• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিৰ্মাণ সম্পূৰ্ণ কৰা হ’ব হাইড্ৰ’জেন চালিত ৰে’ল! কেতিয়াৰ পৰা দেশত চবিল হাইড্ৰ’জেন চালিত ৰে’ল?

4 years ago
বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?

5 seconds ago
মাত্ৰ ৫০ বছৰ বয়সৰ ভিতৰতেই ২ কোটি টকাৰ মালিক হোৱাৰ সপোন দেখিছে? যদি ৩০ বছৰ বয়স হয় তেন্তে কিমান টকাৰ SIP কৰিব?

10 minutes ago
গজকেশৰী আৰু বুধাদিত্য যোগৰ ডাবল ধামাকা, আজিৰ পৰাই ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, অৰ্থকষ্ট শেষ হ’ব কাৰ কাৰ?

39 minutes ago
জুন মাহত ৫গ্ৰহৰ অৱস্থান সলনিত গঠিত হ’ব ৩টাকৈ ৰাজযোগ, সলনি হ’ব এই ৪ৰাশিৰ জীৱন

2 hours ago
এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে

চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

3 hours ago
বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

15 hours ago
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

16 hours ago
শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

17 hours ago
৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

নিৰ্মাণ সম্পূৰ্ণ কৰা হ’ব হাইড্ৰ’জেন চালিত ৰে’ল! কেতিয়াৰ পৰা দেশত চবিল হাইড্ৰ’জেন চালিত ৰে’ল?

editor by editor
September 16, 2022
in বিবিধ, ভাৰত
0
নিৰ্মাণ সম্পূৰ্ণ কৰা হ’ব হাইড্ৰ’জেন চালিত ৰে’ল! কেতিয়াৰ পৰা দেশত চবিল হাইড্ৰ’জেন চালিত ৰে’ল?
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৩ চনৰ ভিতৰত ভাৰতত হাইড্ৰ’জেন চালিত ৰে’ল সেৱাৰ আৰম্ভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ বিদ্যুৎ আৰু ইন্ধন ৰাহি কৰাৰ স্বাৰ্থত চৰকাৰে হাইড্ৰ’জেন চালিত ৰে’লত গুৰুত্ব প্ৰদান কৰিছে। চৰকাৰে অনাগত সময়ত ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা দূৰ কৰাৰ চেষ্টাৰ লগতে সেউজ হাইড্ৰ’জেন ব্যৱহাৰে কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ লক্ষ্যৰে দেশত এই ৰে’ল সেৱা প্ৰচলন কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে।

উল্লেখ্য যে এতিয়ালৈকে বিশ্বৰ কেৱল জাৰ্মানীয়েহে হাইড্ৰ’জেন চালিত ৰে’ল নিৰ্মাণ কৰিছে। চলিত বছৰত জাৰ্মানীয়ে বিশ্বৰ প্ৰথম হাইড্ৰ’জেন চালিত যাত্ৰীবাহী ৰে’ল মুকলি কৰিছে। আনহাতে ফ্ৰান্সৰ কোম্পানী Alstom-এ প্ৰায় ৯২ মিলিয়ন ডলাৰ ব্যয়েৰে হাইড্ৰ’জেন ফিউৱেল চেল ড্ৰাইভৰ সৈতে ১৪ খন ৰে’ল নিৰ্মাণ কৰিছে।

আনহাতে, ইয়াৰ মাজতে যোৱা মাহত পুনেত কেপিআইটি-চিএছআইআৰে প্ৰস্তুত কৰা প্ৰথমখন থলুৱা হাইড্ৰ’জেন ইন্ধনৰ বাছ ভাৰতত চলিবলৈ আৰম্ভ কৰিছিল।

লগতে পঢ়ক সকাহ লাভ ভিক্টৰ দাসৰ! জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

হাইড্ৰ’জেন চালিত ৰে’লত প্ৰয়োজন হোৱা শক্তি এটা ইন্ধন চেলৰ জৰিয়তে যোগান ধৰা হয়, যিয়ে ৰে’লৰ ছাদত জমা হৈ থকা হাইড্ৰ’জেনক বায়ুত থকা অক্সিজেনৰ সৈতে সংযুক্ত কৰি শক্তি সৃষ্টি কৰা হয়। এই প্ৰক্ৰিয়াত কোনো ধৰণৰ কাৰ্বন-ডাই-অক্সাইড নিৰ্গত নহয়।

হাইড্ৰ’জেন ইন্ধন চেল ৰে’লে ঘণ্টাত সৰ্বোচ্চ ১৪০ কিলোমিটাৰ গতিৰে ১০০০ কিলোমিটাৰ পৰ্যন্ত দীঘলীয়া দূৰত্ব অতিক্ৰম কৰিব পাৰে। ই বৈদ্যুতিক ৰে’লতকৈ দহগুণ বেছি দূৰত্ব অতিক্ৰম কৰে আৰু লগতে ইন্ধন ভৰোৱাৰ বাবেও বেছি সময় নালাগে। ২০ মিনিটত ১৮ ঘণ্টাৰ দূৰত্ব অতিক্ৰম কৰিব পৰাকৈ যথেষ্ট পৰিমাণৰ ইন্ধন ভৰাই ল’ব পাৰি।

হাইড্ৰ’জেন চালিত ৰে’লবোৰ আৰামদায়ক। চলি থকাৰ সময়ত বেছি শব্দও নিৰ্গত নহয়। ই প্ৰদূষণৰ সমস্যাও দূৰ কৰিব পাৰে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamhydrogen trainhydrogen train in india
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?
জীৱনশৈলী

May 22, 2026
এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে
জীৱনশৈলী

এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে

May 22, 2026
চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল
জীৱনশৈলী

চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

May 22, 2026
শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি
জীৱনশৈলী

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

May 21, 2026
Next Post
বাংগালুৰুৰ বিমানবন্দৰ সমীপত আৰক্ষীৰ অভিযান, দেহ ব্যৱসায়ত জড়িত ৯ ব্যক্তিক গ্ৰেপ্তাৰ

দুই সন্তানৰ স্বামীৰ দ্বিতীয় এটা পৰিয়ালো আছে! বিয়াৰ ২৫ বছৰ পিছত ফেচবুকৰ পৰা গম পালে পত্নীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন