• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাস মহোৎসৱত ৰাধাৰ প্ৰসংগ! শ্ৰীকৃষ্ণৰ প্ৰেয়সী ৰাধাৰ মৃত্যু কেনেকৈ ঘটিছিল, শ্ৰীকৃষ্ণই প্ৰিয় বাঁহীটোও কিয় ত্যাগ কৰিছিল?

ৰাস মহোৎসৱত ৰাধাৰ প্ৰসংগ! শ্ৰীকৃষ্ণৰ প্ৰেয়সী ৰাধাৰ মৃত্যু কেনেকৈ ঘটিছিল, শ্ৰীকৃষ্ণই প্ৰিয় বাঁহীটোও কিয় ত্যাগ কৰিছিল?

3 years ago
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

12 minutes ago
অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

2 hours ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

2 hours ago
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

3 hours ago
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

4 hours ago
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

4 hours ago
বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

5 hours ago
উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

23 hours ago
এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

23 hours ago
আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন

আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন

1 day ago
দুবিধ সামগ্ৰী চাইহে চিনাক্ত কৰা হ’ল অজিত পাৱাৰৰ দেহ, দৃশ্যমানতা কমৰ বাবেই এই দুৰ্ঘটনা নেকি? কিয় ৰানৱে দেখা নাই বুলি দুৰ্ঘটনাৰ পূৰ্বে কৈছিল পাইলটে?

দুবিধ সামগ্ৰী চাইহে চিনাক্ত কৰা হ’ল অজিত পাৱাৰৰ দেহ, দৃশ্যমানতা কমৰ বাবেই এই দুৰ্ঘটনা নেকি? কিয় ৰানৱে দেখা নাই বুলি দুৰ্ঘটনাৰ পূৰ্বে কৈছিল পাইলটে?

1 day ago
২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?

২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ৰাস মহোৎসৱত ৰাধাৰ প্ৰসংগ! শ্ৰীকৃষ্ণৰ প্ৰেয়সী ৰাধাৰ মৃত্যু কেনেকৈ ঘটিছিল, শ্ৰীকৃষ্ণই প্ৰিয় বাঁহীটোও কিয় ত্যাগ কৰিছিল?

editor by editor
November 9, 2022
in ভাৰত, লেখা
0
ৰাস মহোৎসৱত ৰাধাৰ প্ৰসংগ! শ্ৰীকৃষ্ণৰ প্ৰেয়সী ৰাধাৰ মৃত্যু কেনেকৈ ঘটিছিল, শ্ৰীকৃষ্ণই প্ৰিয় বাঁহীটোও কিয় ত্যাগ কৰিছিল?
0
SHARES
31k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শ্ৰীকৃষ্ণৰ কথা ক’বলৈ গ’লেই প্রথমেই আমি লওঁ ৰাধাৰ নাম অৰ্থাৎ আমি কৃষ্ণৰ নাম লওতে কওঁ ৰাধা-কৃষ্ণ। অকলশৰে শ্ৰীকৃষ্ণৰ ফটো অথবা নাম কমেই লয় প্ৰত্যেক ধৰ্মপ্ৰাণ মানুহেই। ৰাধা-কৃষ্ণৰ আধ্যাত্মিক প্ৰেমক সকলো প্ৰেমৰেই ঊৰ্ধ্বত বুলি কোৱা হয়।

শ্ৰীকৃষ্ণৰ কোনকেইটা সামগ্ৰী আটাইতকৈ প্ৰিয় আছিল?

