• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক্ৰিকেট জগতৰ এই ভাতৃযুগলৰ বিষয়ে জানেনে? এওঁলোকৰ পাৰদৰ্শিতাই বিশ্ব ক্ৰিকেটত বাৰে বাৰে তোলে খলকনি…

ক্ৰিকেট জগতৰ এই ভাতৃযুগলৰ বিষয়ে জানেনে? এওঁলোকৰ পাৰদৰ্শিতাই বিশ্ব ক্ৰিকেটত বাৰে বাৰে তোলে খলকনি…

4 years ago
সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

1 hour ago
কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

1 hour ago
নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

2 hours ago
ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

3 hours ago
‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

5 hours ago
আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

5 hours ago
NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

6 hours ago
লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

7 hours ago
দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

8 hours ago
আজি আপোনাৰ দিনটো কেনে যাব?

আজি আপোনাৰ দিনটো কেনে যাব?

9 hours ago
বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

21 hours ago
ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ক্ৰিকেট জগতৰ এই ভাতৃযুগলৰ বিষয়ে জানেনে? এওঁলোকৰ পাৰদৰ্শিতাই বিশ্ব ক্ৰিকেটত বাৰে বাৰে তোলে খলকনি…

editor by editor
October 7, 2022
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
ক্ৰিকেট জগতৰ এই ভাতৃযুগলৰ বিষয়ে জানেনে? এওঁলোকৰ পাৰদৰ্শিতাই বিশ্ব ক্ৰিকেটত বাৰে বাৰে তোলে খলকনি…
0
SHARES
4.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ক্ৰিকেটৰ জগতত ভায়েকৰ যুটিয়ে বহুতৰে দৃষ্টি কাঢ়িছে। ভাৰতীয় ক্ৰিকেট দলতেই ভাতৃ যুটি আছে এনে নহয়। বিশ্বৰ ক্ৰিকেট জগততো আছে ভাতৃৰ যুটি।

ভাৰতীয় ক্ৰিকেট দলত থকা এটা যুটি হৈছে ক্ৰুণাল পাণ্ডিয়া আৰু হাৰ্ডিক পাণ্ডিয়াৰ যুটিটো। দুয়োজন খেলুৱৈয়ে মুম্বাই ইণ্ডিয়ানছ আৰু ভাৰতীয় ক্ৰিকেট দলত একেলগে খেলি আহিছে। হাৰ্দিকে ২০১৬ চনত আৰু ক্ৰুণালে ২০১৮ চনত আন্তঃৰাষ্ট্ৰীয় খেলত পদাৰ্পণ কৰিছিল। বৰ্তমানলৈ এই ভাতৃদ্বয়ৰ, হাৰ্ডিকে ২০১৯ চনত অনুষ্ঠিত আই পি এলত ৪০০ তকৈও অধিক ৰাণ সংগ্ৰহৰ বিপৰীতে ১০ত কৈও অধিক উইকেট লৈছিল। ক্ৰুনাল ৮৭ খন খেলত ১১৭০ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।

ভাৰতীয় ক্ৰিকেট দলত আন দুই ভাতৃ হৈছে, ইউছুফ পাঠান আৰু ইৰফান পাঠান। দুয়োজনে একেলগে ক্ৰিকেটৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইউছুফে ২০০৭ চনত ভাৰতীয় দলত প্ৰৱেশ কৰাৰ বিপৰীতে ইৰফানে ২০০৩ চনত ভাৰতীয় ক্ৰিকেট দলত আত্মপ্ৰকাশ কৰিছিল। বৰ্তমান দুয়োজনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছে। ইউছুফ আৰু ইৰফানৰ ক্ৰিকেটৰ অভিলেখ যদি চাওঁ তেন্তে, ইউছুফে ১৫ টা বলত ৫০ ৰাণ কৰাৰ অভিলেখ গঢ়িছে। আনহাতে ইৰফানে ২০০৫ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে হোৱা দুখন টেষ্ট মেছত ২১ টা উইকেট লোৱা তৃতীয় জন খেলুৱৈ।

অষ্ট্ৰেলিয়ান ক্ৰিকেট দলতো আছে ভাতৃৰ যুটি। অষ্ট্ৰেলিয়াৰ দলটোৰ প্ৰতিষ্ঠিত খেলুৱৈৰ তালিকাত আছে ষ্টিভ ৱা আৰু মাৰ্ক ৱাৰ নাম। ২০১৯ চনৰ বিশ্বকাপ ক্ৰিকেটত অষ্ট্ৰেলিয়াৰ দলটোক এই যমজ ভাতৃদ্বয়ে দিয়া অৱদানৰ কথা সকলোৱে জানে। ষ্টিভে অষ্ট্ৰেলিয়াৰ ক্ৰিকেট হল অফ ফেমত অন্তৰ্ভুক্ত হোৱা ৩০ সংখ্যক ক্ৰিকেটাৰ। মাৰ্ক আৰু ষ্টিভ বৰ্তমানলৈ অষ্ট্ৰেলিয়াত আটাইতকৈ বেছি বঁটাপ্ৰাপ্ত খেলুৱৈৰ তালিকাতো অন্তৰ্ভুক্ত।

