• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নেটিজেনে কৈছে, অতুল বৰাই এতিয়া হাতী কেৱল চুইহে চাব পাৰিব…

নেটিজেনে কৈছে, অতুল বৰাই এতিয়া হাতী কেৱল চুইহে চাব পাৰিব…

4 years ago
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

2 hours ago
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

2 hours ago
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

3 hours ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

4 hours ago
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

4 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

5 hours ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

17 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

17 hours ago
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

17 hours ago
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

18 hours ago
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

19 hours ago
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নেটিজেনে কৈছে, অতুল বৰাই এতিয়া হাতী কেৱল চুইহে চাব পাৰিব…

editor by editor
October 19, 2022
in অসম, উত্তৰ-পূব, বিবিধ, ৰাজনীতি, লেখা
0
নেটিজেনে কৈছে, অতুল বৰাই এতিয়া হাতী কেৱল চুইহে চাব পাৰিব…
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ হাতীৰ ব্যৱহাৰ আৰু ৰাজ্যত নাই৷ এদিন আঢ্যৱন্তৰ পৰিচয় দিয়া হাতী এতিয়া আহুকালহে৷ হাতী থকা মানেই পৰিয়ালটো সমাজৰ লেখত ল’বলগীয়া পৰিয়াল৷ অসমৰ সমাজ জীৱনৰ সৈতে এৰাব নোৱাৰা হাতীটোকেই এদিন প্ৰতীক হিচাপে লৈ অসমৰ প্ৰথমটো আঞ্চলিকতাবাদী দল অসম গণ পৰিষদ গঠন হৈছিল৷

অসম গণ পৰিষদ দলটোৰ হাতীটোৰ দৰেই আদৰ আছিল অসমৰ প্ৰতিগৰাকী লোকৰ মনত৷ অসমৰ দুৰ্গম বাটেৰে ব্যৱসায় কৰিবলৈ একমাত্ৰ সাৰথিয়েই যিদৰে হাতী আছিল অসমৰ ৰাজনৈতিক পটভূমিত অসম গণ পৰিষদকো বাটকটীয়া বুলি আস্থা প্ৰকাশ কৰিছিল প্ৰতিগৰাকী অসমীয়াই৷ ৰাষ্ট্ৰীয়তাবাদৰ পৰা অসমক উদ্ধাৰ কৰাৰ একমাত্ৰ বিকল্প বুলি ধৰি লৈছিল অসম গণ পৰিষদকেই৷ ১৯৮৫ চনৰ কোনো এটি ৰৌদ্ৰোজ্জ্বল দিনত অসমৰ প্ৰথমটো ৰাজনৈতিক দলে ভুমুকি মাৰে৷ তাৰ পিছতেই দুটাকৈ নিৰ্বাচনত অসমবাসীৰ বিপুল সঁহাৰিত জয়লাভ কৰি চৰকাৰ গঠন কৰিলে অসম গণ পৰিষদে৷

কেইটানো বছৰ? ১৯৮৫ ৰ পৰা ২০২২৷ ৩৭ বছৰীয়া ইতিহাসত কথাবোৰ ধীৰে ধীৰে সলনি হ’ল৷ এদিন হাতী প্ৰতীকটো দেখিলেই আৱেগে খুন্দা মৰা জাতিটোৱে অসম গণ পৰিষদ বুলিলেই সন্দেহৰ দৃষ্টিৰে চোৱা হ’ল৷ ৰাষ্ট্ৰীয়তাবাদৰ ওচৰত বিক্ৰী যোৱা দল বুলি অসমবাসীৰ আস্থা যেন দিনকদিনে হেৰুৱাইছে অসমৰ প্ৰথমটো আঞ্চলিক দলে৷ ২০১৯ বৰ্ষত হোৱা কা’ আন্দোলনত অসম গণ পৰিষদৰ স্থিতিক লৈ অসমবাসী যেন নিৰাশ হ’ল৷

শেহতীয়াভাৱে অসম গণ পৰিষদে অস্তিত্ব হেৰুৱাৰ সময়তে অসম গণ পৰিষদৰ শক্তিশালী নেতা তথা বৰ্তমান বিজেপি মিত্ৰজোঁট চৰকাৰত কৃষিমন্ত্ৰীৰ দায়িত্বত থকা অতুল বৰাই শ্বেয়াৰ কৰা এখন ফটোৱে চৰ্চা লাভ কৰিছে৷ এটা দঁতাল হাতীৰ সৈতে এখন ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে মন্ত্ৰী অতুল বৰাই৷ ফটোখন দেখা মাত্ৰকেই একাংশ নেটিজেনে সামাজিক মাধ্যমত নিজকে হাঁহিয়াতৰ পাত্ৰ কিয় কৰে বুলি মন্তব্য কৰাৰ সময়তে একাংশ নেটিজেনে কৈছে, ‘অসম গণ পৰিষদে হাতী এতিয়া চুই চাবহে পাৰিব৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য
জীৱনশৈলী

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

July 14, 2026
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!
ভাৰত

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

July 14, 2026
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?
জীৱনশৈলী

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

July 14, 2026
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব
জীৱনশৈলী

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

July 14, 2026
Next Post
নিকৃষ্ট! ধৰ্ষণতেই ক্ষান্ত নাথাকি ৫ পাষণ্ডই কৰিলে এই কাম…

নিকৃষ্ট! ধৰ্ষণতেই ক্ষান্ত নাথাকি ৫ পাষণ্ডই কৰিলে এই কাম...

দেশৰ কৃষিভূমিত ভয়াৱহ ফৰিঙৰ আক্ৰমণ! দুৰ্ভিক্ষই দেখা দিব ভাৰতত, বাব ভাংগাই ভাৰতক লৈ কি কি ভৱিষ্যতবাণী কৰিছে?

দেশৰ কৃষিভূমিত ভয়াৱহ ফৰিঙৰ আক্ৰমণ! দুৰ্ভিক্ষই দেখা দিব ভাৰতত, বাব ভাংগাই ভাৰতক লৈ কি কি ভৱিষ্যতবাণী কৰিছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.