• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিৰ্মলা সীতাৰমণৰ ৰেল বাজেটৰ চাৰিগুণৰো অধিক হ’ব ক্ষতিৰ পৰিমান! ১০ দিনত আদানীয়ে হেৰুৱাইছে ৯লাখ ৭৩ হাজাৰ ৪০১ কোটি টকা

নিৰ্মলা সীতাৰমণৰ ৰেল বাজেটৰ চাৰিগুণৰো অধিক হ’ব ক্ষতিৰ পৰিমান! ১০ দিনত আদানীয়ে হেৰুৱাইছে ৯লাখ ৭৩ হাজাৰ ৪০১ কোটি টকা

4 years ago
ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

3 hours ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

3 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

সোণে দেখুৱাইছে যাদু, এমাহত ইমান পৰিৱৰ্তন হোৱাৰ কাৰণ কি?

3 hours ago
SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

4 hours ago
PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

4 hours ago
কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

5 hours ago
আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

6 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

২২ আগষ্ট ২০২৬ৰ দিনটো কেনে যাব আপোনাৰ? জানক শুভ ৰং, শুভ সংখ্যা

7 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

ভুলতো মাহেকীয়াত নাখাব এইবোৰ বস্তু, বাঢ়িব পেটৰ বিষ!

7 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কাইলৈৰ পৰা বুধে সলাব গতি, সলনি হ’ব ৬ ৰাশিৰ ভাগ্য!

8 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

মাহেকীয়া পলম হোৱাৰ সমস্যা, সহজে নল’ব এইবোৰ লক্ষণ!

8 hours ago
ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

নিৰ্মলা সীতাৰমণৰ ৰেল বাজেটৰ চাৰিগুণৰো অধিক হ’ব ক্ষতিৰ পৰিমান! ১০ দিনত আদানীয়ে হেৰুৱাইছে ৯লাখ ৭৩ হাজাৰ ৪০১ কোটি টকা

editor by editor
February 4, 2023
in বাণিজ্য, ভাৰত
0
নিৰ্মলা সীতাৰমণৰ ৰেল বাজেটৰ চাৰিগুণৰো অধিক হ’ব ক্ষতিৰ পৰিমান! ১০ দিনত আদানীয়ে হেৰুৱাইছে ৯লাখ ৭৩ হাজাৰ ৪০১ কোটি টকা
0
SHARES
83
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আমেৰিকাৰ শ্বেয়াৰ সংক্ৰান্তীয় গৱেষক সংস্থা ‘হিণ্ডেনবাৰ্গ’ এ দিয়া ৰিপৰ্টৰ পাছতেই বেয়া দিন চলিছে আদানীৰ৷ ১০ দিনত আদানীয়ে মুঠ ১১ হাজাৰ ৮০০ কোটি ডলাৰ হেৰুৱাইছে আদানীয়ে৷ ভাৰতীয় মূদ্ৰাত এই ধনৰ পৰিমান হ’ব ৯লাখ ৭৩ হাজাৰ ৪০১ কোটি টকা৷ বাণিজ্য তথা অৰ্থনীতি বিষয়ক ওৱেবচাইট ‘ফৰচুন’ৰ প্ৰতিবেদন অনুযায়ী হিণ্ডেনবাৰ্গৰ ৰিপৰ্ট অহাৰ আগতে আদানী গোষ্ঠীৰ মুঠ সম্পত্তিৰ পৰিমান আছিল ২১ হাজাৰ ৭০০ কোটি ডলাৰ৷ ১০ দিনত এই সম্পত্তিৰ পৰিমান হৈছেগৈ ৯ হাজাৰ ৯০০ কোটি ডলাৰ৷

অৰ্থাৎ ১০ দিনত আদানীৰ মুঠ সম্পত্তিৰ ৫০ শতাংশতকৈয়ো অধিক সম্পত্তিৰ লোকচান হৈছে৷ ইয়াৰ লগে লগেই আদানীয়ে এছিয়াৰ আটাইতকৈ ধনী ব্যক্তিৰ নামৰ তালিকাৰ পৰাও বাদ পৰিছে৷ হিণ্ডেনবাৰ্গৰ ৰিপৰ্টৰ পাছতেই এই পতন আৰম্ভ হৈছে গৌতম আদানীৰ৷ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাৰ পৰা ২২ নম্বৰ স্থানলৈ আহিছে গৌতম আদানী৷ বৃহস্পতিবাৰ পৰ্যন্ত আদানীয়ে এই ঝনী ব্যক্তিৰ তালিকাত ১৬ নম্বৰ স্থানত আছিল৷ হিণ্ডেনবাৰ্গৰ ৰিপৰ্টৰ পাছতেই আদানীৰ ১০ টা সংস্থাৰ শ্বেয়াৰ মাৰ্কেট হোৰাহোৰে নামিছে৷ কোনো সংস্থাৰ যদি ১৭ শতাংশ পতন হৈছে কোনো সংস্থাৰ পতন হৈছে ৫১ শতাংশ৷ বুধবাৰে দাখিল কৰা কেন্দ্ৰীয় বাজেটত এএফপিও বাতিল হৈছে আদানী গোষ্ঠীৰ৷

১ ফেব্ৰুৱাৰী পৰ্যন্ত ‘আদানী এণ্টাৰপ্ৰাইজ’ৰ শ্বেয়াৰৰ দাম আছিল ৩৮ শতাংশ৷ ক্ষতিৰ পৰিমান আছিল প্ৰায় ৪ লাখ কোটি৷ ‘আদানী ট্ৰান্সমিছন’ ত ক্ষতিৰ নিৰিখ আছিল তৃতীয় স্থানত৷ বিগত ৯ দিনত শ্বেয়াৰৰ দাম ৩৭ শতাংশ কমিছে বুলি এটা সংস্থাই দাবী কৰিছে৷ ‘আদানী গ্ৰীণ এনাৰ্জীৰ ক্ষতি হৈছে প্ৰায় ৪০ শতাংশ৷ ৯ দিনত আদানী পোৰ্টছ এণ্ড ছেজৰ শ্বেয়াৰত ক্ষতি হৈছে ৩৫ শতাংশ৷ আদানী পাৱাৰৰ ক্ষতিৰ পৰিমান ১ লাখ কোটিৰো অধিক৷ অম্বুজা চিমেণ্টৰ ক্ষতিৰ পৰিমান ৩৩ শতাংশ৷ আদানী উইলমাৰৰ শ্বেয়াৰ মাৰ্কেটত পতন হৈছে ২৩ শতাংশ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক
বাণিজ্য

সোণে দেখুৱাইছে যাদু, এমাহত ইমান পৰিৱৰ্তন হোৱাৰ কাৰণ কি?

August 21, 2026
SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!
বাণিজ্য

SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

August 21, 2026
PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?
বাণিজ্য

PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

August 21, 2026
আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!
বাণিজ্য

আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

August 21, 2026
Next Post
‘ইমানদিনে চৰকাৰ ক’ত শুই আছিল?’ বাল্য বিবাহ বিৰোধী অভিযানক লৈ ৰিপুণ বৰাৰ ক্ষোভ

‘ইমানদিনে চৰকাৰ ক’ত শুই আছিল?’ বাল্য বিবাহ বিৰোধী অভিযানক লৈ ৰিপুণ বৰাৰ ক্ষোভ

কোন জিলাত নতুনকৈ কিমান স্বামী আটক? আহি গ’ল নতুন তালিকা…

কোন জিলাত নতুনকৈ কিমান স্বামী আটক? আহি গ’ল নতুন তালিকা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.