শ্ৰীকৃষ্ণৰ জীৱনত দুটা বস্তুৱেই অত্যাধিক প্ৰিয় আছিল। এটা হৈছে তেওঁৰ বাঁহী আৰু আনটো হৈছে তেওঁৰ প্ৰেয়সী ৰাধা। শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰেই ৰাধাক বাউলী কৰি কাষ চপাই আনিছিল কৃষ্ণৰ। প্ৰেয়সী ৰাধাৰ কথা ৰাখিয়েই পিছলৈ শ্ৰীকৃষ্ণৰ হাতত প্ৰতিসময়তে আছিল বিশেষ বাঁহীটো। সেয়ে শ্ৰীকৃষ্ণ আৰু ৰাধাৰ প্ৰেমৰ প্ৰতীক হিচাপেও বাঁহীটোকেই ধৰা হয়। শ্ৰীকৃষ্ণৰ প্ৰেয়সী হ’লেও ৰাধা এগৰাকী সাধাৰণ নাৰী আছিল। প্ৰকৃতিৰ নিয়মৰ পৰা ৰাধাও পৃথক নাছিল সেয়ে ৰাধাৰ মৃত্যু সাধাৰণ মানুহৰ দৰেই প্ৰকৃতিৰ নিয়ম মানিয়েই হ’ব লাগে। কিন্তু ৰাধাৰ মৃত্যুক লৈ বহু সময়ত বহু কাহিনী মুখে মুখে। প্ৰকৃততে কৃষ্ণৰ প্ৰেয়সীৰ মৃত্যু কেনেকৈ হৈছিল? কেনেকৈ এদিন প্ৰিয়তমা প্ৰেয়সীৰ পৰা বিচ্ছিন্ন হৈছিল শ্ৰীকৃষ্ণ?

কেনেকৈ মৃত্যু হৈছিল প্ৰিয়তমা ৰাধাৰ?

বহুতেই ৰাধাৰ মৃত্যুক লৈ ভিন্ন মত দাঙি ধৰে যদিও ৰাধা-কৃষ্ণৰ বিচ্ছেদ মৃত্যুৰে ঘটা নাছিল। এদিন মোমায়েক কংসই কৃষ্ণক আমন্ত্ৰণ জনায়। মোমায়েকৰ আমন্ত্ৰণ ৰক্ষা কৰি মোমায়েকৰ ঘৰলৈ যাত্ৰা কৰে কৃষ্ণ। প্ৰথমবাৰৰ বাবে ৰাধাৰ পৰা সেইদিনাই দূৰত্বত অৱস্থান কৰিছিল শ্ৰীকৃষ্ণই। বৃন্দাবন এৰি মথুৰালৈ যোৱাৰ আগমুহূৰ্তত সেইদিনা কৃষ্ণই প্ৰেয়সী ৰাধাক লগ ধৰে। মনৰ সকলো কথা ৰাধাৰ আগত খুলি কৈ ৰাধাক প্ৰতিশ্ৰুতি দিয়ে যে অচিৰেই ৰাধাৰ কাষলৈ, বৃন্দাবনলৈ তেওঁ উভতি আহিব। ৰাধাক সেই প্ৰতিশ্ৰুতি দিয়েই শ্ৰীকৃষ্ণই বৃন্দাবনৰ পৰা মথুৰাত উপস্থিত হয়। বৃন্দাবনৰ পৰা শ্ৰীকৃষ্ণ গুচি যোৱাৰ পিছত আৰু ৰাধাৰ বৰ্ণনা বিশেষ আৰু পোৱা নাযায়।

কেনেকৈ শ্ৰীকৃষ্ণৰে বিচ্ছেদ ঘটিছিল ৰাধাৰ?

শ্ৰীকৃষ্ণই বৃন্দাবন এৰাৰ পিছতেই ৰাধাৰ মনৰ পৰা কৃষ্ণৰ অস্তিত্ব শেষ হৈছিল তেনে নহয়। বৃন্দাবন এৰাৰ পৰত ৰাধাইয়ো কৃষ্ণক প্ৰতিশ্ৰুতি দিছিল, শ্ৰীকৃষ্ণৰ কায়িক উপস্থিতি ৰাধাৰ কাষত থাকক বা নাথাকক ৰাধাৰ হৃদয়ত শ্ৰীকৃষ্ণ সৰ্বকালৰ বাবেই বিৰাজমান হৈয়েই থাকিব। শ্ৰীকৃষ্ণই প্ৰেয়সী ৰাধাক দি যোৱা প্ৰতিশ্ৰুতি আৰু ৰাখিব নোৱাৰিলে। মথুৰালৈ গৈ আৰু কৃষ্ণ উভতি নাহিল। মথুৰাত সাধাৰণ জনতাক অতিষ্ঠ কৰি ৰখা দানৱসকলক হত্যা কৰি তাৰ প্ৰজাসকলক ৰক্ষা কৰাৰ বাবে দ্বাৰকালৈ যায়। দ্বাৰকাতেই শ্ৰীকৃষ্ণই নিজা নগৰী প্ৰতিষ্ঠা কৰে।

স্বামীৰ সৈতে সম্পৰ্ক কেনে আছিল ৰাধাৰ?

