• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছাত্ৰ সংগঠনৰ বিকল্প ৰাজনৈতিক চিন্তা-চর্চা

ছাত্ৰ সংগঠনৰ বিকল্প ৰাজনৈতিক চিন্তা-চর্চা

6 years ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

2 hours ago
মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ

মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ

2 hours ago
বিশ্বৰ আটাইতকৈ ধনী ফুটবল প্ৰশিক্ষক ৰুনীৰ সম্পত্তিৰ পৰিমান কিমান জানেনে?

বিশ্বৰ আটাইতকৈ ধনী ফুটবল প্ৰশিক্ষক ৰুনীৰ সম্পত্তিৰ পৰিমান কিমান জানেনে?

3 hours ago
কেতিয়া আহিব ‘মুন্নাভাই-৩’? আৰ্শ্বাদ ৱাৰ্ছীয়ে দিলে ইংগিত

কেতিয়া আহিব ‘মুন্নাভাই-৩’? আৰ্শ্বাদ ৱাৰ্ছীয়ে দিলে ইংগিত

3 hours ago
বাক্সাৰ জিলাৰ ২ ভণ্ড শিক্ষকৰ কু-কাণ্ড! অষ্টম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন কৰি ভিডিঅ’ প্ৰস্তুত

বাক্সাৰ জিলাৰ ২ ভণ্ড শিক্ষকৰ কু-কাণ্ড! অষ্টম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন কৰি ভিডিঅ’ প্ৰস্তুত

4 hours ago
নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!

নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!

4 hours ago
পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ

পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ

5 hours ago
দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

6 hours ago
প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

7 hours ago
অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

9 hours ago
আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

10 hours ago
আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ছাত্ৰ সংগঠনৰ বিকল্প ৰাজনৈতিক চিন্তা-চর্চা

AASU-AJYCPৰ যৌথ সংবাদমেল

editor by editor
August 19, 2020
in অসম, ৰাজনীতি
0
ছাত্ৰ সংগঠনৰ বিকল্প ৰাজনৈতিক চিন্তা-চর্চা
0
SHARES
80
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ গুৱাহাটীত আছু-যুৱ ছাত্ৰ পৰিষদৰ যৌথ সংবাদমেল। ৰাজনৈতিক দল গঠনৰ প্ৰাৰম্ভিক কুচকাৱাজ আৰম্ভ কৰিছে ছাত্ৰ সংগঠন দুটাই। গ্ৰহণ কৰিছে অসম পৰামৰ্শদাতা সমিতি গঠনৰ সিদ্ধান্ত। বিকল্প ৰাজনৈতিক দলৰ ক্ষেত্ৰত পৰামৰ্শ দিব সমিতিয়ে। সমিতিৰ উপদেষ্টাৰ দায়িত্বত আছে ড° নগেন শইকীয়া, ড° অৰূপ কুমাৰ দত্ত, মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰী, জাহ্নু বৰুৱা, বসন্ত ডেকা, ধীৰেন শইকীয়া, আলি হাইদৰ লস্কৰ, ৰাণা চাংমাই, সঞ্জয় কুমাৰ তাঁতি, পৃথীৰাজ ৰাভা, সূৰ্য থাওচেং, হুছেইন আহমেদ লস্কৰ, প্ৰণৱজ্যোতি শইকীয়া আদি। প্ৰাৰম্ভিক সমন্বয়কৰ দায়িত্বত আছে লুৰিণজ্যোতি গগৈ-পলাশ চাংমাই। এই বিশিষ্ট ব্যক্তিসকলৰ পৰামর্শত ভৱিষ্যত কার্যপন্থা গ্ৰহণ কৰিব AASU-AJYCPয়ে। চৰকাৰক সমালোচনা কৰি AJYCPৰ পৰাশ চাংমায়ে কয়- ‘অসমৰ জাতীয় সমস্যা সমাধানৰ পৰিৱর্তে চৰকাৰসমূহে সমস্যা বঢ়াবলৈহে চেষ্টা কৰিছে। ক’ৰোনা সংক্ৰমণ অব্যাহত থকাৰ বাবে মার্চত জাতীয় অভিৱর্তন অনুষ্ঠিত কৰিব পৰা নগ’ল বুলি সংবাদমেলত আছুৰ সম্পাদক লুৰীণজ্যোতি গগৈয়ে কয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AASUajycpasom live 24assam live 24axom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ
ৰাজনীতি

পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ

September 5, 2026
প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!
অসম

প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

September 5, 2026
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন
অসম

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

September 4, 2026
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!
অসম

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

September 4, 2026
Next Post
হত্যাৰ পৰিকল্পনা ছলমান খানক

হত্যাৰ পৰিকল্পনা ছলমান খানক

ছহিদ ছেমৰ মাতৃয়ে হেৰুৱাইছে মানসিক ভাৰসাম্য

ছহিদ ছেমৰ মাতৃয়ে হেৰুৱাইছে মানসিক ভাৰসাম্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.