• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খানাপাৰাৰ বিশাল জনসভাত অঘটন! অমিত শ্বাহৰ ভাষণ শুনি থকা অৱস্থাতেই মূৰ্ছা গ’ল এজন লোক

খানাপাৰাৰ বিশাল জনসভাত অঘটন! অমিত শ্বাহৰ ভাষণ শুনি থকা অৱস্থাতেই মূৰ্ছা গ’ল এজন লোক

4 years ago
চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

35 minutes ago
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

1 hour ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

1 hour ago
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

2 hours ago
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

3 hours ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

5 hours ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

7 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

8 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

8 hours ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

21 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

21 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

খানাপাৰাৰ বিশাল জনসভাত অঘটন! অমিত শ্বাহৰ ভাষণ শুনি থকা অৱস্থাতেই মূৰ্ছা গ’ল এজন লোক

editor by editor
October 8, 2022
in অসম, ৰাজনীতি, স্বাস্থ্য
0
খানাপাৰাৰ বিশাল জনসভাত অঘটন! অমিত শ্বাহৰ ভাষণ শুনি থকা অৱস্থাতেই মূৰ্ছা গ’ল এজন লোক
0
SHARES
476
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ খানাপাৰাত অনুষ্ঠিত বিশাল জনসভাত অঘটন। মানুহৰ ভিৰত মূৰ্ছা গ’ল এজন ব্যক্তি। গুৰুতৰভাৱে অসুস্থ ব্যক্তিগৰাকীক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ। আনহাতে এই বিশাল জনসভাত অমিত শ্বাহৰ ভাষণৰ মাজতেই ওলাই আহিছে একাংশ জনতা।

মিটিং শেষ নোহোৱাকৈয়ে ঘৰমূৱা হৈছে বহু কৰ্মী। এই সভাত উপস্থিত থাকিবৰ বাবেই ২০০ টকাকৈ মজুৰি দিয়াৰ কথাও উল্লেখ কৰিছে সভালৈ অহা একাংশ জনতাই।

উল্লেখ্য যে অমিত শ্বাহে ভাষণত কামাখ্যাৰ কৃপাতেই ৫০ হাজাৰ কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত কৰিবলৈ সম্ভৱ হোৱাৰ কথা উল্লেখ কৰাৰ লগতে কয় যে, কোনো দলে এনে বৃহৎ কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত কৰিবলৈ সক্ষম হোৱা নাই। ইপিনে ভাষণত, গোপীনাথ বৰদলৈৰ লগতে ভূপেন হাজৰিকাৰ প্ৰসংগও উত্থাপন কৰে গৃহমন্ত্ৰীগৰাকীয়ে। ভুপেন হাজৰিকাৰ প্ৰশংসাৰে গৃহমন্ত্ৰীগৰাকীয়ে কয়,’সংস্কৃতিৰ বাণীৰে অসমক সমগ্ৰ বিশ্বৰ সন্মুখত চিনাকি কৰাইছিল ভূপেন হাজৰিকাই।’ ইপিনে ৮ অক্টোবৰ, দেশৰ বায়ুসেনা দিৱসত দেশ হকে প্ৰাণ দিয়া বায়ুসেনাৰ শ্বহীদসকললৈয়ো শ্ৰদ্ধা নিবেদন কৰে।

অসমৰ সামগ্ৰিক উন্নয়নৰ প্ৰসংগৰে গৃহমন্ত্ৰীগৰাকীয়ে কয়,’মোদী চৰকাৰ গঠন হোৱাৰ পিছতে অসমৰ লগতে উত্তৰ-পূৱৰ ৰাজ্য সমূহৰ দিল্লীৰ পৰা যি দূৰত্ব সেয়া কমিছে। বৰ্তমান বগীবিলৰ দলং চাবৰ বাবেই সমগ্ৰ বিশ্বৰ অভিযন্তা অসমলৈ আহে। মোদীয়ে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত ৪০ তকৈও তকৈও অধিকবাৰ অসম তথা উত্তৰ পূৱলৈ আহিছে। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বতেই বড়োলেণ্ড, আদিবাসী, ত্ৰিপুৰীৰ শান্তি চুক্তিসমূহ স্বাক্ষৰিত হৈছে।
প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ অসমত শান্তি স্থাপন কৰিবলৈ সক্ষম হৈছে৷ কংগ্ৰেছ দলে ৰোপণ কৰা অশান্তিৰ বীজ আজি অসমত নাই। জৱাহৰলাল নেহৰুৱে চীনৰ যুদ্ধ পিছতেই ‘বাই বাই অসম’ বুলি কৈছিল। বিদায় দিয়া অসমক প্ৰধানমন্ত্ৰী মোদীৰে পুনৰ ভাৰতৰ মূল ভূ-খণ্ডৰে সংযোজিত কৰিছে। উত্তৰ-পূব তথা অসমবাসীয়েও এই পদক্ষেপত সহযোগ কৰাৰ বাবে অশেষ ধন্যবাদ। লগতে ‘আজাদী কা অমৃত মহোৎসৱ’ৰ সৈতে সংগতি ৰাখি সমগ্ৰ দেশৰ সমান্তৰালভাৱে অসমবাসীয়েও পালন কৰা ‘হৰ ঘৰ ত্ৰিৰংগা’ আঁচনিৰ যোগেদি সমগ্ৰ উত্তৰ-পূৱবাসীয়ে ঘৰে ঘৰে ত্ৰিৰংগা উৰুৱালে তাৰ বাবে সমগ্ৰ উত্তৰ-পূৱ বাসীক ধন্যবাদ৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?
অসম

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

August 26, 2026
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ
ভাৰত

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

August 25, 2026
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?
বাণিজ্য

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

August 25, 2026
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!
ভাৰত

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

August 25, 2026
Next Post
অজাপে সুধিছেঃ অমিত শ্বাহৰ ভাষণত কিয় নাই NRC, CAA, ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ?

অজাপে সুধিছেঃ অমিত শ্বাহৰ ভাষণত কিয় নাই NRC, CAA, ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ?

নামাজী চিকিৎসক! চিকিৎসকে নামাজ পঢ়িবলৈ যাওঁতেই মৃত্যু হ’ল টীয়কৰ নাৰায়ণ হাজৰিকাৰ

নামাজী চিকিৎসক! চিকিৎসকে নামাজ পঢ়িবলৈ যাওঁতেই মৃত্যু হ’ল টীয়কৰ নাৰায়ণ হাজৰিকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.