• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এয়াই প্ৰথম নহয়! পূৰ্বেও ভাৰতীয় ক্ৰিকেট দলে অষ্ট্ৰেলিয়াত চাফা কৰিছিল শৌচাগাৰ…

এয়াই প্ৰথম নহয়! পূৰ্বেও ভাৰতীয় ক্ৰিকেট দলে অষ্ট্ৰেলিয়াত চাফা কৰিছিল শৌচাগাৰ…

3 years ago
সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

13 minutes ago
মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

1 hour ago
স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

1 hour ago
প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

2 hours ago
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

3 hours ago
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

3 hours ago
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

4 hours ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

4 hours ago
১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

4 hours ago
১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

5 hours ago
গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

5 hours ago
8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

এয়াই প্ৰথম নহয়! পূৰ্বেও ভাৰতীয় ক্ৰিকেট দলে অষ্ট্ৰেলিয়াত চাফা কৰিছিল শৌচাগাৰ…

editor by editor
October 26, 2022
in ক্ৰীড়া, জীৱনশৈলী, বিশ্ব, ভাৰত
0
এয়াই প্ৰথম নহয়! পূৰ্বেও ভাৰতীয় ক্ৰিকেট দলে অষ্ট্ৰেলিয়াত চাফা কৰিছিল শৌচাগাৰ…
0
SHARES
12.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ টি-২০ বিশ্বকাপত এইবাৰো তুংগত উঠিছে হোটেল বিতৰ্ক। ভাৰতীয় দলটোৱে অনুশীলনৰ সময়ত অষ্ট্ৰেলিয়াত থকা বিশেষ হোটেলখনক লৈ চলিছে চৰ্চা। ভাৰতীয় দলটোৰ অধিনায়ক ৰোহিত শৰ্মাক নিম্ন মানদণ্ডৰ এখন হোটেলত থাকিবলৈ দিয়া হৈছে। এই ঘটনা ভাৰতীয় দলটোৰ ক্ষেত্ৰত প্ৰথমবাৰেই হৈছে এনে নহয়। পূ্‌ৰ্বেও ২০২১ চনৰ স্মৃতি ভাঁহি উঠিছে খেলুৱৈৰ মানসপটত। সেইবাৰো ৰোহিত শৰ্মাই থকা হোটেলখনত নিজেই শৌচাগাৰ পৰিষ্কাৰ কৰিব লগা হৈছিল।

২০২০ চনত ডিচেম্বৰত টেষ্ট ছিৰিজ খেলিবলৈ ভাৰতীয় দলটো অষ্ট্ৰেলিয়ালৈ গৈছিল। সেই ছিৰিজৰ শেষৰখন মেছ হৈছিল ব্ৰিছবেনত। কৰ’নাৰ মাজতেই এই ছিৰিজ চলিছিল। ভাৰতীয় দলটোৱে পোনতে ব্ৰিছবেনত যাবলৈ ৰাজি হোৱা নাছিল যদিও পিছলৈ বিচিচিআই ৰ হেঁচাত যাবলৈ বাধ্য হয়। কিন্তু তাত দলটো উপস্থিত হোৱাৰ পিছতেই আৰম্ভ হয় বিতৰ্ক। দলটোক থাকিবলৈ দিয়া হোটেলখনত ৰোহিত শৰ্মা আৰু অজিঙ্ক ৰাহানে নিজৰ কাম নিজেই কৰিবলগাত পৰে। আনকি শৌচাগাৰো নিজেই পৰিষ্কাৰ কৰিব লগা হয়। ৰোহিতে নিজেই টুইটযোগে জে’লখানাত আছো বুলি উল্লেখ কৰিছিল। ব্ৰিছবেনত এইবাৰো একে ঘটনাৰেই পুনৰাবৃত্তি হ’ল। এইবাৰো ভাৰতীয় দলটোক ৰখা হোটেল ৰুমবোৰ অত্যন্ত সৰু হোৱাৰ লগতে হোটেলখনত থকা জিম, ছুইমিং পুল আদি এখন দেশক প্ৰতিনিধিত্ব কৰি যোৱা এটা দলৰ উপযোগী নহয়। হোটেলৰ অসুবিধাৰ কথা ভাৰতীয় দলটোৱে আইছিছি-ৰ আগত প্ৰকাশ কৰাৰ পিছতো হোটেল সলনি নকৰাক লৈ আক্ষেপ প্ৰকাশ কৰিছে ভাৰতীয় দলটোৱে।

