• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰণবীৰ সিঙলৈ পুনৰ নগ্ন ফ’টোশ্বুটৰ অফাৰ! এইবাৰ কোন বিদেশী সংস্থাই দিছে এই অফাৰ?

ৰণবীৰ সিঙলৈ পুনৰ নগ্ন ফ’টোশ্বুটৰ অফাৰ! এইবাৰ কোন বিদেশী সংস্থাই দিছে এই অফাৰ?

4 years ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

10 hours ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

10 hours ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

11 hours ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

12 hours ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

13 hours ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

13 hours ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

14 hours ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

15 hours ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

15 hours ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

16 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

17 hours ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ৰণবীৰ সিঙলৈ পুনৰ নগ্ন ফ’টোশ্বুটৰ অফাৰ! এইবাৰ কোন বিদেশী সংস্থাই দিছে এই অফাৰ?

editor by editor
August 6, 2022
in চিনেমা, বিবিধ, বিশ্ব
0
ৰণবীৰ সিঙলৈ পুনৰ নগ্ন ফ’টোশ্বুটৰ অফাৰ! এইবাৰ কোন বিদেশী সংস্থাই দিছে এই অফাৰ?
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউডৰ অভিনেতা ৰণবীৰ সিঙে কিছুদিন পূৰ্বে আলোচনীৰ বাবে এটা নগ্ন ফটোশ্বুট কৰি দেশত বিতৰ্কৰ সূচনা কৰিছিল৷ অৱশ্যে ই কেৱল বিতৰ্কতে সীমাৱদ্ধ হৈ থকা নাছিল, মুম্বাইৰ কে’বাখনো আৰক্ষী থানাত ৰণবীৰৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল৷ আনকি ৰণবীৰ সিঙক কটু সমালোচনা কৰি বিভিন্ন চহৰত প্ৰতিবাদী সমদলো উলিওৱা হৈছিল৷

এই বিতৰ্কই দেশৰ আৱহাৱা গৰম কৰিলেও অদ্যপি অভিনেতা ৰণবীৰ সিঙে কোনো প্ৰতিক্ৰিয়া অথবা স্পষ্টীকৰণ দিয়াৰ পৰা বিৰত থাকি মৌন হৈয়ে আছে৷ কিন্তু ইয়াৰ মাজতে এতিয়া ৰণবীৰ সিঙলৈ পুনৰ নগ্ন ফটোশ্বুট কৰাৰ অফাৰ পাইছে। এইবাৰ এই ফটোশ্বুট কোনো আলোচনীৰ বাবে নহয় এটা সংস্থাইহে এই অফাৰ আগবঢ়াইছে।

People for the Ethical Treatment of Animal চমুকৈ PETAএ ৰণবীৰ সিঙক নগ্ন ফটোশ্বুটৰ প্ৰস্তাৱ দিছে। PETAএ ৰণবীৰ সিঙৰ বাবে এটা নগ্ন ফটোশ্বুট কৰিবলৈ অনুৰোধ জনাই এখন পত্ৰ লিখিছে।

লগতে পঢ়ক কইনাই দৰাৰ ভাতৃসকলকো কৰাব লাগে বিবাহ! ভাৰতৰ ক’ত প্ৰচলিত আছে এই প্ৰথা?

PETAৰ এই চিঠিখনো এতিয়া ছ’চিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে। এই চিঠিখনত লিখা হৈছে ‘আশাকৰোঁ আপুনিও আমাৰ বাবে পেণ্টটো খুলি দিব’৷ সহজ ভাষাত PETAএ ৰণবীৰক অনুৰোধ কৰিছে যে তেওঁ পেপাৰ আলোচনীৰ বাবে কৰা একেটা নগ্ন ফটোশ্বুট তেওঁলোকৰ বাবেও আকৌ এবাৰ কৰক।

চিঠিখনত লিখা আছে, ‘‘PETAৰ পৰা আপোনাক শুভেচ্ছা জনাইছো। পেপাৰ আলোচনীৰ বাবে আপোনাৰ ফটোশ্বুট কৰা আমি দেখিলোঁ। আশাকৰোঁ আমাৰ বাবে আপোনাৰ পেন্ট খুলি উলংগ হ’ব। জীৱ-জন্তুৰ প্ৰতি থকা প্ৰেমক প্ৰসাৰিত কৰিবলৈ PETAৰ বাবে আপুনি নগ্ন হ’বনে?’’

অৱশ্যে PETAএ ক মহৎ উদ্দেশ্যৰ বাবেহে ৰণবীৰ সিঙক নগ্নফ’টোশ্বুটৰ বাবে আহ্বান জনাইছে৷ PETA জীৱ-জন্তু সুৰক্ষা আৰু আমিষ আহাৰৰ পৰিবৰ্তে নিৰামিষ আহাৰৰ প্ৰচাৰৰ বাবেহে ৰণবীৰক এই আহ্বান জনাইছে৷

লগতে পঢ়ক মহিলালৈ উলংগ হৈ ভিডিঅ’ কলিং সাংসদৰ, স্পষ্টীকৰণত কি ক’লে অভিযুক্ত সাংসদে?

PETAএ লগতে আৰু লিখিছে, ‘‘ইয়াৰ টেগলাইন হ’ব ‘সকলো প্ৰাণীৰ অংশ একে’। উদাহৰণস্বৰূপে আমি পামেলা এণ্ডাৰছনৰ এখন ফটো সংলগ্ন কৰিছো।’’

চিঠিত এটা বাতৰিৰ উদ্ধৃতি দি PETAএ কৈছে যে কেনেকৈ জীৱ-জন্তুবোৰ মাকৰ পৰা কাঢ়ি লৈ ​​যায় আৰু কেনেকৈ পিঞ্জৰাত ৰখা হয়। এতিয়া PETAৰ এই আহ্বান গ্ৰহণ কৰি ৰণবীৰ সিঙে আকৌ এবাৰ নগ্ন ফ’টোশ্বুট কৰিব নে নকৰে সেয়া লক্ষণীয় হ’ব৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Actor Ranveer Singhacxom live 24 digitalasom live 24assam ka tazza khabarassam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in Assamnude photoshootPETARanveer Singh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!
জীৱনশৈলী

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

April 30, 2026
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা
ভাৰত

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

April 30, 2026
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী
বাণিজ্য

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

April 30, 2026
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা
জীৱনশৈলী

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

April 30, 2026
Next Post
নাগ পঞ্চমীত শৰীৰত প্ৰৱেশ ম’হাসুৰ! ম’হৰ দানা খাই ভক্তক আশীৰ্বাদ দিলে কোনে?

নাগ পঞ্চমীত শৰীৰত প্ৰৱেশ ম’হাসুৰ! ম’হৰ দানা খাই ভক্তক আশীৰ্বাদ দিলে কোনে?

বৰপুত্ৰৰ প্ৰেমৰ সম্পৰ্কত আপত্তি! পৰকীয়া প্ৰেমিক, সৰুপুত্ৰৰ সহায়ত বৰপুত্ৰক হত্যা মাতৃৰ

বৰপুত্ৰৰ প্ৰেমৰ সম্পৰ্কত আপত্তি! পৰকীয়া প্ৰেমিক, সৰুপুত্ৰৰ সহায়ত বৰপুত্ৰক হত্যা মাতৃৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.