ক’ব পাৰি৷

কিন্তু এইবাৰৰ প্ৰতিযোগিতাত আগবঢ়োৱা প্ৰদৰ্শনৰ ভিত্তিতে দেশৰ ৩৭ বছৰৰ বয়সতো জাতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটাইছে৷

উল্লেখ্য যে ২০০৪ বৰ্ষতে জাতীয় দলত অভিষেক ঘটাই যদিও কাৰ্তিকে টিম ইণ্ডিয়াত নিজৰ স্থান স্থায়ী কৰিবলৈ সক্ষম হোৱা নাছিল৷ কঠোৰ পৰিশ্ৰমী দীনেশ কাৰ্তিকে জাতীয় দলত স্থান স্থায়ী কৰিবলৈ সংগ্ৰাম কৰি থকাৰ সময়তে তেওঁৰ ব্যক্তিগত জীৱনলৈ ধুমুহা নামি আহে৷

লগতে পঢ়ক কিশোৰক কিয় চৰিয়ালে পাকিস্তানী যুৱতী সাংবাদিকে? ভাইৰেল ভিডিঅ’…

২০০৭ চনত দীনেশ কাৰ্তিকে শৈশৱৰ বন্ধু নিকিতা ভাঞ্জাৰাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেতিয়া দীনেশ কাৰ্তিকৰ বয়স আছিল ২১ বছৰ। নিকিতা আৰু দীনেশৰ দেউতাক বৰ ভাল আছিল। এই কাৰণেই দুয়োটা পৰিয়ালে সন্তানৰ বিবাহৰ বাবে সহমতত উপনীত হৈছিল।

কঠোৰ পৰিশ্ৰম আৰু অনুশীলনৰ পিছতো টিম ইণ্ডিয়াত স্থান স্থায়ী কৰিবলৈ ব্যৰ্থ হোৱাৰ সময়তে বিবাহিত জীৱনৰ পাঁচটা বছৰৰ অন্তত ২০১২ চনত দীনেশ কাৰ্তিকৰ পত্নী নিকিতা ভাঞ্জাৰাই প্ৰতাৰণা কৰি কাৰ্তিকৰ ৰঞ্জী টিমৰ সতীৰ্থ মুৰলী বিজয়ৰ সৈতে বিবাহপাশত আৱদ্ধ হয়৷

ব্যক্তিগত জীৱনৰ এই কাল ধুমুহাই দীনেশ কাৰ্তিকৰ কেৰিয়াৰ শেষ কৰা বুলিহে চৰ্চা লাভ কৰিছিল৷ আনকি একাংশ সংবাদ মাধ্যমে দীনেশ সুৰাৰ ৰাগীত জীৱন আৰু কেৰিয়াৰ ধ্বংস কৰা বুলিও প্ৰচাৰ চলাইছিল৷

লগতে পঢ়ক ৰূপৱতী হ’বলৈ ৫ দিনীয়া নৱজাকক বিক্ৰী মাতৃৰ! সেই ধনেৰে কচমেটিক চাৰ্জাৰী…

কিন্তু অত্যন্ত দৃঢ়মনা আৰু কঠোৰ প্ৰৰিশ্ৰমী দীনেশ কাৰ্তিকৰ শৈশৱ বান্ধৱী তথা একালৰ প্ৰেমিকা তথা পত্নীয়ে তেওঁক এৰি সতীৰ্থ মুৰলী বিজয়ৰ সৈতে বিবাহপাশত আৱদ্ধ হ’লেও নিজৰ কেৰিয়াৰ আৰু জীৱনৰ লক্ষ্যৰ পৰা এচুলি মানো বিচ্যুত হোৱা নাছিল৷

