• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সকাহ লাভ ভিক্টৰ দাসৰ! জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

সকাহ লাভ ভিক্টৰ দাসৰ! জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

4 years ago
ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

4 minutes ago
কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

46 minutes ago
দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

2 hours ago
আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

3 hours ago
আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

3 hours ago
গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

4 hours ago
কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

4 hours ago
বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

12 hours ago
কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

14 hours ago
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

14 hours ago
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

15 hours ago
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সকাহ লাভ ভিক্টৰ দাসৰ! জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

editor by editor
September 16, 2022
in অসম
0
সকাহ লাভ ভিক্টৰ দাসৰ! জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে
0
SHARES
11k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৱশেষত কিছু আইনী সকাহ লাভ কৰিছে ভিক্টৰ দাসে৷ কাৰাগাৰৰ পৰা মুক্ত হোৱাৰ পথ প্ৰশস্ত হ’ল ভিক্টৰ দাসৰ৷

অসম চৰকাৰৰ ২৬ হাজাৰ চাকৰিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ক্ষেত্ৰত ধনৰ লেনদেন হোৱাৰ অভিযোগ তুলি গ্ৰেপ্তাৰ হৈছিল ভিক্টৰ দাস৷

ভিক্টৰ দাসে নিজৰ টুইটাৰ হেণ্ডলত চৰকাৰী নিযুক্তিত কেলেংকাৰি হোৱাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল৷ ভিক্টৰ দাসে টুইটাৰত অসম চৰকাৰৰ ২৬ হাজাৰ চাকৰিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ক্ষেত্ৰত এজন প্ৰাক্তন বিধায়কৰ নেতৃত্বত একোটা পদৰ বিপৰীতে ক্ৰমে ৩ৰ পৰা ৮ লাখ টকা ধনৰ লেনদেন হোৱাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল৷

লগতে পঢ়ক বিয়াৰ পূৰ্বে স্বামী আছিল নাৰী! বিবাহৰ ৮ বছৰৰ পাছত লিংগ পৰিৱৰ্তন! তাৰ পিছত কি হ’ল?

ইয়াৰ পাছতে পাণবজাৰ আৰক্ষীয়ে অভিযোগৰ তদন্ত আৰম্ভ কৰি অভিযোগকাৰী ভিক্টৰ দাসক জেৰা চলায়৷ জেৰাৰ অন্তত পাণবজাৰ আৰক্ষীয়ে ভিক্টৰ দাসে ভুৱা অভিযোগ বুলি দাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে৷

আৰক্ষীয়ে প্ৰকাশ কৰা মতে ভিক্টৰ দাসে মিছা অভিযোগ আনিছে আৰু তদন্তৰ কালত কোনো তথ্য প্ৰমাণ দাখিল কৰিব পৰা নাই৷ ইয়াৰ বিপৰীতে ভিক্টৰ দাসে নিজৰ স্থিতি অটল হৈ থকাৰ কথা সংবাদ মাধ্যমৰ আগত দোহাৰি আহিছে৷

ইয়াৰ মাজতে শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ভিক্টৰ দাসৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে৷ আদালতে অহা ২৯ ছেপ্টেম্বৰৰ ভিতৰত গোচৰটোৰ কেচ ডায়েৰী দাখিল কৰিবলৈও আৰক্ষীক নিৰ্দেশ দিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamVictor Das
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা
অসম

ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

September 11, 2026
বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন
অসম

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

September 10, 2026
‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ
অসম

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

September 8, 2026
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক
অসম

পুনৰ ভূমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান?

September 8, 2026
Next Post
পৰীক্ষাত ফেইল পতঞ্জলি ঘিউ! ইয়াৰ পাছত কি ক’লে বাবা ৰামদেৱে? জানিবলৈ চাওক…

পৰীক্ষাত ফেইল পতঞ্জলি ঘিউ! ইয়াৰ পাছত কি ক’লে বাবা ৰামদেৱে? জানিবলৈ চাওক…

নিৰ্মাণ সম্পূৰ্ণ কৰা হ’ব হাইড্ৰ’জেন চালিত ৰে’ল! কেতিয়াৰ পৰা দেশত চবিল হাইড্ৰ’জেন চালিত ৰে’ল?

নিৰ্মাণ সম্পূৰ্ণ কৰা হ’ব হাইড্ৰ’জেন চালিত ৰে’ল! কেতিয়াৰ পৰা দেশত চবিল হাইড্ৰ’জেন চালিত ৰে’ল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.