• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাৰ্ছিংহোমত চাৰি বছৰৰ তলৰ শিশুক নিযুক্তি! দৰমহা হিচাপে দিয়ে গাখীৰ আৰু ডায়েপাৰ

নাৰ্ছিংহোমত চাৰি বছৰৰ তলৰ শিশুক নিযুক্তি! দৰমহা হিচাপে দিয়ে গাখীৰ আৰু ডায়েপাৰ

4 years ago
প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

60 minutes ago
ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

2 hours ago
পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

3 hours ago
NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

3 hours ago
আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ

আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ

4 hours ago
আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

5 hours ago
CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

5 hours ago
CJPৰ আন্দোলনক লৈ বিস্ফোৰক অভিযোগ অভিনেত্ৰী আকাংক্ষা পুৰীৰ

CJPৰ আন্দোলনক লৈ বিস্ফোৰক অভিযোগ অভিনেত্ৰী আকাংক্ষা পুৰীৰ

6 hours ago
ছোনম ৱাংচুকৰ অনশন ভংগৰ পিছতে প্ৰতিবাদকাৰীলৈ অভিজিত দীপকেৰ কি নতুন বাৰ্তা?

ছোনম ৱাংচুকৰ অনশন ভংগৰ পিছতে প্ৰতিবাদকাৰীলৈ অভিজিত দীপকেৰ কি নতুন বাৰ্তা?

7 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

8 hours ago
সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

20 hours ago
কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

নাৰ্ছিংহোমত চাৰি বছৰৰ তলৰ শিশুক নিযুক্তি! দৰমহা হিচাপে দিয়ে গাখীৰ আৰু ডায়েপাৰ

editor by editor
September 2, 2022
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
নাৰ্ছিংহোমত চাৰি বছৰৰ তলৰ শিশুক নিযুক্তি! দৰমহা হিচাপে দিয়ে গাখীৰ আৰু ডায়েপাৰ
0
SHARES
218
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জাপানৰ এখন নাৰ্ছিংহোমৰ নতুন নিযুক্তিয়ে সংবাদ শিৰোণাম দখল কৰিছে৷ প্ৰকাশিত খবৰ মতে দক্ষিণ জাপানৰ কিটাকিউছু নামৰ নাৰ্ছিংহোমখনত শিশুক নিযুক্তি প্ৰদান কৰা হৈছে আৰু নিযুক্তি প্ৰাপ্ত শিশুক দৰমহা হিচাপে গাখীৰ ডায়েপাৰ প্ৰদান কৰা হৈছে৷

নাৰ্ছিংহোম কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে চিকিৎসালয়খনত চিকিৎসাধীন বৃদ্ধ ৰোগীসকলক শিশুসকলে সংগ দিব লাগে৷ অৰ্থাৎ নাৰ্ছিংহোমখনত চিকিৎসাধীন বৃদ্ধসকলৰ দুখ বেদনা শিশুৰ কলকলনিৰে লাঘৱ কৰাৰ বাবেই এই উদ্যোগ লোৱা হৈছে৷ সেয়ে নাৰ্ছিংহোমখনে চাৰি বছৰৰ তলৰ শিশুকহে নিযুক্তি প্ৰদান কৰিছে৷

নাৰ্ছিংহোমখনে শিশুসকলৰ অভিভাৱকৰ সৈতে কৰা চুক্তিপত্ৰত কোৱা হৈছে নিযুক্তিপ্ৰাপ্ত শিশুসকলে যেতিয়াই মন যায় তেতিয়াই কামলৈ আহিব পাৰিব আৰু তেওঁলোকৰ যেতিয়াই ভোক লাগে তেতিয়াই খাব পাৰিব আৰু টোপনি আহিলে শুব পাৰিব৷ মুঠৰ শিশুসকলে নিজৰ মেজাজৰ মতেই চলিব তথা বিৰতি ল’ব পাৰিব৷

লগতে পঢ়ক অভিনেত্ৰী মহালক্ষ্মীৰ দ্বিতীয় বিবাহসম্পন্ন, বিয়াৰ ফ’টোৱে জয় কৰিছে অনুৰাগীৰ হৃদয়

এইক্ষেত্ৰত নাৰ্চিংহোমৰ মুৰব্বী কিমি গণ্ডোৱে কয় যে এতিয়ালৈকে ৩০ টাতকৈ অধিক কেঁচুৱাৰ অভিভাৱকে স্বাক্ষৰ কৰিছে আৰু তেওঁলোকে ১০০ জনতকৈ অধিক ৮০ বছৰীয়া বৃদ্ধৰ মনোবল বৃদ্ধি কৰাৰ কামত সহায় কৰিছে৷

তেওঁ লগতে কয় যে কেঁচুৱাক দেখিলেই আমাৰ বাসিন্দাসকলৰ মুখত হাঁহি বিৰিঙি উঠে৷ গণ্ডোৱে আৰু কয়, ‘‘কেঁচুৱাকেইটাৰ সৈতে সকলো সময়তে মাকৰ লগত থাকে। ঠিক যেন মাকৰ সৈতে পাৰ্কত ফুৰিবলৈহে লৈ গৈছে।’’

স্থানীয় এটা টিভি ষ্টেচনক এজন বাসিন্দাই এই সন্দৰ্ভত কয় যে ‘‘তেওঁলোক মৰমলগা। ই মোক যেতিয়া পেৰেন্টিং কৰি আছিলো সেই কথা মনত পেলাই দিয়ে।’’

আনহাতে, এতিয়ালৈকে এই আঁচনিখনে উৎকৃষ্ট ফল দিছে বুলি গণ্ডোৱে কয় ‘‘কিছুমান শিশুৱে আমাৰ বাসিন্দাসকলৰ লগত ইমান ভালদৰে মিলি যায় যে তেওঁলোক প্ৰকৃত ককা-আইতা আৰু নাতি-নাতিনীৰ দৰেই লাগে।’’

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal of AssamBest Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?
ভাৰত

প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

July 24, 2026
পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?
জীৱনশৈলী

পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

July 24, 2026
আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ
ভাৰত

আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ

July 24, 2026
আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য
জীৱনশৈলী

আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

July 24, 2026
Next Post
সাম্প্ৰদায়িক সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন মুছলমান মহিলাৰ, ঘৰলৈ নি স্থাপন কৰিলে গণপতি বাবাক

সাম্প্ৰদায়িক সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন মুছলমান মহিলাৰ, ঘৰলৈ নি স্থাপন কৰিলে গণপতি বাবাক

চাৰে তিনিবছৰীয়া কন্যা শিশুক ডিজিটেল ধৰ্ষণ! যাৱজ্জীৱন কাৰাদণ্ড ৬৫ বছৰীয়া বৃদ্ধক

চাৰে তিনিবছৰীয়া কন্যা শিশুক ডিজিটেল ধৰ্ষণ! যাৱজ্জীৱন কাৰাদণ্ড ৬৫ বছৰীয়া বৃদ্ধক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.