একেদৰে পাকিস্তানৰ কামৰান আকমল আৰু উমৰ আকমলৰ যুটিটো। কামৰান ২০০২ চনত মালয়েছিয়াত অনুষ্ঠিত ১৯-ৰ অনুৰ্ধৰ বিশ্বকাপত জিম্বাৱেৰ বিৰুদ্ধে আৰু উমৰে ২০০৮ত অনুষ্ঠিত ১৯ৰ উৰ্ধৰ বিশ্বকাপত পাকিস্তানৰহৈ মালয়েছিয়াৰ বিৰুদ্ধে খেলি ক্ৰিকেটৰ পৃথিৱীত আত্মপ্ৰকাশ কৰে। T-20 মেছত ১৫০ ৰাণ সংগ্ৰহ কৰা কামৰাণেই পাকিস্তানৰ প্ৰথমগৰাকী খেলুৱৈ। ভাতৃ উমৰো ২০১৬-ৰ পিএছএল ছিজনত শীৰ্ষ স্কোৰাৰ আছিল।

ইংলেণ্ডৰ ভাতৃদ্বয় টম কৰণ আৰু চেম কৰণ। কৰণ ভাতৃদ্বয় ইংলেণ্ডৰ হৈ এদিনীয়া শৃংখলাত ভাৰতৰ বিৰুদ্ধে বহুকেইখন খেলতেই অংশগ্ৰহণ কৰিছে।

অষ্ট্ৰেলিয়াৰ দলৰ আৰু দুজন ভাতৃ হৈছে, মাইকেল হাচি আৰু ডেভিদ হাচি। দুয়ো ভাতৃয়ে অষ্ট্ৰেলিয়া ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰিছে। পিছলৈ দুয়ো অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলৰ প্ৰশিক্ষকো আছিল।

অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলত আন ভাতৃদ্বয় হৈছে শ্বন মাৰ্শ্ব আৰু মিচেল মাৰ্শ্ব। শ্বনে টেষ্ট আৰু এদিনীয়া আন্তৰ্জাতিক খেলত অষ্ট্ৰেলিয়াক প্ৰতিনিধিত্ব কৰি আহিছে। একেদৰে মিচেলেও বহুবাৰ দেশক প্ৰতিনিধিত্ব কৰিছে।

অষ্ট্ৰেলিয়ান দলৰেই আন দুজন খেলুৱৈ ব্ৰেট লী আৰু শ্বেন লী। শ্বেনে ১৯৯৯ চনত বিশ্বকাপ জয় কৰা অষ্ট্ৰেলিয়ান দলটোৰ হৈ খেলত ভাগ লৈছিল। ১৯৯৫ চনৰ পৰা ২০০০ চনলৈ কেৱল ৫ বছৰৰ এটা চমু কেৰিয়াৰ আছিল শ্বেন লীৰ। আনহাতে ব্ৰেটে টেষ্টত ৩১০ টা উইকেট আৰু এদিনীয়া ক্ৰিকেটত ৩৮০ টা উইকেট লৈ অভিলেখ গঢ়িছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?
বিজ্ঞান

সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

July 23, 2026
কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য
বিবিধ

কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

July 23, 2026
নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?
জীৱনশৈলী

নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

July 23, 2026
ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু
জীৱনশৈলী

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

July 23, 2026
Next Post
ছবিত অভিনয় কৰিবলৈকো অন্তৰ্বাস খুলিব লাগে! ছাজিদ খানৰ বিৰুদ্ধে আকৌ কোনে আনিছে যৌন নিৰ্যাতনৰ অভিযোগ?

ছবিত অভিনয় কৰিবলৈকো অন্তৰ্বাস খুলিব লাগে! ছাজিদ খানৰ বিৰুদ্ধে আকৌ কোনে আনিছে যৌন নিৰ্যাতনৰ অভিযোগ?

‘শোকত যদি বিষাই বুকু তুমিও কান্দিবানে অ’ দেউতা…?’ দেউতাকে কান্দিছে, নিচুকাব কোনে?

'শোকত যদি বিষাই বুকু তুমিও কান্দিবানে অ’ দেউতা...?’ দেউতাকে কান্দিছে, নিচুকাব কোনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.