• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘পাৰফিউম বিক্ৰি কৰি টুইটাৰ ক্ৰয় কৰিম’, টেছলাৰ মালিক এলন মাস্কে বিক্ৰি কৰা পাৰফিউম কিনিব পাৰে আপুনিও, সবিশেষ জানিবলৈ ক্লিক কৰক…

‘পাৰফিউম বিক্ৰি কৰি টুইটাৰ ক্ৰয় কৰিম’, টেছলাৰ মালিক এলন মাস্কে বিক্ৰি কৰা পাৰফিউম কিনিব পাৰে আপুনিও, সবিশেষ জানিবলৈ ক্লিক কৰক…

3 years ago
ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই

ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই

25 minutes ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৪ ৰাশিৰ হ’ব ভাগ্য উদয়! সুখ, সমৃদ্ধি, সফলতা হাতৰ মুঠিত, হাতলৈ আহিব প্ৰচূৰ টকা!

1 hour ago
বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

2 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

3 hours ago
৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

3 hours ago
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

4 hours ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

5 hours ago
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

5 hours ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

6 hours ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

7 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

8 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘পাৰফিউম বিক্ৰি কৰি টুইটাৰ ক্ৰয় কৰিম’, টেছলাৰ মালিক এলন মাস্কে বিক্ৰি কৰা পাৰফিউম কিনিব পাৰে আপুনিও, সবিশেষ জানিবলৈ ক্লিক কৰক…

editor by editor
October 13, 2022
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
‘পাৰফিউম বিক্ৰি কৰি টুইটাৰ ক্ৰয় কৰিম’, টেছলাৰ মালিক এলন মাস্কে বিক্ৰি কৰা পাৰফিউম কিনিব পাৰে আপুনিও, সবিশেষ জানিবলৈ ক্লিক কৰক…
0
SHARES
627
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ মাজে মাজে কিছু অদ্ভুত কাৰ্যকলাপ কৰে বিশ্বৰ সৰ্বাধিক ধনী ব্যক্তি এলন মাস্কে। এনে অদ্ভুত কাৰ্যকলাপৰ কথা সাধাৰণ মানুহে ভাৱিব নোৱাৰে। বিশ্বৰ সৰ্বাধিক ধনী ব্যক্তি এলন মাস্কক এইবাৰ দেখা গৈছে এগৰাকী বিক্ৰেতাৰ ৰূপত। পাৰফিউম বিক্ৰেতা বুলি নিজকে পৰিচয় দিছে এলন মাস্কে।মাস্কে নিজেই টুইটাৰত এই কথা উল্লেখ কৰি লিখিছে, ‘মই এতিয়া পাৰফিউম বিক্ৰেতা। বাৰ্নেট হেয়াৰ নামেৰে এটি পাৰফিউম ব্ৰেণ্ড মুকলি কৰিছো। এই পাৰফিউম বিশ্বৰ আটাইতকৈ সুগন্ধি পাৰফিউমবোৰৰ মাজৰে এটা।’

Burnt Hair-নামৰ পাৰফিউমটো সম্পৰ্কে টুইটাৰত মাস্কে প্ৰকাশ কৰা অনুসৰি এই পাৰফিউমটো Omnigender, অৰ্থাৎ পুৰুষ-মহিলা, ট্ৰান্সজেণ্ডাৰ সকলোৱেই এই পাৰফিউম ব্যৱহাৰ কৰিব পাৰে। এই পাৰফিউমৰ দামো প্ৰকাশ কৰিছে মাস্কে। এই পাৰফিউমৰ এটা বটলৰ দাম ১০০ ডলাৰ অৰ্থাৎ ভাৰতীয় টকাত ৮,৪০০ টকা। আনহাতে অনলাইনযোগে ক্ৰয় কৰিলে দিব লাগিব এক্সট্ৰা শ্বিপিং চাৰ্জো। ক্ৰিপ্টোকাৰেন্সিৰ জৰিয়তেও এই পাৰফিউম ক্ৰয় কৰিব পাৰে। ক্ৰিপ্তকাৰেন্সিৰ জৰিয়তে ক্ৰয় কৰিবলৈ হ’লে শ্বিপিং চাৰ্জ দিব লাগিব ৩,০০০ টকা।

প্ৰথমে সকলোৱেই ধাৰণা কৰিছিল যে এলন মাস্কে নিজকে বিক্ৰেতা বুলি টুইটাৰত ধেমেলীয়া পষ্ট দিছে। ৰসিকতাৰেই মাস্কে পষ্টত লিখিছিল, ‘ দয়া কৰি মই মুকলি কৰা পাৰফিউমটো কিনক। যাতে এই টকাৰে মই টুইটাৰ ক্ৰয় কৰিব পাৰো।’ কিন্তু এয়া মাস্কৰ ধেমালী নাছিল, সেই কথা স্পষ্ট হৈ পৰিছে। টুইটাৰৰ জৰিয়তে মাস্কে প্ৰকাশ কৰা অনুসৰি মাস্কে এদিনতেই ২০ হাজাৰৰো অধিক পাৰফিউম বিক্ৰি কৰিছে। একাধিক মিডিয়া ৰিপৰ্টে দাবী কৰা অনুযায়ী মাস্কে বৰ্তমানলৈ পাৰফিউম বিক্ৰি কৰি ৪ কোটি টকাৰো অধিক ধন লাভ কৰিছে।

উল্লেখ্য যে, টেছলাৰ মালিক, SPACE-X-ৰ CEO মাস্কে ছেপ্টেম্বৰ মাহত পাৰফিউমৰ কথা টুইটাৰত উল্লেখ কৰিছিল। কিন্তু মাস্কে প্ৰায় প্ৰতিসময়তে ধেমেলীয়া পষ্ট শ্বেয়াৰ কৰি থকাৰ বাবে প্ৰায়সংখ্যকেই এইয়াও মিম বুলিয়েই ধাৰণা কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamElon Mask
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই
বিনোদন

ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই

March 28, 2026
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা
জীৱনশৈলী

৪ ৰাশিৰ হ’ব ভাগ্য উদয়! সুখ, সমৃদ্ধি, সফলতা হাতৰ মুঠিত, হাতলৈ আহিব প্ৰচূৰ টকা!

March 28, 2026
বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?
বিনোদন

বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

March 28, 2026
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
জীৱনশৈলী

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

March 28, 2026
Next Post
কিমান বয়সত পুৰুষৰ সন্তান জন্ম দিব পৰা ক্ষমতা সৰ্বাধিক হয়? কি কয় চিকিৎসকে, সবিশেষ জানিবলৈ ক্লিক কৰক…

কিমান বয়সত পুৰুষৰ সন্তান জন্ম দিব পৰা ক্ষমতা সৰ্বাধিক হয়? কি কয় চিকিৎসকে, সবিশেষ জানিবলৈ ক্লিক কৰক...

নেটিজেনে কৈছে, কেজৰিৱালো মানুহ! পৰ্ণষ্টাৰক টুইটাৰত FOLLOW কৰিয়েই বিতৰ্কত কিয় অৰবিন্দ কেজৰিৱাল?

নেটিজেনে কৈছে, কেজৰিৱালো মানুহ! পৰ্ণষ্টাৰক টুইটাৰত FOLLOW কৰিয়েই বিতৰ্কত কিয় অৰবিন্দ কেজৰিৱাল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.