• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধৰ্ষণৰ অপৰাধত গ্ৰেপ্তাৰ দানুষ্কাৰ জামিন আবেদন নাকচ! বুধবাৰলৈ আৰক্ষীৰ জিম্মাতেই থাকিব শ্ৰীলংকান ক্ৰিকেটাৰ দানুষ্কা

4 years ago
বিবাহিত দম্পতিসকল কিয় পৰকীয়াত সোমাই পৰে? কিয় ভাঙে পতি-পত্নীৰ সম্পৰ্ক? কাৰণ জানিলে চমকি উঠিব

28 minutes ago
দেৱগুৰু বৃহস্পতিৰ মহাগোচৰ, ৩ৰাশিৰ হাতলৈ আহিব টকাই টকা, লাকী ৰাশি কি কি?

60 minutes ago
চীনৰ পৰাই হায়দৰাবাদৰ ৰোগীৰ সফল অস্ত্ৰোপচাৰ! বিশ্বজুৰি চৰ্চাত ভাৰতীয় চিকিৎসক, কেনেকৈ এয়া সম্ভৱ কৰি তুলিলে?

1 hour ago
বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?

2 hours ago
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

জামিন পালেই শ্যামকানুৱে বিজয় মালিয়াৰ দৰে দেশ এৰি পলাব! জুবিনকেই নহয় গৰিমা গাৰ্গকো কেনেদৰে প্ৰতাৰণা কৰিছে শ্যামকানুৱে?

3 hours ago
জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?

ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

4 hours ago
বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

5 hours ago
গৰমৰ দিনত হাত ভৰি কিয় ফুলে? কেতিয়া সাৱধান হ’ব লাগে জনালে চিকিৎসকে

পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

ধৰ্ষণৰ অপৰাধত গ্ৰেপ্তাৰ দানুষ্কাৰ জামিন আবেদন নাকচ! বুধবাৰলৈ আৰক্ষীৰ জিম্মাতেই থাকিব শ্ৰীলংকান ক্ৰিকেটাৰ দানুষ্কা

editor by editor
November 7, 2022
in অপৰাধ, বিশ্ব
0
ধৰ্ষণৰ অপৰাধত গ্ৰেপ্তাৰ দানুষ্কাৰ জামিন আবেদন নাকচ! বুধবাৰলৈ আৰক্ষীৰ জিম্মাতেই থাকিব শ্ৰীলংকান ক্ৰিকেটাৰ দানুষ্কা
0
SHARES
13.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিশ্বকাপৰ মাজতেই ধৰ্ষণত অভিযুক্ত ক্ৰিকেটাৰ দানুষ্কা গুণথিলকাক নিৰ্বাসন দিছে শ্ৰীলংকা ক্ৰিকেট বৰ্ডে। সোমবাৰে শ্ৰীলংকা ক্ৰিকেট বৰ্ডৰ এগজিকিউটিভ কমিটিয়ে লৈছে এই সিদ্ধান্ত। আগন্তক দিনত শ্ৰীলংকাৰ খেলত আৰু দেখা নাযাব দানুষ্কাক।

শ্ৰীলংকা ক্ৰিকেট বৰ্ডে এক বিবৃতিত লিখিছে, ‘আইচিচিয়ে আমাক এই বিষয়ে জনাইছে। এগৰাকী মহিলাক ধৰ্ষণৰ অভিযোগত দানুষ্কাক গ্ৰেপ্তাৰ কৰিছে ছিডনী আৰক্ষীয়ে। সোমবাৰে আদালতত হাজিৰো কৰোৱা হৈছে দানুষ্কাক। শ্ৰীলংকাৰ ক্ৰিকেট বৰ্ডে এই বিষয়টোৰ ওপৰত নজৰ দিছে। আশা কৰো এই বিষয়টোৰ ওপৰত উচিত তদন্ত হ’ব। দানুষ্কাৰ বিৰুদ্ধেও উচিত পদক্ষেপ লোৱা হ’ব।’

আনহাতে দানুষ্কাৰ জামিন আবেদন নাকচ কৰিছে ছিডনীৰ আদালতে। সোমবাৰে ভিডিঅ’ কনফাৰেন্সৰে দানুষ্কাক হাজিৰ কৰোৱা হৈছে আদালতত। ইপিনে দানুষ্কাৰ অধিবক্তাই জামিনৰ আবেদন কৰিছে আদালতত। কিন্তু মেজিষ্ট্ৰেট ৰবাৰ্ট উইলিয়ামছে দানুষ্কাৰ জামিন আবেদন নাকচ কৰে। বুধবাৰে এই বিষয়টোক পুনৰ আদালতত তোলা হ’ব। বুধবাৰলৈ আৰক্ষীৰ জিম্মাতেই থাকিব শ্ৰীলংকান ক্ৰিকেটাৰ দানুষ্কা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চীনৰ পৰাই হায়দৰাবাদৰ ৰোগীৰ সফল অস্ত্ৰোপচাৰ! বিশ্বজুৰি চৰ্চাত ভাৰতীয় চিকিৎসক, কেনেকৈ এয়া সম্ভৱ কৰি তুলিলে?
জীৱনশৈলী

May 25, 2026
বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?
জীৱনশৈলী

বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?

May 25, 2026
জামিন পালেই শ্যামকানুৱে বিজয় মালিয়াৰ দৰে দেশ এৰি পলাব! জুবিনকেই নহয় গৰিমা গাৰ্গকো কেনেদৰে প্ৰতাৰণা কৰিছে শ্যামকানুৱে?
অপৰাধ

ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন
বিশ্ব

May 24, 2026
Next Post
নগ্ন ফটোশ্বুট ৰণবীৰ সিঙেই কৰা নাছিল, এইকেইগৰাকী অভিনেত্ৰীৰ ফটোশ্বুট দেখিছেনে আপুনি…

নগ্ন ফটোশ্বুট ৰণবীৰ সিঙেই কৰা নাছিল, এইকেইগৰাকী অভিনেত্ৰীৰ ফটোশ্বুট দেখিছেনে আপুনি...

বিচ্ছেদৰ কাৰণ পৰকীয়া প্ৰেমেই! ছানিয়াৰ পতিৰ প্ৰেমত মচগুল কোন এই পাক অভিনেত্ৰী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন