• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাংগালুৰুৰ বিমানবন্দৰ সমীপত আৰক্ষীৰ অভিযান, দেহ ব্যৱসায়ত জড়িত ৯ ব্যক্তিক গ্ৰেপ্তাৰ

বাংগালুৰুৰ বিমানবন্দৰ সমীপত আৰক্ষীৰ অভিযান, দেহ ব্যৱসায়ত জড়িত ৯ ব্যক্তিক গ্ৰেপ্তাৰ

4 years ago
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

2 minutes ago
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

32 minutes ago
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

1 hour ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

2 hours ago
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

3 hours ago
জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

4 hours ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

16 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

17 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

18 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

18 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

18 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বাংগালুৰুৰ বিমানবন্দৰ সমীপত আৰক্ষীৰ অভিযান, দেহ ব্যৱসায়ত জড়িত ৯ ব্যক্তিক গ্ৰেপ্তাৰ

editor by editor
September 16, 2022
in অপৰাধ, ভাৰত
0
বাংগালুৰুৰ বিমানবন্দৰ সমীপত আৰক্ষীৰ অভিযান, দেহ ব্যৱসায়ত জড়িত ৯ ব্যক্তিক গ্ৰেপ্তাৰ
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাংগালুৰু বিমানবন্দৰৰ সমীপৰ এটা চৌহদত আৰক্ষীয়ে অভিযান চলাই দেহ ব্যৱসায়ত থকা এটা ঘৰৰ গৰাকীকে ধৰি ৯ জন লোকক গ্ৰেপ্তাৰ কৰিছে৷

গৃহটোত বিদেশী মহিলাই অসংযত অৱস্থাত নৃত্য কৰি থকাৰ তথ্য লাভ কৰাৰ পাছতে আৰক্ষীৰ এটা দলে সেই স্থানত অভিযান চলায়।

যোৱা ৬ ছেপ্টেম্বৰত সংঘটিত হোৱা ঘটনাটো আৰক্ষীয়ে ভিলাটোত উদ্ধাৰ কৰা মহিলাসকলকো সোধা-পোছাৰ বাবে জিম্মাত লয়।

লগতে পঢ়ক পৰীক্ষাত ফেইল পতঞ্জলি ঘিউ! ইয়াৰ পাছত কি ক’লে বাবা ৰামদেৱে? জানিবলৈ চাওক…

ধৃত অভিযুক্তসকলৰ ভিতৰত কল্পেশ নামৰ এজন লোক আছে৷ লিংকডিন প্ৰফাইল অনুসৰি কলপেশ কুশল জুৱেলাৰীৰ স্বত্বাধিকাৰী।

আৰক্ষীয়ে মুঠ ৯ জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। ১৯৫৬ চনৰ ইম্মৰেল ট্ৰেফিক (প্ৰিভেনচন) আইনৰ ৩, ৪, ৫ ধাৰা আৰু ভাৰতীয় দণ্ডবিধিৰ ৩৭০ (ক) (২) ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ
বিশ্ব

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

October 3, 2026
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা
অপৰাধ

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

October 3, 2026
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?
ভাৰত

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

October 3, 2026
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক
বিবিধ

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

October 3, 2026
Next Post
দুই সন্তানৰ স্বামীৰ দ্বিতীয় এটা পৰিয়ালো আছে! বিয়াৰ ২৫ বছৰ পিছত ফেচবুকৰ পৰা গম পালে পত্নীয়ে

দুই সন্তানৰ স্বামীৰ দ্বিতীয় এটা পৰিয়ালো আছে! বিয়াৰ ২৫ বছৰ পিছত ফেচবুকৰ পৰা গম পালে পত্নীয়ে

২৬ ছেপ্টেম্বৰত স্বব্ধ হ’ব অসম! ২৪ ঘণ্টীয়া অসম বন্ধ ঘোষণা ৬ জনগোষ্ঠীয় ঐক্য মঞ্চৰ

২৬ ছেপ্টেম্বৰত স্বব্ধ হ’ব অসম! ২৪ ঘণ্টীয়া অসম বন্ধ ঘোষণা ৬ জনগোষ্ঠীয় ঐক্য মঞ্চৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.