• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাতৃহাৰা হ’ল ৰাখী ছাৱন্ত… হিয়াধাকুৰিয়াই কান্দি সংবাদ মাধ্যমৰ আগত ৰাখীয়ে দিলে মাতৃ বিয়োগৰ খবৰ

মাতৃহাৰা হ’ল ৰাখী ছাৱন্ত… হিয়াধাকুৰিয়াই কান্দি সংবাদ মাধ্যমৰ আগত ৰাখীয়ে দিলে মাতৃ বিয়োগৰ খবৰ

3 years ago
জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?

জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?

2 minutes ago
ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

22 minutes ago
ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

1 hour ago
বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

2 hours ago
গৰমৰ দিনত হাত ভৰি কিয় ফুলে? কেতিয়া সাৱধান হ’ব লাগে জনালে চিকিৎসকে

গৰমৰ দিনত হাত ভৰি কিয় ফুলে? কেতিয়া সাৱধান হ’ব লাগে জনালে চিকিৎসকে

2 hours ago
পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ

পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ

3 hours ago
আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

4 hours ago
কৰ্মস্থলীত অশান্তি, অতিমাত্ৰা চিন্তা আৰু মানসিক চাপ, আঁৰত আছে এইবোৰ কাৰণ?

কৰ্মস্থলীত অশান্তি, অতিমাত্ৰা চিন্তা আৰু মানসিক চাপ, আঁৰত আছে এইবোৰ কাৰণ?

4 hours ago
বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!

বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!

5 hours ago
পাকিস্তানত সংকট! তেলৰ পিছত এতিয়া ৰুটিৰ বাবে কৰিছে হাহাকাৰ

পাকিস্তানত সংকট! তেলৰ পিছত এতিয়া ৰুটিৰ বাবে কৰিছে হাহাকাৰ

6 hours ago
ইব’লা ভাইৰাছৰ ভেকচিন উপলব্ধ, কিন্তু কিয় ই হৈ পৰিছে মাৰাত্মক?

ইব’লা ভাইৰাছৰ ভেকচিন উপলব্ধ, কিন্তু কিয় ই হৈ পৰিছে মাৰাত্মক?

7 hours ago
আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাতৃহাৰা হ’ল ৰাখী ছাৱন্ত… হিয়াধাকুৰিয়াই কান্দি সংবাদ মাধ্যমৰ আগত ৰাখীয়ে দিলে মাতৃ বিয়োগৰ খবৰ

editor by editor
January 29, 2023
in জীৱনশৈলী, ভাৰত
0
মাতৃহাৰা হ’ল ৰাখী ছাৱন্ত… হিয়াধাকুৰিয়াই কান্দি সংবাদ মাধ্যমৰ আগত ৰাখীয়ে দিলে মাতৃ বিয়োগৰ খবৰ
0
SHARES
8.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বলীউডৰ ড্ৰামা কুইন ৰাখী ছাৱন্তৰ মাতৃৰ বিয়োগ। শনিবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰিছে ৰাখী ছাৱন্তৰ মাতৃয়ে। দীৰ্ঘদিন ধৰি কৰ্কটৰ লগতে ব্ৰেইন টিউমাৰত ভুগি আছিল ৰাখীৰ মাতৃ জয়া ছাৱন্তে।

বিগত কেইবামাহ ধৰি হাস্পতালত ভৰ্তী হৈ আছিল জয়া ছাৱন্ত। স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ক্ৰিটিকেল কেয়াৰ হাস্পতালত ভৰ্তী কৰোৱা হৈছিল জয়া ছাৱন্তক। সেই বিষয়ে ৰাখীয়ে নিজেই সংবাদ মাধ্যমৰ আগত প্ৰকাশো কৰিছে। মৃত্যুৰ দিনকেইটাত শৰীৰৰ প্ৰায়সমূহ অংগই বিকল হৈ পৰিছিল জয়া ছাৱন্তৰ। শনিবাৰে নিশা ৰাখীৰ সকলো চেষ্টাক বিফল কৰি মাতৃ জয়া ছাৱন্ত গ’লগৈ। মাতৃ গুচি যোৱাৰ খবৰ জনাই সংবাদমাধ্যমৰ আগতেই ৰাখীয়ে ভাঙি পৰিছে কান্দোনত।

সংবাদিকক উদ্দেশ্যিয়ে ৰাখীয়ে কান্দি কান্দি কৈছে, ‘মা গুচি গ’ল।’ ইয়াৰোপৰি ৰাখীয়ে তেওঁৰ বান্ধৱীকো বাৰে বাৰে সুধিছে এটাই কথা, ‘আদিল ক’ত আছে? আদিল কেতিয়া আহিব?’
উত্তৰ নাই, কোনেও উত্তৰ দিব পাৰ নাই আদিল ক’ত আছে? কিন্তু ইয়াৰ মাজতেই এটা কথা ৰাখীৰ কাৰুকাৰ্যত পৰিস্ফুত যে ৰাখী এগৰাকী সাহসী মহিলা। দুখৰ সৰগ ভাঙি পৰিলে ও ৰাখীয়ে মাতৃৰ শেষকৃত্যৰ আগৰ যাৱতীয় সকলো কামকাজৰ তদাৰক নিজেই কৰিছে। মাতৃৰ মৃত্যুৰ পূৰ্বেও ৰাখীয়ে মাতৃৰ সকলোধৰণেই যত্নও লৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?
জীৱনশৈলী

জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?

May 25, 2026
ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক
জীৱনশৈলী

ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

May 25, 2026
ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান
জীৱনশৈলী

ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

May 25, 2026
বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

May 25, 2026
Next Post
আধাৰ কাৰ্ড আপডেটৰ বাবে ধন বিচাৰিছে? টকা ল’লেই বিপদত পৰিব আধাৰ কাৰ্ড বনোৱা চেণ্টাৰো…

আধাৰ কাৰ্ড আপডেটৰ বাবে ধন বিচাৰিছে? টকা ল’লেই বিপদত পৰিব আধাৰ কাৰ্ড বনোৱা চেণ্টাৰো...

নেপালৰ পৰা আহি আছে বিশেষ শিল! অযোধ্যাত নিৰ্মাণ হ’বলগীয়া ৰামৰ প্ৰতিমূৰ্তিৰ বিশেষত্ব কি হ’ব?

নেপালৰ পৰা আহি আছে বিশেষ শিল! অযোধ্যাত নিৰ্মাণ হ’বলগীয়া ৰামৰ প্ৰতিমূৰ্তিৰ বিশেষত্ব কি হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.