• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গান্ধীৰ ৰাজ্য কেনেকৈ দখল কৰিলে মোদী-শ্বাহে? গুজৰাটত কংগ্ৰেছৰ শোচনীয় বিপৰ্যয়ৰ মূলতে এইকেইটা কাৰণ…

গান্ধীৰ ৰাজ্য কেনেকৈ দখল কৰিলে মোদী-শ্বাহে? গুজৰাটত কংগ্ৰেছৰ শোচনীয় বিপৰ্যয়ৰ মূলতে এইকেইটা কাৰণ…

3 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

5 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

5 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

5 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

5 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

5 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

5 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

6 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

6 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

6 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

6 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

6 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

6 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

গান্ধীৰ ৰাজ্য কেনেকৈ দখল কৰিলে মোদী-শ্বাহে? গুজৰাটত কংগ্ৰেছৰ শোচনীয় বিপৰ্যয়ৰ মূলতে এইকেইটা কাৰণ…

editor by editor
December 8, 2022
in ভাৰত, ৰাজনীতি
0
গান্ধীৰ ৰাজ্য কেনেকৈ দখল কৰিলে মোদী-শ্বাহে? গুজৰাটত কংগ্ৰেছৰ শোচনীয় বিপৰ্যয়ৰ মূলতে এইকেইটা কাৰণ…
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ এই আভাষ কেইবামাহ পূৰ্বে পোৱা গৈছে৷ এক্সিট প’লেও কৈছিল একেই কথা৷ সোমবাৰে গুজৰাটৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পাছৰে পৰা দেশৰ আগশাৰীৰ সংবাদ মাধ্যমৰ সমীক্ষাত গুজৰাটৰ বিজেপিৰে অগ্ৰগতিৰ আভাষ পোৱা গৈছে৷ বৃহস্পতিবাৰে হৈ থকা ভোটগণনাত এই এক্সিট প’ল সঁচা প্ৰমাণিত হৈছে৷ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ ৰাজ্যত কংগ্ৰেছ-আপৰ স্থান নাই যে সেই কথা স্পষ্ট হৈছে৷

ভোটগণনাত ১৮২ খন আসনৰ ভিতৰত ১৫৮ আসনতেই সংখ্যাগৰিষ্ঠতাৰে আগবাঢ়ি আছে বিজেপি৷ ১৯৮৫ চনত কংগ্ৰেছে গঢ়া অভিলেখ ভংগ কৰিছে বিজেপি দলে৷ ১৯৮৫ চনত কংগ্ৰেছে ১৮২ খন আসনৰ ভিতৰত ১৪৯ খন আসন লাভ কৰিছিল৷ ২০২২ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ অভিলেখ ভংগ কৰি বিজয়ৰ দিশে আগবাঢ়িছে বিজেপি৷ বিজেপিয়ে প্ৰায় ৫৩ শতাংশ ভোট লাভ কৰিছে৷ আনহাতে কংগ্ৰেছে লাভ কৰিছে মাত্ৰ ২৭ শতাংশ ভোট৷ চৰকাৰ গঠন কৰিমেই বুলি দাবী কৰা আপে লাভ কৰিছে মাত্ৰ ১৩ শতাংশ ভোট৷

২০১৭ চনৰ নিৰ্বাচনত বিজেপিক টক্কৰ দিছিল কংগ্ৰেছে৷ ১৮২ খন আসনৰ ভিতৰত ৭৭ খন আসন লাভ কৰিছিল কংগ্ৰেছে৷ তাৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছিল ৯৯ খন আসন৷ ২০১৭ চনত কথমপি চৰকাৰ গঠন কৰা বিজেপিয়ে এইবাৰ বিপুল সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে৷ ২০১৭ চনত কংগ্ৰেছে গুজৰাটত লাভ কৰিছিল ৪৪ শতাংশতকৈও অধিক ভোট৷ আনহাতে বিজেপিয়ে লাভ কৰিছিল ৪৯ শতাংশ ভোট৷ লোকসভা নিৰ্বাচনত ২০১৯ চনতো কংগ্ৰেছ ব্যৰ্থ হৈছিল মোদী-শ্বাহৰ ৰাজ্যত৷ বিধানসভাৰ নিৰ্বাচনৰ ফলাফলত বিজেপিৰ সফলতাৰ পাছতে চৰ্চা হৈছে৷ ২০২৬ৰ লোকসভাৰ নিৰ্বাচনতো বিজেপিয়ে জয়লাভ কৰিব!

উল্লেখ্য যে বিগত ৫ বছৰত গুজৰাটত কংগ্ৰেছৰ ১৯ জন বিধায়কে বিজেপিত যোগদান কৰিছে৷ বিজেপিত যোগদান কৰা নেতাসকলৰ ভিতৰত আছে– মোহন সিং ৰাথোৱাৰ, অল্পেশ ঠাকুৰকে ধৰি কংগ্ৰেছৰ শক্তিশালী নেতা৷ ১০ বছৰে দক্ষিণ আৰু পূব গুজৰাটত কংগ্ৰেছৰ নেতৃত্ব দি থকা মোহন সিঙৰ পদত্যাগে কংগ্ৰেছক দুৰ্বল কৰি তুলিছিল৷ যাৰ বাবে বিধানসভাত নিৰ্বাচনত দক্ষিণ-পূব গুজৰাটত ধৰাশায়ী হৈছিল কংগ্ৰেছ৷ ইয়াৰোপৰি এইবাৰ গুজৰাটত হোৱা ত্ৰিকোণ যুঁজত দলিত, অনগ্ৰসৰ শ্ৰেণীৰ ভোট বিভাজিত হৈছে৷ আপে কংগ্ৰেছৰ বহু স্থায়ী ভোট কাঢ়ি নিয়াৰ বাবে গুজৰাটত কংগ্ৰেছ ধৰাশায়ী হোৱা বুলি ৰাজনৈতিক বিশ্লেষকে দাবী কৰিছে৷

নিৰ্বাচনী পৰিসংখ্যাই কয়, ১৯৮৫ চনৰ পাছত মহাত্মা গান্ধীৰ ৰাজ্য গুজৰাটত কংগ্ৰেছে এবাৰো বিধানসভা নিৰ্বাচনত জয়লাভ কৰিব সক্ষম হোৱা নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
জীৱনশৈলী

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

February 9, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

February 9, 2026
Next Post
হঠাতেই আছুৰ সভাপতি ৰ পৰা পদত্যাগ দীপাংক নাথৰ! ৰাজনীতি নে বিয়া, কোনটো সঁচা?

হঠাতেই আছুৰ সভাপতি ৰ পৰা পদত্যাগ দীপাংক নাথৰ! ৰাজনীতি নে বিয়া, কোনটো সঁচা?

ৰাইজৰ দলৰ নেত্ৰী জ্ঞানশ্ৰী বৰাৰ ফেচবুক পষ্ট, ‘মোবাইলত নেটৱৰ্ক নাছিল বাবেই ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ডক লৈ মতামত দিয়া নাছিলো’

ৰাইজৰ দলৰ নেত্ৰী জ্ঞানশ্ৰী বৰাৰ ফেচবুক পষ্ট, 'মোবাইলত নেটৱৰ্ক নাছিল বাবেই ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ডক লৈ মতামত দিয়া নাছিলো’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.