• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিতৃৰ মৃত্যুত মুণ্ডন নকৰাটোৱেই হ’ল অপৰাধ! ৪ টা পৰিয়ালক কৰা হ’ল সমাজচ্যুত

পিতৃৰ মৃত্যুত মুণ্ডন নকৰাটোৱেই হ’ল অপৰাধ! ৪ টা পৰিয়ালক কৰা হ’ল সমাজচ্যুত

4 years ago
বকেয়া কাম দ্ৰুত শেষ কৰক, মন্ত্ৰিপৰিষদৰ বৈঠকত দেশৰ ভৱিষ্যতক লৈ কি কি সিদ্ধান্ত? মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতি, কি হ’ব পাৰে দেশৰ ভৱিষ্যত?

বকেয়া কাম দ্ৰুত শেষ কৰক, মন্ত্ৰিপৰিষদৰ বৈঠকত দেশৰ ভৱিষ্যতক লৈ কি কি সিদ্ধান্ত? মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতি, কি হ’ব পাৰে দেশৰ ভৱিষ্যত?

1 hour ago
বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?

বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?

2 hours ago
মাত্ৰ ৫০ বছৰ বয়সৰ ভিতৰতেই ২ কোটি টকাৰ মালিক হোৱাৰ সপোন দেখিছে? যদি ৩০ বছৰ বয়স হয় তেন্তে কিমান টকাৰ SIP কৰিব?

মাত্ৰ ৫০ বছৰ বয়সৰ ভিতৰতেই ২ কোটি টকাৰ মালিক হোৱাৰ সপোন দেখিছে? যদি ৩০ বছৰ বয়স হয় তেন্তে কিমান টকাৰ SIP কৰিব?

2 hours ago
গজকেশৰী আৰু বুধাদিত্য যোগৰ ডাবল ধামাকা, আজিৰ পৰাই ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, অৰ্থকষ্ট শেষ হ’ব কাৰ কাৰ?

গজকেশৰী আৰু বুধাদিত্য যোগৰ ডাবল ধামাকা, আজিৰ পৰাই ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, অৰ্থকষ্ট শেষ হ’ব কাৰ কাৰ?

2 hours ago
জুন মাহত ৫গ্ৰহৰ অৱস্থান সলনিত গঠিত হ’ব ৩টাকৈ ৰাজযোগ, সলনি হ’ব এই ৪ৰাশিৰ জীৱন

জুন মাহত ৫গ্ৰহৰ অৱস্থান সলনিত গঠিত হ’ব ৩টাকৈ ৰাজযোগ, সলনি হ’ব এই ৪ৰাশিৰ জীৱন

3 hours ago
এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে

এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে

4 hours ago
চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

4 hours ago
বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

16 hours ago
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

17 hours ago
PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

17 hours ago
শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

18 hours ago
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পিতৃৰ মৃত্যুত মুণ্ডন নকৰাটোৱেই হ’ল অপৰাধ! ৪ টা পৰিয়ালক কৰা হ’ল সমাজচ্যুত

editor by editor
September 17, 2022
in অসম
0
পিতৃৰ মৃত্যুত মুণ্ডন নকৰাটোৱেই হ’ল অপৰাধ! ৪ টা পৰিয়ালক কৰা হ’ল সমাজচ্যুত
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজ্যত এটাৰ পিছত এটাকৈ পোহৰলৈ আহিছে সমাজক লজ্জানত কৰা ঘটনা। এইবাৰ বৰপেটাৰ বাৰাদিত ৪ টা পৰিয়ালক সমাজচ্যুত কৰাৰ ঘটনা পোহৰলৈ আহিছে।

জানিব পৰা মতে এটা পৰিয়ালে পিতৃৰ বিয়োগৰ পিছত মুণ্ডন নকৰাক লৈ এই ঘটনাৰ সূত্ৰপাট হৈছিল। সেই পৰিয়ালটোৰ লগতে তেওঁলোকৰ লগত যোগসূত্ৰ ৰখাৰ অপৰাধতেই এতিয়া আন ৩ টা পৰিয়ালকো সমাজে সমাজচ্যুত কৰিছে।

