• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হত্যাৰ পৰিকল্পনা ছলমান খানক

হত্যাৰ পৰিকল্পনা ছলমান খানক

6 years ago
গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

12 hours ago
BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

13 hours ago
মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

13 hours ago
ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

14 hours ago
সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!

সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!

15 hours ago
বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

16 hours ago
সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

17 hours ago
চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

18 hours ago
‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

19 hours ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

19 hours ago
১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

20 hours ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

হত্যাৰ পৰিকল্পনা ছলমান খানক

গ্ৰেপ্তাৰ কুখ্যাত গেংষ্টাৰৰ সদস্য

editor by editor
August 19, 2020
in অপৰাধ, চিনেমা, ভাৰত
0
হত্যাৰ পৰিকল্পনা ছলমান খানক
0
SHARES
149
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ কুখ্যাত গেংষ্টাৰ লৰেন্স বিষ্ণু দলৰ এজন চার্প শ্বুটাৰ আৰক্ষীৰ জালত পৰিছে। উত্তৰাখণ্ডৰ পৰা আৰক্ষীয়ে বন্দুকধাৰী গেংষ্টাৰ সদস্যজনক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য এই চার্প শ্বুটাৰজনে কিছুদিন ধৰি বলীউড তাৰকা চলমান খানক হত্যাৰ পৰিকল্পনা কৰিছিল। ২৭ বছৰীয়া এই চার্প শ্বুটাৰজনৰ নাম ৰাহু ওৰফে চাংগা ওৰফে বাবা ওৰফে ছুন্নী। বিগত ১৫ আগষ্টত উত্তৰাখণ্ডৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰাহুলক। উত্তৰ প্ৰদেশৰ ফৰিদাবাদৰ বাসিন্দা প্ৰবীণ নামৰ এজন লোকক হত্যাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হয় ৰাহুলক। বিগত ২৪ জুনত প্ৰবীণক হত্যা কৰিছিল ৰাহুলে। ৰাহুলক জেৰা কৰি আৰক্ষীয়ে লাভ কৰিছে চাঞ্চল্যকৰ তথ্য। বহুদিন ধৰি বলিউড তাৰকা চলমান খানক হত্যাৰ ষড়যন্ত্ৰ কৰিছিল এই ৰাহুলে। গেংষ্টাৰ লৰেঞ্চ বিষ্ণুৰ নির্দেশত চলমান খানক হত্যাৰ পৰিকল্পনা কৰিছিল বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে ৰাহুলে। আনকি লৰেঞ্চ বিষ্ণুৰ কথা মতে মুম্বাইলৈ গৈ চলমান খানৰ বাসগৃহৰ আশে-পাশে থকা সকলো স্থান চাই আহিছিল ৰাহুলে। বর্তমান লৰেঞ্চ ৰাজস্থানৰ এখন জেলত বন্দী। লৰেঞ্চ বিষ্ণু আৰু এই চক্ৰৰ আন এজন সদস্য সম্পত মেহেৰাৰ কথা মতে ৰাহুলে চলমানক হত্যাৰ পৰিকল্পনা কৰিছিল। ইয়াৰ পূর্বে ২০১৮ চনৰ জুন মাহত সম্পত মেহেৰাই চলমান খানক হত্যাৰ চেষ্টা কৰি গ্ৰেপ্তাৰ হৈছিল। লৰেঞ্চ বিষ্ণু বিষ্ণু সম্প্ৰদায়ৰ এজন সদস্য। এই বিষ্ণু সম্প্ৰদায়ে কৃষ্ণষাড় হৰিণ সংৰক্ষণ কৰে। চলমান খানে ৰাজস্থানৰ যোধপুৰত দুটা কৃষ্ণষাড় হৰিণ হত্যা কৰিছিল। সেই কাৰণে লৰেঞ্চ বিষ্ণুৱে চলমান খানক হত্যাৰ চেষ্টা কৰিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে জনাইছে চলিত বছৰৰ জানুৱাৰী মাহত বান্দ্ৰাৰ চলমানৰ বাসগৃৰ সকলো তথ্য লৰেঞ্চ বিষ্ণুক জনাইছিল ৰাহুলে। অৱশ্যে তাৰ পাছতে ক’ৰোনা মহামাৰীৰ বাবে চলমানক হত্যাৰ পৰিকল্পনা ৰুদ্ধ হৈ পৰে গেংষ্টাৰ ৰাহুলৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Bollywood industrySalman KhanSALMAN MURDER PLANNING
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!
বিনোদন

‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

May 1, 2026
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত
ভাৰত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

May 1, 2026
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা
ভাৰত

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

April 30, 2026
প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ
ভাৰত

প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

April 29, 2026
Next Post
ছহিদ ছেমৰ মাতৃয়ে হেৰুৱাইছে মানসিক ভাৰসাম্য

ছহিদ ছেমৰ মাতৃয়ে হেৰুৱাইছে মানসিক ভাৰসাম্য

হিয়া-মন সকলো উজাৰি ৰাইজে ধুইছে যতীনক

হিয়া-মন সকলো উজাৰি ৰাইজে ধুইছে যতীনক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.