• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপোনাকো WhatsAppত কোনেও মেছেজ নকৰে নেকি, চিন্তা নকৰিব… WhatsAppত আহিছে এই নতুন সুবিধা..

আপোনাকো WhatsAppত কোনেও মেছেজ নকৰে নেকি, চিন্তা নকৰিব… WhatsAppত আহিছে এই নতুন সুবিধা..

4 years ago
১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

3 hours ago
হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

4 hours ago
কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

4 hours ago
‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

5 hours ago
পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

5 hours ago
চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

6 hours ago
কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

7 hours ago
নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

7 hours ago
৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

8 hours ago
Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

9 hours ago
কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

9 hours ago
সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আপোনাকো WhatsAppত কোনেও মেছেজ নকৰে নেকি, চিন্তা নকৰিব… WhatsAppত আহিছে এই নতুন সুবিধা..

editor by editor
November 29, 2022
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
আপোনাকো WhatsAppত কোনেও মেছেজ নকৰে নেকি, চিন্তা নকৰিব… WhatsAppত আহিছে এই নতুন সুবিধা..
0
SHARES
6.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ হোৱাটছএপে আপডেটযোগে পুনৰ এটা নতুন সুবিধা লৈ আহিছে। সোনকালেই নিজকে নিজে মেচেজ দিব পাৰিব আপুনি। সকলোৱে প্ৰতিদিনে হোৱাটছএপত অসংখ্য বাৰ্তা প্ৰেৰণ কৰে। বন্ধু আৰু প্ৰিয়জনক বাৰ্তা প্ৰেৰণ কৰাৰ সহজ উপায় হোৱাটছএপ। বৰ্তমান এই জনপ্ৰিয় মেচেজিং এপটোত নিজকে মেচেজ কৰাৰ কোনো উপায় সংযোজন কৰাৰ চিন্তা কৰিছে প্ৰতিষ্ঠানটোৱে। হোৱাটছএপ প্ৰতিষ্ঠানটোৱে এপটোত মেচেজ ইয়োৰচেল্ফ ফিচাৰ যোগ কৰিছে। তাত আপুনি যেতিয়াই বিচাৰে আপোনাক প্ৰয়োজন হোৱা যিকোনো বাৰ্তা সাঁচি ৰাখিব পাৰিব। টোকাবোৰৰ উপৰিও, ফটো, ভিডিঅ’ আৰু অডিঅ’ ফাইলো সংৰক্ষণ কৰিব পাৰিব হোৱাটছএপত।

হোৱাটছএপে এই সুবিধাটো এণ্ড্ৰ’ইড আৰু আইঅএছ গ্ৰাহকলৈ লৈ আহিছে। কোম্পানীৰ মতে, এই সুবিধাটো অহা কেইসপ্তাহমানৰ ভিতৰত সকলো গ্ৰাহকৰ ফোনত উপলব্ধ হ’ব। গতিকে আপুনিও এই নতুন সুবিধাটো ব্যৱহাৰ কৰিবলৈ বেছি সময় অপেক্ষা কৰিব নালাগে।

‘মেচেজ ইয়োৰচেল্ফ’ সুবিধা কেনেদৰে ব্যৱহাৰ কৰিব?
এই সুবিধাটো হোৱাটছএপৰ পৰা আপডেট প্ৰেৰণ কৰাৰ পিছতহে ব্যৱহাৰ কৰিব পাৰিব। অন্য লোকৰ নম্বৰত মেছেজ দিয়া ধৰণেই নিজে নিজৰ নম্বৰত মেছেজ দিব পাৰিব আপুনি। নিজে নিজক মেছেজ কৰি ৰখা তথ্য বা বাৰ্তাখিনি সকলো সময়তে আপোনাৰে মোবাইলত থাকিব। এইটো সংযোজনটোৱে সঞ্চয় কৰাৰ ধৰণেই কাম কৰিব। টোকাবোৰ দ্ৰুততাৰে সঞ্চয় কৰাৰ এই সুবিধাটো উপযোগী হ’ব। একে সময়তে, এই সুবিধাটো ভৱিষ্যতৰ বাবে ছবি বা ভিডিঅ’ সংৰক্ষণ কৰিবলৈও উপযোগী হ’ব। আনকি আপুনি নিজৰ বাবে ভইচ মেছেজ সংৰক্ষণ কৰিব ৰাখিব পাৰিব। একপ্ৰকাৰৰ এখন ব্যক্তিগত ডায়েৰীৰ দৰে কাম কৰিব হোৱাটছএপৰ এই আপডেটটোৱে।

মেছেজ ইয়োৰচেল্ফৰ সুবিধাটোক লৈ আশাবাদী হোৱাটছএপ প্ৰতিষ্ঠানটো। এই আপডেটটোৱে মানুহৰ নিজৰ দৈনন্দিন জীৱনৰ লাগতিয়াল তথ্যসমূহ সংগ্ৰহ কৰিব ৰাখিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ
বিশ্ব

১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

August 8, 2026
হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’
বিশ্ব

হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

August 8, 2026
কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

August 8, 2026
‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’
বিনোদন

‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

August 8, 2026
Next Post
নাবালিকাৰ বিৰুদ্ধে অশ্লীল মন্তব্য, গ্ৰেপ্তাৰ হ’ল আৰক্ষী থানাৰ উপ-পৰিদৰ্শক

নাবালিকাৰ বিৰুদ্ধে অশ্লীল মন্তব্য, গ্ৰেপ্তাৰ হ'ল আৰক্ষী থানাৰ উপ-পৰিদৰ্শক

ভাল দিন! ৰাজ্যৰ ৩৫,৮০০ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীক আজি প্ৰদান কৰা হ’ব স্কুটি…

ভাল দিন! ৰাজ্যৰ ৩৫,৮০০ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীক আজি প্ৰদান কৰা হ’ব স্কুটি...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.