• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিবা এটা হৈছে কুকুৰটোৱেও বুজিছে! বিষাদগ্ৰস্থ মনেৰে সিও গৰাকীক জনালে শেষ শ্ৰদ্ধা…

কিবা এটা হৈছে কুকুৰটোৱেও বুজিছে! বিষাদগ্ৰস্থ মনেৰে সিও গৰাকীক জনালে শেষ শ্ৰদ্ধা…

4 years ago
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

43 minutes ago
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

1 hour ago
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

2 hours ago
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

2 hours ago
শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

3 hours ago
১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

4 hours ago
ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

4 hours ago
বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

5 hours ago
পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

6 hours ago
ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

7 hours ago
ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

7 hours ago
PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কিবা এটা হৈছে কুকুৰটোৱেও বুজিছে! বিষাদগ্ৰস্থ মনেৰে সিও গৰাকীক জনালে শেষ শ্ৰদ্ধা…

editor by editor
October 29, 2022
in অসম, জীৱনশৈলী
0
কিবা এটা হৈছে কুকুৰটোৱেও বুজিছে! বিষাদগ্ৰস্থ মনেৰে সিও গৰাকীক জনালে শেষ শ্ৰদ্ধা…
0
SHARES
5.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সেয়েতো চাগৈ কোৱা হয় কুকুৰ স্বৰ্গলৈ যায়৷ এই দৃশ্য নীলপৱন বৰুৱাৰ বাসগৃহৰ৷ তেঁওৰ মৃতদেহ কাঁপৰ বাকচত ঘৰলৈ লৈ যোৱা হৈছে৷ বহুদিন গৰাকী ঘৰত নাই৷ সি ক’ব নোৱাৰিলেও অ’ত-ত’ত মনে মনে গৰাকীক বিচাৰি ফুৰিছিল৷

মানুহৰ দৰে মুখ ফুটাই ক’ব নোৱাৰিলেও গৰাকীক সিও চিনি পায়, মৰমৰ ভাষাবোৰ বুজি পায়৷ বহুদিনেই নীলপৱন বৰুৱা ঘৰত নাছিল৷ পোহনীয়া কুকুৰটোৱেও অপেক্ষা কৰি আছিল তেওঁ ঘূৰি আহিব৷ আহিল সি ভৱামতেই গৰাকী ঘৰলৈ আহিল কিন্তু তাক মৰমেৰে হাত বুলাই দিব নোৱাৰাকৈ আহিল৷

কিবা এটা যেন কুকুৰটোৱে বুজি উঠিছিল৷ কাঁচৰ কফিনটোৰ কাষত কুকুৰটোৱে বহুসময় বহি থাকিল৷ গৰাকীজন চিৰদিনৰ বাবেই গ’লগৈ৷ হেঁপাহ পলুৱাই গৰাকীক এবাৰ চাই ল’লে সিও৷ একেই দৃশ্য দেখা গৈছিল নিপন গোস্বামীৰ নশ্বৰ দেহ ঘৰলৈ লৈ যোৱাৰ সময়তো৷ শেষ চুমা যাচি দিছিল তেওঁৰ ঘৰৰ কুকুৰটোৱেও৷ শিল্পী নীলপৱনৰ মৃত্যুতো একেদৰেই দেখা গ’ল তেওঁৰ ঘৰৰ পোহনীয়া কুকুৰটোক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ
জীৱনশৈলী

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

August 26, 2026
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…
জীৱনশৈলী

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

August 26, 2026
ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম
বাণিজ্য

ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

August 26, 2026
বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়
জীৱনশৈলী

বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

August 26, 2026
Next Post
অসমত সম্ভৱ নহয় এই চিকিৎসা! বিধায়ক অখিল গগৈক উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ পঠিওৱাৰ সম্ভাৱনা

অসমত সম্ভৱ নহয় এই চিকিৎসা! বিধায়ক অখিল গগৈক উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ পঠিওৱাৰ সম্ভাৱনা

নলবাৰীলৈ আহি আছে ড্ৰীম গাৰ্ল হেমামালিনী!

নলবাৰীলৈ আহি আছে ড্ৰীম গাৰ্ল হেমামালিনী!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.