• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ বাবেই মাহ-হালধিৰ গোন্ধ গ’ল কি নগ’ল অঞ্জু হেৰাই গ’ল চিৰদিনৰ বাবে…

যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ বাবেই মাহ-হালধিৰ গোন্ধ গ’ল কি নগ’ল অঞ্জু হেৰাই গ’ল চিৰদিনৰ বাবে…

3 years ago
চুম্বনে মাতিব বিপদ! এটা চুম্বন আৰু ৩ গুণ মগজুৰ ৰোগৰ আশংকা, জনালে চিকিৎসকে

চুম্বনে মাতিব বিপদ! এটা চুম্বন আৰু ৩ গুণ মগজুৰ ৰোগৰ আশংকা, জনালে চিকিৎসকে

31 minutes ago
মাতৃ হ’বলৈ সাজু নেকি ৰশ্মিকা? বিয়াৰ ডেৰমাহ পিছতে দিব ওলাইছে ভাল খবৰ

মাতৃ হ’বলৈ সাজু নেকি ৰশ্মিকা? বিয়াৰ ডেৰমাহ পিছতে দিব ওলাইছে ভাল খবৰ

1 hour ago
হাতত ক’লা সূতা বান্ধিছে নেকি? সফলতা পাবলৈ পালন কৰক সঠিক নিয়ম

হাতত ক’লা সূতা বান্ধিছে নেকি? সফলতা পাবলৈ পালন কৰক সঠিক নিয়ম

2 hours ago
দেশ এৰিলে ছানী লিয়নে! বলীউড এৰি ক’ত ব্যস্ত অভিনেত্ৰীগৰাকী?

দেশ এৰিলে ছানী লিয়নে! বলীউড এৰি ক’ত ব্যস্ত অভিনেত্ৰীগৰাকী?

3 hours ago
পত্নীৰ সফলতা সহ্য হোৱা নাই স্বামীৰ! পুনৰ চৰ্চাত ঐশ্বৰ্য-অভিষেকৰ সম্পৰ্ক

পত্নীৰ সফলতা সহ্য হোৱা নাই স্বামীৰ! পুনৰ চৰ্চাত ঐশ্বৰ্য-অভিষেকৰ সম্পৰ্ক

4 hours ago
কেতিয়া বৃদ্ধি পাব DA? অষ্টম দৰমহা আয়োগ সন্দৰ্ভত আটাইতকৈ ডাঙৰ আপডেট

কেতিয়া বৃদ্ধি পাব DA? অষ্টম দৰমহা আয়োগ সন্দৰ্ভত আটাইতকৈ ডাঙৰ আপডেট

4 hours ago
নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক লং, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক লং, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

4 hours ago
ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, এপ্ৰিল মাহত পাব সোণালী সুযোগ!

ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, এপ্ৰিল মাহত পাব সোণালী সুযোগ!

5 hours ago
ব’হাগ মাহত দান কৰক এইবোৰ বস্তু, ধনেৰে উপচি পৰিব ঘৰ!

ব’হাগ মাহত দান কৰক এইবোৰ বস্তু, ধনেৰে উপচি পৰিব ঘৰ!

6 hours ago
কৰ্মচাৰীয়ে চাকৰি এৰাৰ ২ দিনৰ ভিতৰতে পাব সম্পূৰ্ণ দৰমহা! আহিছে নতুন নিয়ম

কৰ্মচাৰীয়ে চাকৰি এৰাৰ ২ দিনৰ ভিতৰতে পাব সম্পূৰ্ণ দৰমহা! আহিছে নতুন নিয়ম

6 hours ago
তেল নোহোৱাকৈ জ্বলি থাকে এগছি বন্তি, এই মন্দিটোত গ’লে পূৰণ হয় ভক্তৰ মনোকামনা!

তেল নোহোৱাকৈ জ্বলি থাকে এগছি বন্তি, এই মন্দিটোত গ’লে পূৰণ হয় ভক্তৰ মনোকামনা!

6 hours ago
৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ বাবেই মাহ-হালধিৰ গোন্ধ গ’ল কি নগ’ল অঞ্জু হেৰাই গ’ল চিৰদিনৰ বাবে…

editor by editor
February 1, 2023
in অপৰাধ, অসম, জীৱনশৈলী
0
যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ বাবেই মাহ-হালধিৰ গোন্ধ গ’ল কি নগ’ল অঞ্জু হেৰাই গ’ল চিৰদিনৰ বাবে…
0
SHARES
324
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিবাহৰ মাত্ৰ ছমাহ হৈছিল৷ ছমাহতেই আৰম্ভ হৈছিল ন বোৱাৰীৰ ওপৰত শাৰীৰিক-মানসিক অত্যাচাৰ৷ আঢ্যৱন্ত পৰিয়াললৈ বিয়া হৈ অঞ্জুৱে পাইছিল কেৱল মাত্ৰ আতিশায্য৷ স্বামী পৰিয়ালে যৌতুক বিচাৰি প্ৰায়ে অতিশায্য চলাইছিল অঞ্জু নামৰ বোৱাৰীগৰাকীৰ ওপৰত।

পিতৃগৃহই পাৰ্যমানে পূৰণ কৰিছিল যৌতুকৰ দাবী। দুটা কিস্তিত আদায় দিছিল ৫০ হাজাৰ টকা। কিন্তু তাৰ পিছতো কমা নাছিল অত্যাচাৰ। অৱশেষত বাহিৰৰ পৰা তলা লগোৱা এটা কোঠাৰ ভিতৰত চিপ লোৱা অৱস্থাত ৰহস্যজনকভাৱে উদ্ধাৰ হ’ল বোৱাৰীগৰাকীৰ মৃতদেহ। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে পাঠশালাৰ সমীপৰ কেন্দুগুৰিত।