বৰং অধিক কঠোৰ আৰ একাগ্ৰতাৰে নিজৰ কেৰিয়াৰ আৰু জীৱনক নতুন গতি দিবলৈ যৎপৰোনাস্তি কৰিছিল দীনেশে৷ এই প্ৰচেষ্টাৰ ফলতে মাজে সময়ে কাৰ্তিকে জাতীয় দললৈ প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হৈছিল৷ আনকি আইপিএলৰ প্ৰায়বোৰ ছিজনতে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই আহিছিল৷ কিন্তু তেওঁৰ বাবে জাতীয় দললৈ প্ৰত্যাৱৰ্তন কৰাৰ বাবে এইটোৱে ডাঙৰ বাধা আছিল যে জাতীয় দলত কাৰ্তিকে যিটো স্থানত খেলে সেই স্থান দলৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ বাবে নিগাজি হৈ আছিল৷

ইয়াৰ পিছতে জিমত স্কোয়াছ খেলুৱৈ দীপিকা পল্লিকালক লগ পাই দীনেশ কাৰ্তিকে। দুয়োৰে মাজত ঘনিষ্ঠতা বাঢ়ি আহিল আৰু দীনেশ কাৰ্তিকে দীপিকাক প্ৰেমৰ প্ৰস্তাৱ দিয়ে আৰু ২০১৫ চনত দুয়োগৰাকী ক্ৰীড়াবিদ বিবাহপাশত আৱদ্ধ হয়।

লগতে পঢ়ক অৱশেষত চৰকাৰী কৰ্মচাৰীৰ অপেক্ষাৰ পৰিব অন্ত! দৰমহা বৃদ্ধিৰ ঘোষণা কেতিয়া কৰিব চৰকাৰে?

দীপিকা পল্লিকালে দীনেশ কাৰ্তিকৰ জীৱন সম্পূৰ্ণৰূপে সলনি কৰি দিলে। যোৱা বছৰত যমজ সন্তানৰ পিতৃ-মাতৃ হৈছিল দীনেশ কাৰ্তিক আৰু দিপিকা পল্লিকাল। এতিয়া দীনেশ কাৰ্তিক কেৱল পাৰিবাৰিক জীৱনতে সুখী নহয়, ক্ৰিকেটতো ঈৰ্ষণীয় সফলতা লাভ কৰিছে।

আইপিএল ২০২২ত দীনেশ কাৰ্তিকে দেখুৱাইছিল এক সুন্দৰ খেল। আৰচিবি দলৰ বাবে তেওঁ আটাইতকৈ ডাঙৰ মেচ বিজয়ী হিচাপে আত্মপ্ৰকাশ কৰে। আইপিএল ২০২২ৰ ১৬ খন মেচত তেওঁ ৩৩০ ৰান সংগ্ৰহ কৰে।

তেওঁৰ বিপজ্জনক প্ৰদৰ্শন দেখি তেওঁ পুনৰ টিম ইণ্ডিয়াত সুযোগ পালে। তিনি বছৰৰ মূৰত টীম ইণ্ডিয়ালৈ ঘূৰি অহাই নহয় তেওঁ এইবাৰ ৩৭ বছৰৰ বয়সত টি-২০ বিশ্বকাপত ভাৰতীয় দলকো প্ৰতিনিধিত্ব কৰিব।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamDeepika PallikalDinesh Karthik
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক
জীৱনশৈলী

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

October 15, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

October 15, 2026
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ
জীৱনশৈলী

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

October 15, 2026
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন
জীৱনশৈলী

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

October 15, 2026
Next Post
সুশান্তক ড্ৰাগছ দিছিল প্ৰেমিকা ৰিয়াই! কেতিয়া ৰচনা হৈছিল বৃহৎ ষড়যন্ত্ৰ?

সুশান্তক ড্ৰাগছ দিছিল প্ৰেমিকা ৰিয়াই! কেতিয়া ৰচনা হৈছিল বৃহৎ ষড়যন্ত্ৰ?

গুৰু দীক্ষা বিনা আধ্যাত্মিক জ্ঞান সম্পূৰ্ণ নহয়

গুৰু দীক্ষা বিনা আধ্যাত্মিক জ্ঞান সম্পূৰ্ণ নহয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.