• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুৰু দীক্ষা বিনা আধ্যাত্মিক জ্ঞান সম্পূৰ্ণ নহয়

গুৰু দীক্ষা বিনা আধ্যাত্মিক জ্ঞান সম্পূৰ্ণ নহয়

4 years ago
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

4 minutes ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

46 minutes ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

1 hour ago
দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

2 hours ago
Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

4 hours ago
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

4 hours ago
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

5 hours ago
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

5 hours ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

6 hours ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

6 hours ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

7 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

গুৰু দীক্ষা বিনা আধ্যাত্মিক জ্ঞান সম্পূৰ্ণ নহয়

editor by editor
July 13, 2022
in বিবিধ
0
গুৰু দীক্ষা বিনা আধ্যাত্মিক জ্ঞান সম্পূৰ্ণ নহয়
0
SHARES
795
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জুলা শৰ্মাঃ আধ্যাত্মিক বিজ্ঞানৰ ৰহস্য বুজিবলৈ আৰু জ্ঞানৰ চকু মুকলি কৰিবলৈ আমাক এজন গুৰুৰ প্ৰয়োজন। গুৰু অবিহনে আধ্যাত্মিকতাৰ ক্ষেত্ৰত এটাও পদক্ষেপ সফলতাৰে ল’ব নোৱাৰি।

দীক্ষা সম্বন্ধে গুৰু গীতাত লিখিছে–

गुरूमंत्रो मुखे यस्य तस्य सिद्धयन्ति नान्यथा।

दीक्षया सर्वकर्माणि सिद्धयन्ति गुरूपुत्रके।। –

(গুৰু গীতা ২/১৩১)

অৰ্থাৎ—

যাৰ মূখত গুৰু মন্ত্ৰ থাকে তেওঁৰ সকলো কাম সিদ্ধি হয় আনৰ নহয়। দীক্ষাৰ বাবেই শিষ্যৰ সকলো কাৰ্য সিদ্ধি হয়।

লগতে পঢ়ক প্ৰথমা পত্নীৰ প্ৰতাৰণা কৰি সতীৰ্থৰে বিবাহ, ৩৭ বছৰ বয়সত জাতীয় দললৈ প্ৰত্যাৱৰ্তন কাৰ্তিকৰ

গুৰু দীক্ষা এক দিব্য প্ৰক্ৰিয়া যাৰ দ্বাৰা গুৰুৱে অন্তৰৰ পৰা নিজৰ শিষ্যৰ হৃদয়ত জ্ঞানৰ সঞ্চাৰ কৰে। এই পৃথিৱীলৈ মানুহ অপূৰ্ণ ৰূপত আহে সেয়ে সদায় মানুহৰ মনৰ ভিতৰত পূৰ্ণতাৰ বাবে এক আশা থাকে। এই পূৰ্ণতা আনিবৰ বাবে গুৰুৱেই একমাত্ৰ মাধ্যম। সেয়ে প্ৰাচীন কালৰে পৰা গুৰু দীক্ষাৰ পৰম্পৰা চলি আহিছে।

শাস্ত্ৰত আছে— সকলো মানুহৰ দেহত আত্মশক্তিৰ ৰূপত পৰাশক্তি অৰ্থাৎ পৰম শক্তি আছে যি জন্মৰ পৰাই সাংসাৰিক আসক্তি, মোহ, মায়া আদিৰ বাবে নিষ্ক্ৰিয় হৈ থাকে। যেতিয়া গুৰুৰ দ্বাৰা দীক্ষা দি শক্তি সঞ্চাৰ কৰি সেই মায়াময় আৱৰণ ভঙা হয় তেতিয়া শিষ্যই অন্তৰ্নিহিত ঐশ্বৰিক শক্তি উপলব্ধি কৰে।