শ্ৰীকৃষ্ণই বৃন্দাবন এৰাৰ পিছত ৰাধাই বৃন্দাবনতেই তেওঁৰ স্বামীৰে সৈতে সময় অতিবাহিত কৰিছিল। পত্নী ধৰ্ম পালন কৰি ৰাধাই সকলো নিত্যকৰ্ম নিয়াৰীকৈ চলাই নিছিল যদিও সকলো সময়তে ৰাধাৰ মন শ্ৰীকৃষ্ণৰ নামতেই সমৰ্পিত আছিল। কৃষ্ণৰ প্ৰেম পাবৰ বাবে সদা ব্যাকুল হৈ থকা ৰাধাৰ কৃষ্ণৰ অপেক্ষাতেই জীৱন ত্যাগ কৰাৰ সময় আহি পৰে। শেষবাৰৰ বাবে প্ৰেমিক কৃষ্ণক এবাৰ দেখা পাবৰ বাবে ৰাধাই বৃন্দাবন এৰি দ্বাৰকালৈ যাত্ৰা কৰে। দ্বাৰকাত উপস্থিত হৈয়েই ৰাধাই গম পালে যে তেওঁৰ প্ৰেমিক কৃষ্ণই ইতিমধ্যেই বিয়া কৰাইছে। দ্বাৰকাৰ ৰাণী তথা শ্ৰীকৃষ্ণৰ পত্নী হৈছে ৰুক্মিনী। ৰুক্মিনী তথা সত্যভামাৰ কথা গম পোৱা মাত্ৰকেই ৰাধাই দুখী হোৱাৰ পৰিবৰ্তে সুখী হৈ পৰে।

কিয় বৃন্দাবন এৰি দ্বাৰকালৈ গৈছিল ৰাধা?

ইপিনে শ্ৰীকৃষ্ণইয়ো প্ৰেয়সী ৰাধাৰ দ্বাৰকাত দেখি সুখী হৈ পৰে। কিন্তু শ্ৰীকৃষ্ণৰ চহৰ দ্বাৰকাত ৰাধাক কোনোৱে চিনিব নোৱাৰিলে। ৰাধাই দ্বাৰকাৰ ৰজা তথা তেওঁৰ প্ৰেমিক কৃষ্ণক অনুৰোধ জনালে যে তেওঁৰ প্ৰাসাদত ৰাধাক এগৰাকী সেৱিকা হিচাপে নিযু্ক্তি দিয়ক। ৰাধাৰ কথা মানিয়েই শ্ৰীকৃষ্ণই ৰাধাক তেওঁৰ বিশেষ সহায়িকা হিচাপে নিযুক্তি দিয়ে। কিন্তু সকলো সময়তে প্ৰেমিকৰ কাষত থাকিবলৈ পাইছিল যদিও ৰাধাই কৃষ্ণৰ পৰা পূৰ্বৰ সেই প্ৰেম লাভ নকৰিলে। পূৰ্বৰ সেই আধ্যাত্মিক প্ৰেমৰ ভাৱ আৰু প্ৰাসাদত নাপালে ৰাধাই। সেয়ে শ্ৰীকৃষ্ণৰ নগৰী দ্বাৰকা এৰি যোৱাৰ সিদ্ধান্ত লয় ৰাধাই। হয়তো দূৰলৈ গুচি গ’লে কিজানি প্ৰেমিক কৃষ্ণক উভতাই পায়েই!

দ্বাৰকাতেই মৃ্ত্যু ঘটিছিল নেকি ৰাধাৰ?