ঘটনাৰ বিৱৰণীৰ মতে ৩ বছৰ পূৰ্বে সত্ৰ বাৰাদি নিৱাসী মনু দাসৰ পিতৃৰ মৃত্যু হৈছিল। শ্ৰমীন্ত শঙ্কৰদেৱ সংঘৰ অনুগামী হোৱা সূত্ৰে পিতৃৰ বিয়োগৰ শুদ্ধি কৰ্মত মুণ্ডন কৰা নাছিল মনমোহন দাস সমন্বিতে তেওঁৰ আন দুগৰাকী ভাতৃয়ে।

লগতে পঢ়ক দুই সন্তানৰ স্বামীৰ দ্বিতীয় এটা পৰিয়ালো আছে! বিয়াৰ ২৫ বছৰ পিছত ফেচবুকৰ পৰা গম পালে পত্নীয়ে

পিতৃ বিয়োগৰ শুদ্ধি কৰ্মত মুণ্ডন নকৰাটোৱেই পৰিয়ালটোৰ অপৰাধ হ’ল। ইয়াৰ পাছতে কু-সংস্কাৰী সমাজে পৰিয়ালটোক এঘৰীয়া কৰে।

পৰিয়ালটোৰ প্ৰতি হোৱা এই অন্যায়ৰ বিপৰীতে মনমোহন দাসৰ পিতৃৰ শ্ৰাদ্ধ কৰ্মত পূৰ্ণ সহযোগ কৰে গাঁওখনৰে আন এগৰাকী বাসিন্দা তথা সুদীৰ্ঘ ৩৫ বছৰ বাৰাদি সত্ৰ পৰিচালনা সমিতিৰ সভাপতি-সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰা বৈষ্ণৱ বীৰেণ পাঠকে। তেওঁলোকক সহযোগ কৰাৰ বাবেই বিৰেণ পাঠকো সমাজৰ পৰা বিতাৰিত হ’বলগীয়া হ’ল।

আনপিনে এবছৰ পূৰ্বে বৈষ্ণৱ বিৰেণ পাঠকক নিজ সন্তানৰ নামকৰণ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰাৰ বাবে আন এগৰাকী গাঁৱৰে বাসিন্দা হৰেণ পাঠককো এঘৰীয়া কৰা হয়।

লগতে পঢ়ক বাংগালুৰুৰ বিমানবন্দৰ সমীপত আৰক্ষীৰ অভিযান, দেহ ব্যৱসায়ত জড়িত ৯ ব্যক্তিক গ্ৰেপ্তাৰ

এনেদৰে এটাৰ পিছত এটাকৈ অতি সম্প্ৰতি বৰপেটাৰ বাৰাদিত সমাজৰ পৰা ৪ টাকৈ পৰিয়ালে বিতাৰিত জীৱন অতিবাহিত কৰিবলগীয়া হৈছে।

আনকি এই পৰিয়াল কেইটাৰ সতে যদি গাঁৱৰ আন বাসিন্দাই আহ-যাহ কৰে তেতিয়া সেই পৰিয়ালকো সমাজৰ পৰা এঘৰীয়া কৰা বুলি ভীতিগ্ৰস্ত কৰি ৰাখিছে এদল কু-সংস্কাৰী লোকে। এতিয়া এই অন্যায় অবিচাৰৰ পৰা দুৰ্ভগীয়া পৰিয়াল ৪ টা মুক্তি তথা ন্যায় বিচাৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?
অসম

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

May 21, 2026
জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?
অসম

জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?

May 21, 2026
‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
অসম

‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

May 20, 2026
আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?
অসম

আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

May 20, 2026
Next Post
হঠাতে একাউণ্টত সোমাল ১১ কোটি টকা! তাৰ পিছত কি হ’ল? জানিবলৈ চাওক…

হঠাতে একাউণ্টত সোমাল ১১ কোটি টকা! তাৰ পিছত কি হ’ল? জানিবলৈ চাওক…

বজাৰত নাপাব জনছন পাউডাৰ! বাতিল জনছন এণ্ড জনছল প্ৰাইভেট লিমিটেডৰ অনুজ্ঞাপত্ৰ…

বজাৰত নাপাব জনছন পাউডাৰ! বাতিল জনছন এণ্ড জনছল প্ৰাইভেট লিমিটেডৰ অনুজ্ঞাপত্ৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.