ভাৰতৰ পৰৱৰ্তী খেল ছিডনীত অনুষ্ঠিত হ’ব। বৃহস্পতিবাৰে অৰ্থাৎ কাইলৈ নেদাৰলেণ্ডৰ বিৰুদ্ধে খেলত নামিব ভাৰত। ইপিনে খেলৰ বাবে অনুশীলন চলাই থকাৰ সময়তে ভাৰতীয় দলটোৱে খাদ্যৰ সমস্যাত পৰিছে। মঙলবাৰে ভাৰতীয় দলটোক দিয়া মধ্যাহ্নভোজন ভাৰতীয় দলটোৰ পছন্দ হোৱা নাছিল। সেয়ে ষ্টেডিয়ামত খাদ্যগ্ৰহণ নকৰাকৈয়ে হোটেললৈ গুচি যায় ভাৰতীয় দলটো। খাদ্যত দিয়া মাংসত আছিল অত্যন্ত জ্বলা, বিভিন্ন ফলৰ লগতে ছেণ্ডুইছ তৈয়াৰ কৰাৰ উপকৰণ। ছেণ্ডুইছো নিজেই তৈয়াৰ কৰি ল’বলৈ কোৱাৰ লগতে দলটোৰ বাবে ৰখা খাদ্যও যথেষ্ট কম। ভোকৰ সময়ত এনেকৈ খাদ্য দিয়াত খঙত থৰকাচুটি হেৰাই অধিনায়ক ৰোহিতৰ লগতে কোহলিৰো। নিম্নমানৰ খাদ্য দেখা মাত্ৰকেই কেইজনমান খেলুৱৈ টুইটত লিখিছে, ‘খাদ্য একেবাৰেই নিম্নমানৰ। কঠোৰ অনুশীলন কৰি অহাৰ পাছত ছেণ্ডুইছ বনাই কোৱাৰ ধৈৰ্য্য থাকে নেকি? ক্ৰিকেটাৰসকলৰ বাবে হোৱা খৰচৰ সিংহভাগেই বিচিচিআইয়েই দিয়ে। তাৰপিছতো আমাক এই আচৰণ দেখুওৱাৰ যুক্তি ক’ত?’

উল্লেখ্য যে টি-২০ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে কৰা জয়েৰে যাত্ৰা আৰম্ভ কৰিছে ভাৰতীয় দলটোৱে। আত্মবিশ্বাসী দলটোক আয়োজক দলটোৱে কৰা ব্যৱস্থাই ক্ষোভিত কৰাৰ লগতে বিভিন্ন সমস্যাতো পেলাইছে বুলি একাংশ নেটিজেনে চৰ্চা কৰা পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?
জীৱনশৈলী

সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

April 13, 2026
মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়
জীৱনশৈলী

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

April 13, 2026
স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ
খাদ্য

স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

April 13, 2026
প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক
জীৱনশৈলী

প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

April 13, 2026
Next Post
কেজৰিৱালে কৈছে, ‘মুছলমান অধ্যুষিত দেশৰ নোটত গণেশ আছে ভাৰতীয় নোটত থকাত আপত্তি কিহৰ?’

কেজৰিৱালে কৈছে, 'মুছলমান অধ্যুষিত দেশৰ নোটত গণেশ আছে ভাৰতীয় নোটত থকাত আপত্তি কিহৰ?’

২০০ বছৰীয়া অতীত সলাই ইংৰাজক শাসন কৰিব ভাৰতীয়ই! পৃথিৱীৰ ১১খন দেশত শাসনৰ বাঘজৰী ধৰিছে ভাৰতীয়মূলীয়ই…

২০০ বছৰীয়া অতীত সলাই ইংৰাজক শাসন কৰিব ভাৰতীয়ই! পৃথিৱীৰ ১১খন দেশত শাসনৰ বাঘজৰী ধৰিছে ভাৰতীয়মূলীয়ই...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.