দীক্ষা শব্দটো অতি ৰহস্যময়, গোপনীয়, গূঢ় আৰু এটা অতি বিস্তৃত শব্দ। গুৰুৰ পৰা দীক্ষা পোৱা পাছত শিষ্যৰ দেহত দিব্য শক্তি সঞ্চাৰিত হবলৈ আৰম্ভ কৰে। দীক্ষা শব্দটো সংস্কৃতৰ দী আৰু ক্ষা এই দুটা আখৰ লগ হৈ হৈছে। দী আখৰটোৰ অৰ্থ হ’ল দিয়া আৰু ক্ষা আখৰটোৱে ক্ষৰণ অৰ্থাৎ নষ্ট কৰা বুজায়। দীক্ষাৰ পৰা ব্ৰহ্ম জ্ঞান প্ৰাপ্তি হয় আৰু পাপৰ ক্ষয় অৰ্থাৎ নষ্ট হয়।

লগতে পঢ়ক কলেজত বৈষম্যৰ বলি! ১৪ কোটি টকাৰ ক্ষতিপূৰণ লাভ এগৰাকী প্ৰাক্তন পৰ্ণষ্টাৰৰ

পূজা পাতল জানে বুলি যিকোনো লোকেই গুৰু হৈ দীক্ষা দিব নোৱাৰে, কিয়নো দীক্ষা দিবৰ বাবে গুৰুৰো বিশেষ শক্তি থাকিব লাগিব। দীক্ষা দিব পৰা হ’বৰ বাবে এজন লোকক লাগে সাধনা আৰু বিভিন্ন স্তৰৰ সিদ্ধি।

দীক্ষাৰ প্ৰকাৰ—

শাম্ভৱী দীক্ষা

কেৱল গুৰুৰ দৃষ্টিৰ দ্বাৰা, স্পৰ্শৰ দ্বাৰা আৰু কথোপকথনৰ দ্বাৰা যেতিয়া গুৰুৱে শিষ্যৰ অন্তৰ্নিহিত শক্তি জাগ্ৰত কৰে সেয়ে শাম্ভৱী দীক্ষা।

শক্তি দীক্ষা

যোগৰ দ্বাৰা শিষ্যৰ শৰীৰত প্ৰৱেশ কৰি আৰু তেওঁৰ হৃদয়ত জ্ঞান জাগ্ৰত কৰি গুৰুসকলে দিয়া জ্ঞান দীক্ষাক শক্তি দীক্ষা বুলি কোৱা হয়।

মান্ত্ৰী দীক্ষা

প্ৰথম যজ্ঞ আৰু হৱনৰ দ্বাৰা গুৰুৱে বাহিৰৰ পৰা শিষ্যৰ সংস্কাৰ (শুদ্ধি) কৰে। তাৰপিছত

শক্তিপাতৰ দ্বাৰা শিষ্যই গুৰুৰ কৃপা লাভ কৰে। এই দীক্ষাক সৰ্বোচ্চ দীক্ষা বুলি ধৰা হয়।

#শাস্ত্ৰজ্ঞানম্অমৃতম্

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamGuru Purnima
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা
অসম

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

October 14, 2026
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ
অপৰাধ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

October 14, 2026
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য
ভাৰত

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

October 14, 2026
দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা
ভাৰত

দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

October 14, 2026
Next Post
১৬ বছৰীয়া কিশোৰীক মাতৃৰ প্ৰেমিকৰ ধৰ্ষণ, গৰ্ভৱতী হোৱাৰ পিছতহে ফাদিল ধৰ্ষণ কাণ্ড

১৬ বছৰীয়া কিশোৰীক মাতৃৰ প্ৰেমিকৰ ধৰ্ষণ, গৰ্ভৱতী হোৱাৰ পিছতহে ফাদিল ধৰ্ষণ কাণ্ড

ৰাজনীতি ত্যাগ কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে! প্ৰিয়ংকা গান্ধীয়ে চলাব কংগ্ৰেছ!

ৰাজনীতি ত্যাগ কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে! প্ৰিয়ংকা গান্ধীয়ে চলাব কংগ্ৰেছ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.