• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শীতকালত শৰীৰ গৰম কৰি ৰাখিবলৈ কি কৰিব, কি খাব?

শীতকালত শৰীৰ গৰম কৰি ৰাখিবলৈ কি কৰিব, কি খাব?

3 years ago
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

2 minutes ago
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

28 minutes ago
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

47 minutes ago
১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

1 hour ago
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

2 hours ago
আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

3 hours ago
কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

4 hours ago
২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

5 hours ago
দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

5 hours ago
৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

6 hours ago
বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

21 hours ago
লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শীতকালত শৰীৰ গৰম কৰি ৰাখিবলৈ কি কৰিব, কি খাব?

editor by editor
December 31, 2022
in অসম, খাদ্য, বিশ্ব, ভাৰত
0
শীতকালত শৰীৰ গৰম কৰি ৰাখিবলৈ কি কৰিব, কি খাব?
0
SHARES
7.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শীতৰ প্ৰকোপ বাঢ়িছে৷ বহু ঠাইত তুষাৰপাতৰ বাবে মাইনাছলৈ নামিছে উষ্ণতা৷ ঠাণ্ডাৰ দিনত বদহজমৰ সমস্যা বৃহৎ সমস্যা বহুতৰেই বাবে৷ ঠাণ্ডাৰ দিনত শৰীৰ গৰম কৰি ৰাখিবলৈ প্ৰাকৃতিকভাৱে কি কি উপায় অৱলম্বন কৰিব? খাদ্যৰ তালিকাত কি কি ৰাখিব? ঠাণ্ডাৰ দিনকেইটাত সাধাৰণতে এইকেইবিধ খাদ্য আমাৰ খাদ্য তালিকাত সন্নিবিষ্ট কৰিব লাগে৷

হালধি

হালধি শৰীৰৰ বাবে অতি উপকাৰী৷ ঔষধি গুণসম্পন্ন হালধিয়ে শৰীৰ গৰম কৰি ৰখাত সহায় কৰে৷ ঠাণ্ডাৰ দিনত গাখীৰৰ সৈকে হালধি উতলাই খালে শৰীৰৰ তাপমাত্ৰা অটুত ৰখাত সহায়ক হয়৷

আদা
আদাও আমাৰ দৈনন্দিন খাদ্য তালিকাত থকা এবিধ লাগতীয়াল সামগ্ৰী৷ আদাই শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণত সহায় কৰে৷ কাঁহ-কফ আদিৰ সমস্যাতো আদা অত্যন্ত লাগতীয়াল৷

মৌ
মৌৰো যথেষ্ট ঔষধি গুণ আছে৷ শীতকালত ই ই প্ৰকৃতিত উষ্ণ আৰু এনেদৰে আমাক উষ্ণ আৰু আৰামদায়ক হোৱাত সহায় কৰে।

ডালচেনি
ডালচেনিয়ে বিপাকত সহায় কৰে৷ শৰীৰৰ উষ্ণতা ঠিকে ৰখাত ডালচেনী সহায়ক হয়৷ শীতকালত যিকোনো খাদ্যৰ সৈতে ডালচেনীৰ মিশ্ৰণ দিব পাৰে৷ বহুসংখ্যকেই চাহতো ডালচেনি ব্যৱহাৰ কৰে৷
তিল
তিলে নিউমোনিয়া, ব্ৰংকাইটিছ আৰু হাপানীৰ দৰে দীৰ্ঘম্যাদী ৰোগৰ সৈতে মোকাবিলা কৰাত সহায় কৰে। চুলিত তিলৰ পেষ্ট লগালে উফিৰ সমস্যা দূৰ হয়৷

ড্ৰাই ফ্ৰুইট

ড্ৰাই ফ্ৰুইট নিয়মীয়াকৈ গ্ৰহণ কৰিলে শৰীৰৰ পুষ্টিহীনতা সমস্যা দূৰ হয়৷ ই ৰক্তহীনতা আৰু অন্যান্য ভিটামিনৰ অভাৱ সম্পৰ্কীয় ৰোগ নিৰাময় কৰাত সহায় কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব
খাদ্য

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

April 15, 2026
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত
জীৱনশৈলী

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

April 15, 2026
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?
জীৱনশৈলী

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

April 15, 2026
আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?
জীৱনশৈলী

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

April 15, 2026
Next Post
পুৰাতন সময়! সোৱঁৰণিত গ্ৰীটিংছ কাৰ্ড, প্ৰিয়জনৰ একলম পাবলৈ আজিও হেঁপাহ জাগে নেকি আপোনাৰ?

পুৰাতন সময়! সোৱঁৰণিত গ্ৰীটিংছ কাৰ্ড, প্ৰিয়জনৰ একলম পাবলৈ আজিও হেঁপাহ জাগে নেকি আপোনাৰ?

জিলা বিলুপ্তিকৰণৰ পাছতেই আছুৰ প্ৰতিবাদক লৈ সৰৱ মুখ্যমন্ত্ৰী, চৰকাৰৰ লগত আছেনে সুধিলে আছু নেতৃত্বক…

জিলা বিলুপ্তিকৰণৰ পাছতেই আছুৰ প্ৰতিবাদক লৈ সৰৱ মুখ্যমন্ত্ৰী, চৰকাৰৰ লগত আছেনে সুধিলে আছু নেতৃত্বক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.