• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বজাৰত নাপাব জনছন পাউডাৰ! বাতিল জনছন এণ্ড জনছল প্ৰাইভেট লিমিটেডৰ অনুজ্ঞাপত্ৰ…

বজাৰত নাপাব জনছন পাউডাৰ! বাতিল জনছন এণ্ড জনছল প্ৰাইভেট লিমিটেডৰ অনুজ্ঞাপত্ৰ…

4 years ago
ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

6 hours ago
জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

7 hours ago
টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

7 hours ago
ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

8 hours ago
শাহুৰ হ’ব প্ৰিয় বোৱাৰী, মাত্ৰ আজিয়েই অনুসৰণ কৰক এই উপায়!

শাহুৰ হ’ব প্ৰিয় বোৱাৰী, মাত্ৰ আজিয়েই অনুসৰণ কৰক এই উপায়!

9 hours ago
বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!

বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!

9 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

10 hours ago
গৰমত কুঁহিয়াৰৰ ৰস সেৱন কৰি ভাল পায় নেকি? বিপদৰ পূৰ্বে সাৱধান!

গৰমত কুঁহিয়াৰৰ ৰস সেৱন কৰি ভাল পায় নেকি? বিপদৰ পূৰ্বে সাৱধান!

11 hours ago
ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

12 hours ago
পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

13 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

13 hours ago
অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বজাৰত নাপাব জনছন পাউডাৰ! বাতিল জনছন এণ্ড জনছল প্ৰাইভেট লিমিটেডৰ অনুজ্ঞাপত্ৰ…

editor by editor
September 17, 2022
in বাণিজ্য, ভাৰত
0
বজাৰত নাপাব জনছন পাউডাৰ! বাতিল জনছন এণ্ড জনছল প্ৰাইভেট লিমিটেডৰ অনুজ্ঞাপত্ৰ…
0
SHARES
4.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাতিল কৰা হৈছে জনছন এণ্ড জনছন প্ৰাইভেট লিমিটেডৰ অনুজ্ঞাপত্ৰ। শুকুৰবাৰে মহাৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধৰ গুণাগুণ পৰীক্ষা কৰা সংস্থা FDA (Food and Drugs Administration)-এ বাতিল কৰিছে জনছন প্ৰাইভেট লিমিটেডৰ বেবী পাউদাৰ নিৰ্মাণৰ অনুজ্ঞাপত্ৰ। দেশৰ বৃহত্তৰ জনগণৰ স্বাৰ্থতেই FDA-এ গ্ৰহণ কৰিছে এই পদক্ষেপ।

শুকুৰবাৰে মহাৰাষ্ট্ৰ চৰকাৰে জাৰি কৰা বিজ্ঞাপ্তিত কোৱা অনুসৰি জনছনৰ বেবী পাউডাৰে নৱজাতকৰ ছালত কুপ্ৰভাৱ পেলাইছে। শিশুৰ বাবে এই পাউডাৰ উপযোগী নহয় বুলিও FDA-এ প্ৰকাশ কৰিছে।

লেবৰটৰী টেষ্টত জনছন বেবী পাউডাৰৰ pH ভেল্যুত খেলিমেলি পোৱা গৈছিল। কলকাতাত থকা চেণ্ট্ৰেল ড্ৰাগছ লেবৰটৰীত কৰা পৰীক্ষাৰ পিছতেই এই পদক্ষেপ গ্ৰহণ কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে। জনছনৰ বেবী পাউডাৰৰ নমূনা পৰীক্ষাত এই পাউডাৰৰ pH থাকিব লগা IS 5339:2004-ৰ সৈতে খাপ খোৱা নাই।

লগতে পঢ়ক পিতৃৰ মৃত্যুত মুণ্ডন নকৰাটোৱেই হ’ল অপৰাধ! ৪ টা পৰিয়ালক কৰা হ’ল সমাজচ্যুত

পৰীক্ষাৰ অন্তত এই পাউডাৰ উন্নত মানদণ্ডৰ নহয় বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে। FDA-এ ড্ৰাগছ ক’ছমেটিকছ এক্ট ১৯৪০-ৰ অধীনত জনছন আৰু জনছনক কাৰণ দৰ্শোৱাৰ জাননী দিছে।

ইয়াৰোপৰি বৰ্তমান ষ্টকত থকা জনছন পাউডাৰৰ ষ্টকৰ সময়ো প্ৰকাশ কৰিবলৈ কোম্পানীটোক নিৰ্দেশ দিছে মহাৰাষ্ট্ৰ চৰকাৰে। ইপিনে চৰকাৰে জাননী দিয়াৰ পিছতো কোম্পানীটোৱে তেওঁলোকৰ প্ৰডাক্ট পৰীক্ষাৰ বাবে লেবৰটৰীলৈ পঠাবলৈ অস্বীকাৰ কৰে। যাৰ বাবে FDA-এ কোম্পানীটোৰ অনুজ্ঞাপত্ৰ বাতিল কৰে।

See mORE

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamjohnson & johnsonjohnson & johnson baby powder
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত
বাণিজ্য

পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

May 24, 2026
অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance
বাণিজ্য

অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

May 24, 2026
তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?
বাণিজ্য

তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

May 23, 2026
ক ণ্ডমৰ মূল্য হ’ব নেকি বৃদ্ধি? মধ্যপ্ৰাচ্যৰ সৈতে ইয়াৰ সম্পৰ্ক কি জানক
বাণিজ্য

ক ণ্ডমৰ মূল্য হ’ব নেকি বৃদ্ধি? মধ্যপ্ৰাচ্যৰ সৈতে ইয়াৰ সম্পৰ্ক কি জানক

May 23, 2026
Next Post
বাছ ষ্টেণ্ডৰ বেঞ্চত একেলগে বহে যুৱক-যুৱতীয়ে! স্থানীয় লোকৰ আপত্তি তিনিটা ভাগত বিভক্ত কৰিলে বেঞ্চ!

বাছ ষ্টেণ্ডৰ বেঞ্চত একেলগে বহে যুৱক-যুৱতীয়ে! স্থানীয় লোকৰ আপত্তি তিনিটা ভাগত বিভক্ত কৰিলে বেঞ্চ!

বিশ্বৰ সৰ্বাধিক বিবাহ কৰা পুৰুষ! ৬৩ বছৰত ৫৩ গৰাকী নাৰীক বিবাহ কৰালে এক পুৰুষে!

বিশ্বৰ সৰ্বাধিক বিবাহ কৰা পুৰুষ! ৬৩ বছৰত ৫৩ গৰাকী নাৰীক বিবাহ কৰালে এক পুৰুষে!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.