• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ আমিৰ খানৰ ছবি বয়কটৰ দাবী, কিন্তু কিয়?

এইবাৰ আমিৰ খানৰ ছবি বয়কটৰ দাবী, কিন্তু কিয়?

6 years ago
৯ বছৰত ১৭,০০০ৰো অধিক এনকাউণ্টাৰ, ২৮৯ জন অপৰাধী নিহত, যোগী চৰকাৰৰ চমক!

৯ বছৰত ১৭,০০০ৰো অধিক এনকাউণ্টাৰ, ২৮৯ জন অপৰাধী নিহত, যোগী চৰকাৰৰ চমক!

14 minutes ago
Image Credit source: PTI

কেতিয়াৰ পৰা অম্ববাচী? অম্বুবাচীত কি কৰিব আৰু কি নকৰিব জানো আহক

37 minutes ago
গৰমত চাহ খোৱাৰ অভ্যাস? হ’ব পাৰে ডিহাইড্ৰেচনৰ লক্ষণ!

গৰমত চাহ খোৱাৰ অভ্যাস? হ’ব পাৰে ডিহাইড্ৰেচনৰ লক্ষণ!

58 minutes ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

1 hour ago
পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!

পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!

2 hours ago
ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!

ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!

2 hours ago
‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

3 hours ago
শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

3 hours ago
টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

5 hours ago
পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

6 hours ago
ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

7 hours ago
টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

এইবাৰ আমিৰ খানৰ ছবি বয়কটৰ দাবী, কিন্তু কিয়?

editor by editor
August 18, 2020
in চিনেমা
0
এইবাৰ আমিৰ খানৰ ছবি বয়কটৰ দাবী, কিন্তু কিয়?
0
SHARES
80
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ছ’চিয়েল মিডিয়াত এইবাৰ আমিৰ খানৰ আগন্তুক ছবি ‘লাল সিং চাদ্দা’ বয়কটৰ দাবী উত্থাপন হৈছে। তুৰস্কৰ ফার্ষ্ট লেডী এমেনি এর্ডোগানেক সাক্ষাৎ কৰি ভাৰতীয় নেপট’জিমৰ ক্ষোভৰ সন্মুখীন হৈছে আমিৰ খান। ভাৰত বিৰোধী তুৰস্কৰ ফার্ষ্ট লেডীক এজন ভাৰতীয় হৈ কেনেকৈ সাক্ষাৎ কৰিব পাৰে আমিৰ খানে? এই প্ৰশ্ন এতিয়া সকলোৱে উত্থাপন কৰিছে। ‘লাল সিং চাদ্দা’ৰ শ্বুটিঙৰ বাবে সম্প্ৰতি তুৰস্কত আছে অভিনেতা আমিৰ খান। শ্বুটিং শেষ কৰি তুৰস্কৰ ফার্ষ্ট লেডী এমেনি এর্ডোগানেক সাক্ষাৎ কৰে আমিৰ খানে। ইস্তানবুলৰ ৰাষ্ট্ৰপতি ভৱন হুছেন ম্যানচনত আয়োজিত হয় এই সাক্ষাৎ পর্ব। আমিৰক সাক্ষাৎ, কথোপকথনৰ মুহূর্তৰ বিভিন্ন ছবি নিজৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে এমিনে। তেওঁ লিখে- ইস্তানবুলত বিশ্ববিখ্যাত ভাৰতীয় অভিনেতা-পৰিচালক আমিৰ খানক সাক্ষাৎ কৰা সৌভাগ্য হ’ল মোৰ। মই আনন্দিত যে তুৰস্কৰ বিভিন্ন স্থানত আমিৰ খানৰ আগন্তুক ছবি ‘লাল সিং চাদ্দা’ৰ শ্বুটিং শেষ কৰাৰ সিদ্ধান্ত লৈছে আমিৰ খানে। মই এই ছবিৰ মুক্তিৰ বাবে অপেক্ষা কৰিম। সেই ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে ভাৰতীয় নেপট’জিমৰ ক্ষোভৰ সন্মুখীন হৈছে আমিৰ খান। প্ৰকৃততে তুৰস্কৰ ৰাষ্ট্ৰপতিয়ে পাকিস্তানক মুকলিকৈ সমর্থন জনাইছে কাশ্মীৰ বিষয়ত। এনে এক পৰিস্থিতিত ভাৰত বিৰোধী এখন দেশৰ ফার্ষ্ট লেডীক কিয় সাক্ষাৎ কৰিবলৈ গৈছে আমিৰ খান? সেই লৈ আৰম্ভ হৈছে বিতর্ক। বিশ্ব হিন্দু পৰিষদেও আমিৰ খানৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amir khanasom live 24assam live 24axom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক
বিনোদন

বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক

May 17, 2026
নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!
বিনোদন

নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!

May 15, 2026
বক্স অফিচত Bhooth Bangla-ই অৰ্জন কৰে ২০০ কোটি, কিন্তু বিতৰ্কত প্ৰডাকচন কোম্পানী
বিনোদন

বক্স অফিচত Bhooth Bangla-ই অৰ্জন কৰে ২০০ কোটি, কিন্তু বিতৰ্কত প্ৰডাকচন কোম্পানী

May 8, 2026
হঠাৎ মদ্যপানৰ প্ৰতি আসক্ত জাহ্নৱী কাপুৰ, কৰিলে অদ্ভুদ কাণ্ড!
বিনোদন

হঠাৎ মদ্যপানৰ প্ৰতি আসক্ত জাহ্নৱী কাপুৰ, কৰিলে অদ্ভুদ কাণ্ড!

May 4, 2026
Next Post
সাৱধান!ক’ৰোনাৰ নতুন অৱতাৰ। দহগুণ অধিক সংক্ৰমক।

সাৱধান!ক’ৰোনাৰ নতুন অৱতাৰ। দহগুণ অধিক সংক্ৰমক।

ছহিদ ছেমৰ মাতৃ কুশলে নাই!

ছহিদ ছেমৰ মাতৃ কুশলে নাই!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.