ভৱামতেই ৰাধাই এদিন কাকো নজনোৱাকৈয়ে দ্বাৰকা ত্যাগ কৰে। কিন্তু ক’লৈ যাব ৰাধা সেই বিষয়ে তেওঁ নিজেও জনা নাছিল। ৰাধাই মনে মনে দ্বাৰকা ত্যাগ কৰিলেও ৰাধাৰ মনৰ কথা বুজি উঠিছিল তেওঁৰ প্ৰেমিক কৃষ্ণই। সেয়ে ৰাধা ওলাই যোৱাৰ পিছতেই তেওঁ দিব্যদৃষ্টিৰে সকলো নিৰীক্ষণ কৰি আছিল। ৰাজধানী পাৰ হৈ যেতিয়া ৰাধাই জংঘলৰ দিশে যাত্ৰা কৰিছিল হঠাতেই ৰাধাৰ সন্মুখত শ্ৰীকৃষ্ণৰ আবিৰ্ভাৱ হয়। ৰাধা তেতিয় সম্পূৰ্ণৰূপে ভাঙি পৰিছিল। প্ৰেমিকক সন্মুখত দেখা মাত্ৰকেই উজলি উঠিছিল ৰাধাৰ মুখ। প্ৰেয়সীক কৃষ্ণইয়ো সুধিছিল, আছেনে কিবা দাবী? ৰাধাই তেতিয়া কৈছিল যে শেষবাৰৰ বাবে তেওঁ শ্ৰীকৃষ্ণৰ বাঁহীৰ মাত শুনিব বিচাৰে। প্ৰেয়সী ৰাধাৰ কথা ৰাখিয়েই শ্ৰীকৃষ্ণই সুমধুৰ স্বৰত বজাইছিল বাঁহীটো। সেইযে শ্ৰীকৃষ্ণই বাঁহীটো বজালে তেওঁ আৰু থমকি নৰ’ল।

কিয় আটাইতকৈ প্ৰিয় বাঁহীটোও ভাঙি পেলাইছিল শ্ৰীকৃষ্ণই?

দিন বাগৰি গৈ থাকিল। লাহে লাহে ৰাধাৰ শৰীৰো ভাঙি আহিল। শ্ৰীকৃষ্ণ কিন্তু থমকি নৰ’ল। তেওঁ বাঁহীৰ সুমধুৰ স্বৰ ৰাধাৰ শুনোৱাই থাকিল। এনেকৈয়ে এদিন শ্ৰীকৃষ্ণৰ বাঁহীৰ স্বৰ শুনি শুনিয়েই ৰাধাই দেহ ত্যাগ কৰি আধ্যাত্মিকৰূপ ধাৰণ কৰিলে। শ্ৰীকৃষ্ণৰ প্ৰেমত বিলীন হৈয়েই দেহত্যাগ কৰিলে প্ৰেয়সী ৰাধাই। প্ৰেয়সীৰ মৃত্যু শোক সহিব নোৱাৰি সেইদিনাই শ্ৰীকৃষ্ণই তেওঁ অন্যতম প্ৰিয় বাদ্যযন্ত্ৰ বাঁহীটোকো ভাঙি পেলায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?
জীৱনশৈলী

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

January 29, 2026
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?
জীৱনশৈলী

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

January 29, 2026
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

January 29, 2026
Next Post
তেজস্বিতাৰ মৃত্যুৰ বাবে দায়ী নহয় চিকিৎসাবিভাগ! দায়ী পিতৃ-মাতৃহে, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

তেজস্বিতাৰ মৃত্যুৰ বাবে দায়ী নহয় চিকিৎসাবিভাগ! দায়ী পিতৃ-মাতৃহে, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

খালী ভৰিৰেই এদিন বিশ্বক চমক দিছিল ভাৰতীয় ফুটবল দলে! সেই দলেই কিয় আজি খেলিব নোৱাৰে ফিফা বিশ্বকাপ? আঁৰৰ এইকেইটা কাৰণ জানিলে আপুনিও হ’ব হতবাক…

খালী ভৰিৰেই এদিন বিশ্বক চমক দিছিল ভাৰতীয় ফুটবল দলে! সেই দলেই কিয় আজি খেলিব নোৱাৰে ফিফা বিশ্বকাপ? আঁৰৰ এইকেইটা কাৰণ জানিলে আপুনিও হ’ব হতবাক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.