উল্লেখ্য যে, বিগত ৫ জুলাইত বজালী মহকুমাৰ ভোটান্ত মহিতৰা গাঁৱৰ অশ্বিনী মেধি আৰু বিনু মেধিৰ একমাত্র কন্যা অঞ্জু মেধিৰ সামাজিক ৰীতি-নীতিৰে বিবাহ সম্পন্ন হৈছিল পাঠশালাৰ সমীপৰ কেন্দুগুৰি নিবাসী সৌৰভ পাটগিৰিৰ সৈতে। কিন্তু বিয়াৰ পিছতে স্বামী আৰু পৰিয়ালে অঞ্জুৰ ওপৰত যৌতুক বিচাৰি অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হয়।আনহাতে শেহতীয়াকৈ সৰস্বতী পূজাৰ দিনা সৰস্বতী পূজালৈ একেলগে যাবলৈ অঞ্জুৱে খুৰাকৰ ছোৱালী জিণ্টি মেধিক স্বামীগৃহলৈ মাতি পঠিয়ায়।

দিনৰ প্ৰায় ১১.৩০ বজাত অঞ্জুৰ স্বামীগৃহত উপস্থিত হৈ জিণ্টিয়ে অঞ্জুক বিচৰাত অঞ্জুৰ স্বামী সৌৰভে জিণ্টিক ওপৰ মহলাত থকা কোঠালৈ লৈ যায় আৰু বাহিৰৰ পৰা তলা লগোৱা অৱস্থাত থকা এটা কোঠাৰ তলা সৌৰভে খুলি দিয়াত অঞ্জুক ভিতৰত চিপ লোৱা অৱস্থাত প্রত্যক্ষ কৰে জিণ্টিয়ে। ইয়াৰ পাছতেই সৌৰভ আৰু তেওঁৰ মাতৃয়ে অঞ্জুৰ মৃতদেহ নমাই আনি বিছনাত থয়৷ অঞ্জুৰ পিতৃ আৰু স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হৈ অঞ্জুৰ নিথৰ দেহ প্রত্যক্ষ কৰি পাঠশালা চৰকাৰী চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে অঞ্জুক মৃত বুলি ঘোষণা কৰে।

ইয়াৰ পিচত ঘটনা সন্দৰ্ভত অঞ্জুৰ স্বামী, শাহুৱেক আৰু স্বামীৰ বায়েকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলি মাতৃৰ পৰিয়ালে এজাহাৰ দাখিল কৰে। ২৭ জানুৱাৰীৰ সন্ধিয়া পাঠশালা আৰক্ষীয়ে অঞ্জুৰ স্বামী সৌৰভ আৰু তেওঁৰ মাতৃক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে। ইপিনে অঞ্জুৰ মৃত্যুৰ ৰহস্য উদ্‌ঘাটনৰ বাবে অঞ্জুৰ পৰিয়ালে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে। বিয়াৰ মাত্ৰ ৬ মাহ পিছতে অঞ্জুৰ এনে ৰহস্যজনক মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোতে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চুম্বনে মাতিব বিপদ! এটা চুম্বন আৰু ৩ গুণ মগজুৰ ৰোগৰ আশংকা, জনালে চিকিৎসকে
স্বাস্থ্য

চুম্বনে মাতিব বিপদ! এটা চুম্বন আৰু ৩ গুণ মগজুৰ ৰোগৰ আশংকা, জনালে চিকিৎসকে

April 4, 2026
হাতত ক’লা সূতা বান্ধিছে নেকি? সফলতা পাবলৈ পালন কৰক সঠিক নিয়ম
জীৱনশৈলী

হাতত ক’লা সূতা বান্ধিছে নেকি? সফলতা পাবলৈ পালন কৰক সঠিক নিয়ম

April 4, 2026
কেতিয়া বৃদ্ধি পাব DA? অষ্টম দৰমহা আয়োগ সন্দৰ্ভত আটাইতকৈ ডাঙৰ আপডেট
বাণিজ্য

কেতিয়া বৃদ্ধি পাব DA? অষ্টম দৰমহা আয়োগ সন্দৰ্ভত আটাইতকৈ ডাঙৰ আপডেট

April 4, 2026
নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক লং, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!
জীৱনশৈলী

নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক লং, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

April 4, 2026
Next Post
‘জান ফোন কৰোনে, লাভ ইউ জান…’ শিক্ষকে ছাত্ৰীক উদ্দেশ্যি দিলে অশালীন মেছেজ, তাৰপাছত…

‘জান ফোন কৰোনে, লাভ ইউ জান...’ শিক্ষকে ছাত্ৰীক উদ্দেশ্যি দিলে অশালীন মেছেজ, তাৰপাছত...

যোগাযোগ নকৰাকৈয়ে দিলে দায়িত্বভাৰ! অসম সাহিত্য সভাৰ কাণ্ডজ্ঞানহীনতাৰ কথা ৰাজহুৱা কৰিলে সাহিত্যিক ৰীতা চৌধুৰীয়ে…

যোগাযোগ নকৰাকৈয়ে দিলে দায়িত্বভাৰ! অসম সাহিত্য সভাৰ কাণ্ডজ্ঞানহীনতাৰ কথা ৰাজহুৱা কৰিলে সাহিত্যিক ৰীতা চৌধুৰীয়ে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.