• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগন্তুক ৫ বছৰত উত্তৰ-পূর্বাঞ্চলত ভয়াৱহ ৰূপ ল’ব কর্কট ৰোগে

আগন্তুক ৫ বছৰত উত্তৰ-পূর্বাঞ্চলত ভয়াৱহ ৰূপ ল’ব কর্কট ৰোগে

6 years ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

40 minutes ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

1 hour ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

3 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

4 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

5 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

5 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

6 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

7 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

8 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ, আছে শুভ যোগ!

9 hours ago
হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

9 hours ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

ইলাচিয়ে জাগ্ৰত কৰিব কামনা! নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক এইদৰে

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

আগন্তুক ৫ বছৰত উত্তৰ-পূর্বাঞ্চলত ভয়াৱহ ৰূপ ল’ব কর্কট ৰোগে

ICMRৰ উদ্বেগজনক তথ্য

editor by editor
August 19, 2020
in স্বাস্থ্য
0
আগন্তুক ৫ বছৰত উত্তৰ-পূর্বাঞ্চলত ভয়াৱহ ৰূপ ল’ব কর্কট ৰোগে
0
SHARES
32.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ক্ৰমান্বয়ে সমগ্ৰ দেশত ভয়াৱহ ৰূপ লৈছে কর্কট ৰোগে। সম্প্ৰতি ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিচার্ছ (ICMR)ৰ প্ৰকাশিত তথ্য অনুসৰি আগন্তুক ৫ বছৰত ভাৰতত কর্কট ৰোগৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব ১২ শতাংশলৈ। ২০২৫ চনৰ ভিতৰত দেশৰ প্ৰায় ১৫ লাখ মানুহ আক্ৰান্ত হ’ব বিভিন্ন ধৰণৰ কর্কট ৰোগত। ২০২০ বর্ষত কর্কট ৰোগত আক্ৰান্তৰ সংখ্যা ১৩.৯ লাখ। ICMRৰ ৰিপোর্টত প্ৰকাশ কৰা আন এক তথ্য অনুসৰি ভৱিষ্যতে ভাৰতত ধপাতজাতীয় দ্ৰব্য সেৱন কৰাৰ ফলত কর্কট ৰোগত আক্ৰান্ত হ’ব প্ৰায় ২৭.১ শতাংশ লোক। সর্বাধিক আক্ৰান্ত হ’ব উত্তৰ-পূবৰ লোকসকল। গেষ্ট্ৰ’টেন্সিনাল আৰু ষ্ট’ন কেন্সাৰৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব। পুৰুষসকলৰ ভিতৰত হাওঁফাওঁ, মুখ, পাকস্থলী আৰু খাদ্যনলীৰ কেন্সাৰ বৃদ্ধি পাব। মঙলবাৰে ICMR আৰু নেচনেল চেণ্টাৰ ফৰ ডিজিজ ইনফ’ৰমেটিকচ এণ্ড ৰিছার্চৰ পৰা প্ৰকাশ হৈছে নেচনেল কেন্সাৰ ৰেজিষ্ট্ৰি প্ৰ’গ্ৰেম ৰিপোর্ট-২০২০। ২০২০ চনৰ কর্কট ৰোগৰ সংক্ৰমণ, মৃত্যুৰ সংখ্যা আৰু ভাৰতত চিকিৎসা পদ্ধতিৰ বিভিন্ন তথ্য প্ৰকাশ পাইছে এই ৰিপোর্টত। উল্লেখযোগ্য যে ২০২০ চনত ৬,৭৯,৪২১ জন পুৰুষৰ শৰীৰত কর্কট ৰোগ পোৱা গৈছে আৰু ২০২৫ চনলৈ এই সংখ্যা ৭,৬৩,৫৭৫ লৈকে বৃদ্ধি পোৱাৰ  আশংকা কৰিছে। আনফালে ২০২০ বর্ষত ৭,১২,৭৫৮ গৰাকী মহিলাৰ দেহত কর্কট ৰোগ ধৰা পৰিছে। ২০২৫ চনলৈ এই সংখ্যা ৮,০৬,২১৮লৈকে বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। ভাৰতত কর্কট ৰোগৰ চিকিৎসা প্ৰধানতঃ অস্ত্ৰোপচাৰ, কেমো থেৰাপি আৰু ৰেডিয়েচন থেৰাপিৰ ওপৰত নির্ভৰশীল। এই তিনি পদ্ধতি পদ্ধতি ব্যৱহাৰ কৰি ষ্ট’ন, মগজু আৰু হাড়ৰ কেন্সাৰৰ চিকিৎসা কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24cancer in north eastICMRnorth-east
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?
জীৱনশৈলী

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

July 21, 2026
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ
জীৱনশৈলী

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

July 21, 2026
হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ
জীৱনশৈলী

হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

July 21, 2026
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!
জীৱনশৈলী

ইলাচিয়ে জাগ্ৰত কৰিব কামনা! নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক এইদৰে

July 21, 2026
Next Post
বিদেশত নহয়, জন্মভূমি ভাৰতত হ’ব যশৰাজৰ শেষকৃত্য

বিদেশত নহয়, জন্মভূমি ভাৰতত হ’ব যশৰাজৰ শেষকৃত্য

ছাত্ৰ সংগঠনৰ বিকল্প ৰাজনৈতিক চিন্তা-চর্চা

ছাত্ৰ সংগঠনৰ বিকল্প ৰাজনৈতিক চিন্তা-চর্চা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.