• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাগ পঞ্চমীত শৰীৰত প্ৰৱেশ ম’হাসুৰ! ম’হৰ দানা খাই ভক্তক আশীৰ্বাদ দিলে কোনে?

নাগ পঞ্চমীত শৰীৰত প্ৰৱেশ ম’হাসুৰ! ম’হৰ দানা খাই ভক্তক আশীৰ্বাদ দিলে কোনে?

4 years ago
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

18 minutes ago
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

36 minutes ago
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

2 hours ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

2 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

3 hours ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

4 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

5 hours ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

15 hours ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

15 hours ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

15 hours ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

15 hours ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

নাগ পঞ্চমীত শৰীৰত প্ৰৱেশ ম’হাসুৰ! ম’হৰ দানা খাই ভক্তক আশীৰ্বাদ দিলে কোনে?

editor by editor
August 6, 2022
in বিবিধ, ভাৰত
0
নাগ পঞ্চমীত শৰীৰত প্ৰৱেশ ম’হাসুৰ! ম’হৰ দানা খাই ভক্তক আশীৰ্বাদ দিলে কোনে?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চ’ছিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে৷ ভিডিঅ’টোত দেখা গৈছে যে দুটা ডাঙৰ পাত্ৰত খেৰ কাটি ম’হৰ দানা থোৱা আছে৷ উক্ত পাত্ৰ দুটাৰ পৰা এজন লোকে ম’হৰ দৰেই দানা ভক্ষণ কৰি এক অস্বাভাৱিক আচৰণ কৰিবলৈ ধৰিছে৷

এই ভিডিঅ’টো উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জৰ৷ প্ৰকাশিত খবৰ মতে মহাৰাজগঞ্জৰ এজন ব্যক্তিৰ শৰীৰত প্ৰতি তিনিবছৰৰ অন্তত নাগ পঞ্চমীৰ দিনা ‘ভাইনসাসুৰ’ (ম’হাসুৰ!) প্ৰৱেশ কৰে৷ এই ম’হাসুৰে প্ৰৱেশ কৰিলেই লোকজনক ডাঙৰ পাত্ৰত ম’হৰ দানা দিয়া হয় আৰু তেওঁ ম’হৰ দৰেই পাত্ৰৰ পৰা দানা ভক্ষণ কৰে৷

লোকজনে ম’হৰ দানা খাবলৈ ধৰিলে বৃহৎসংখ্যক লোকে আহি তেওঁৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে৷ ভিডিঅ’টোতো দেখা গৈছে যে বহু লোকে ম’হাসুৰক আগুৰি আছে আৰু তাৰে একাংশই সেৱা কৰি কলৰ বাকলি গুচাই তেওঁক কল খোৱাই দিছে৷

লগতে পঢ়ক CWG 2022ত স্তব্ধ গতি! ২০০ মিটাৰ দৌৰত ছেমিৰ পৰাই বাহিৰ ধিং এক্সপ্ৰেছ হিমা

স্থানীয় লোকে লোকজনক বিশ্বাস কৰি সেৱা কৰি আশীৰ্বাদ গ্ৰহণ কৰিলেও একাংশই ইয়াক অন্ধবিশ্বাস বুলিয়েই অভিহিত কৰি আহিছে৷ ইফালে প্ৰতি তৃতীয় নাগ পঞ্চমীৰ দিনা ভাইনসাসুৰ হোৱা বুলি দাবী কৰা ব্যক্তিজনৰ নাম হ’ল বুধিৰাম। আগতে তেওঁ ৰোডৱেত কাম কৰিছিল আৰু এতিয়া অৱসৰপ্ৰাপ্ত। বুধিৰামে জনোৱা মতে, তেওঁৰ শৰীৰত বিগত ৪০ বছৰে ভাইনসাসুৰে প্ৰৱেশ কৰি আহিছে।

‘भैंसासुर’ इस शख्स के शरीर में घुसा! नागपंचमी को खाने के बजाय खाता है भूसा #ViralVideo @ZeeNews इस वीडियो की पुष्टि नहीं करता #Socialmedia #UttarPradesh pic.twitter.com/eeUSU0HvXl

— Zee News (@ZeeNews) August 6, 2022

নাগ পঞ্চমীৰ দিনা তেওঁ নিজৰ ঘৰৰ বাহিৰত নিৰ্মিত মাতাৰ মন্দিৰত বহি থাকে। তাৰ পিছত মানুহে তেওঁক ফুলৰ মালা আগবঢ়াই সন্মান কৰে। ইয়াৰ পিছত তেওঁ ম’হৰ দৰে খেৰ অৰ্থাৎ দানা খাবলৈ আৰম্ভ কৰে।

লগতে পঢ়ক কইনাই দৰাৰ ভাতৃসকলকো কৰাব লাগে বিবাহ! ভাৰতৰ ক’ত প্ৰচলিত আছে এই প্ৰথা?

বুধিৰামে দাবী কৰিছে যে প্ৰতি তৃতীয় বছৰত নাগ পঞ্চমীৰ দিনা ভাইনসাসুৰে তেওঁৰ শৰীৰত প্ৰৱেশ কৰে। কিন্তু বাকী দিনটো তেওঁ স্বাভাৱিক হৈ থাকে। ৩ বছৰত মাত্ৰ ১ দিনহে ম’হৰ দৰে আচৰণ কৰে।

ছ’চিয়েল মিডিয়াত একাংশ ব্যৱহাৰকাৰীয়ে ইয়াক অন্ধবিশ্বাস বুলি অভিহিত কৰাৰ বিপৰীতে আন কিছুমান ব্যৱহাৰকাৰীয়ে এই ঘটনাৰ বিষয়ে জানি আচৰিত হৈছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে বিশ্বাস কৰাটো অতি কঠিন। সঁচাকৈয়ে এনেকুৱা হ’ব পাৰেনে?

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assammaharajganjnag panchamiup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?
জীৱনশৈলী

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

September 30, 2026
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!
বিনোদন

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

September 30, 2026
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ
প্ৰযুক্তি

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

September 30, 2026
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে
অসম

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

September 30, 2026
Next Post
বৰপুত্ৰৰ প্ৰেমৰ সম্পৰ্কত আপত্তি! পৰকীয়া প্ৰেমিক, সৰুপুত্ৰৰ সহায়ত বৰপুত্ৰক হত্যা মাতৃৰ

বৰপুত্ৰৰ প্ৰেমৰ সম্পৰ্কত আপত্তি! পৰকীয়া প্ৰেমিক, সৰুপুত্ৰৰ সহায়ত বৰপুত্ৰক হত্যা মাতৃৰ

পৰিচালকৰ পৈণত ফচল ‘উপসৰ্গ’

পৰিচালকৰ পৈণত ফচল ‘উপসৰ্গ’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.