• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৪ ঘণ্টাত ৩০ টাকৈ শৱদেহৰ মৰোণোত্তৰ পৰীক্ষা কৰিছে তেওঁ, চৰ্চাত কিয় আহিছে বিহাৰৰ ৰাজেশ ঠাকুৰ?

২৪ ঘণ্টাত ৩০ টাকৈ শৱদেহৰ মৰোণোত্তৰ পৰীক্ষা কৰিছে তেওঁ, চৰ্চাত কিয় আহিছে বিহাৰৰ ৰাজেশ ঠাকুৰ?

3 years ago
Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!

5 minutes ago
হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক

হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক

1 hour ago
হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

1 hour ago
বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

13 hours ago
টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

13 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

13 hours ago
প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?

প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?

14 hours ago
১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে

১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে

14 hours ago
হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?

হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?

14 hours ago
মঙলবাৰ শুভ হ’ব এইকেইটা ৰাশিৰ বাবে, হনুমানৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

মঙলবাৰ শুভ হ’ব এইকেইটা ৰাশিৰ বাবে, হনুমানৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

15 hours ago
AC চলাওঁতে মন কৰক অন্যথা বিপদত পৰিব!  ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

AC চলাওঁতে মন কৰক অন্যথা বিপদত পৰিব! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

15 hours ago
নতুন সপ্তাহত মালব্য ৰাজযোগ, কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ মেষ, মিথুনসহ আৰু কাৰ কাৰ?

নতুন সপ্তাহত মালব্য ৰাজযোগ, কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ মেষ, মিথুনসহ আৰু কাৰ কাৰ?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২৪ ঘণ্টাত ৩০ টাকৈ শৱদেহৰ মৰোণোত্তৰ পৰীক্ষা কৰিছে তেওঁ, চৰ্চাত কিয় আহিছে বিহাৰৰ ৰাজেশ ঠাকুৰ?

editor by editor
December 16, 2022
in জীৱনশৈলী, ভাৰত
0
২৪ ঘণ্টাত ৩০ টাকৈ শৱদেহৰ মৰোণোত্তৰ পৰীক্ষা কৰিছে তেওঁ, চৰ্চাত কিয় আহিছে বিহাৰৰ ৰাজেশ ঠাকুৰ?
0
SHARES
4.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ একেলগে ৩০ টাকৈ মৃতদেহ পষ্টমৰ্টেম কৰিছে ব্যক্তিগৰাকীয়ে৷ কেইবছৰমান পূৰ্বেও এনেদৰেই এবাৰ লানি নিছিগাকৈ মৃতদেহৰ শাৰী পৰি আছিল পষ্টমৰ্টেম কক্ষৰ বাহিৰত৷ সেইবাৰ ঘটনা আছিল পৃথক৷ মধ্যাহ্ন ভোজন গ্ৰহণ কৰিয়েই মৃত্যুক সাবটি লৈছিল ১৮ টা শিশুৱে৷ এইবাৰো একেদৰেই পৰি আছে মৃতদেহৰ শাৰী৷ ৩০ টা মৃতদেহ এটাৰ পাছত আনটো মৃতদেহ কাটিব লাগে৷ বিষাক্ত মদ সেৱন কৰি মৃত্যুক সাবটি লোৱা এইসকলৰ মৃতদেহ পষ্টমৰ্টেম কৰি ভাগৰি পৰিছে ব্যক্তিগৰাকী৷

পষ্টমৰ্টেমৰ কামত বহুদিন ধৰি জড়িত হৈ থকা ৰাজেশ ঠাকুৰে বিগত তিনিদিন ধৰি লেথাৰিকৈ কাটি আছে শৱদেহ৷ দিনটোৰ এটা সময়তেই তেওঁ এই কৰ্তব্য পালন কৰিছে এনে নহয়৷ বিগত ২৪ ঘণ্টাত ৰাজেশে ৩০ টা শৱদেহৰ পষ্টমৰ্টেম কৰিছে৷

পূৰ্বে ৰাজেশৰ পিতৃও এই কামত জড়িত আছিল৷ পিতৃৰ মৃত্যুৰ পাছত ৰাজেশ এই কামত জড়িত হৈ পৰে৷ ৰাজেশে জনোৱা অনুসৰি বৰ্তমানলৈকে তেওঁ কেইবা শ শৱদেহৰ মৰোণোত্তৰ পৰীক্ষা সম্পন্ন কৰিছে৷ কিন্তু এইবাৰ কথা পৃৰ্বতকৈ পৃথক৷ ২৪ ঘণ্টাৰ ভিতৰতেই তেওঁ মৃতদেহকেইটাৰ মৰোণোত্তৰ পৰীক্ষা সম্পন্ন কৰিব লগা হৈছে৷ একেৰাহে শৱ কাটি ভাগৰি পৰিছে ৰাজেশ৷ ৰাজেশে ভাগৰি পৰিলেও কৰ্তব্যত গাফিলতি নকৰি নিজা কাম নিৰ্দিষ্ট সময়ৰ ভিতৰতেই সমাপন কৰে৷ ২৪ ঘণ্টাত এবাৰলৈকো পষ্টমৰ্টেম কক্ষৰ বাহিৰলৈ ওলাই অহা নাছিল ৰাজেশ৷ শেষত শাৰীৰিকভৱে অসুস্থ হৈ পৰিছে ৰাজেশ৷

উল্লেখ্য যে, সুৰাপান কৰি বৰ্তমানলৈ ৫৫ জন লোকে সাবটি লৈছে মৃত্যুক৷ বহুকেইজনৰ অৱস্থা সংকটজনক৷ মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰো সম্ভাৱনা থকা বুলিও বিহাৰৰ এক সূত্ৰই প্ৰকাশ কৰিছে৷ বিহাৰৰ এই ঘটনাটোৱে বহুতকেই চিন্তিত কৰি তুলিছে৷ তাৰ মাজতেই বিশেষভাৱে পষ্টমৰ্টেমৰ কামত ব্যস্ত হৈ থকা ৰাজেশ বহুতৰে চৰ্চাৰ বিষয় হৈ পৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!
ভাৰত

Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!

April 21, 2026
হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক
জীৱনশৈলী

হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক

April 21, 2026
হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!
জীৱনশৈলী

হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

April 21, 2026
বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?
জীৱনশৈলী

বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

April 20, 2026
Next Post
ভুলতে বিষাক্ত সুৰাপান কৰিলে কি কৰিব? বিষাক্ত সুৰাপান কৰাৰ আৰম্ভণিৰ ৪ ঘণ্টা কিয় বিপজ্জনক?

ভুলতে বিষাক্ত সুৰাপান কৰিলে কি কৰিব? বিষাক্ত সুৰাপান কৰাৰ আৰম্ভণিৰ ৪ ঘণ্টা কিয় বিপজ্জনক?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.