• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এয়াই ভাৰতীয় সংস্কৃতি! ধ্বংসস্তুপৰ পৰা তুৰ্কী মহিলাক উদ্ধাৰ ভাৰতীয় জোৱানৰ, কৃতজ্ঞতাত ভাৰতীয় জোৱানক আঁকি দিছে চেনেহ চুম্বন, ভাইৰেল ছবি…

এয়াই ভাৰতীয় সংস্কৃতি! ধ্বংসস্তুপৰ পৰা তুৰ্কী মহিলাক উদ্ধাৰ ভাৰতীয় জোৱানৰ, কৃতজ্ঞতাত ভাৰতীয় জোৱানক আঁকি দিছে চেনেহ চুম্বন, ভাইৰেল ছবি…

4 years ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

5 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

6 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

6 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

6 hours ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

7 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

১০ লাখৰ FD নে ১০ হাজাৰৰ RD? ১০ বছৰৰ পিছত কোনে বেছি ৰিটাৰ্ণ পাব জানক

7 hours ago
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

9 hours ago
UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

10 hours ago
Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

10 hours ago
social media

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

11 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল  নতুন ঘৰৰ মালিকনী!

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল নতুন ঘৰৰ মালিকনী!

12 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

এয়াই ভাৰতীয় সংস্কৃতি! ধ্বংসস্তুপৰ পৰা তুৰ্কী মহিলাক উদ্ধাৰ ভাৰতীয় জোৱানৰ, কৃতজ্ঞতাত ভাৰতীয় জোৱানক আঁকি দিছে চেনেহ চুম্বন, ভাইৰেল ছবি…

editor by editor
February 10, 2023
in বিশ্ব, ভাৰত
0
এয়াই ভাৰতীয় সংস্কৃতি! ধ্বংসস্তুপৰ পৰা তুৰ্কী মহিলাক উদ্ধাৰ ভাৰতীয় জোৱানৰ, কৃতজ্ঞতাত ভাৰতীয় জোৱানক আঁকি দিছে চেনেহ চুম্বন, ভাইৰেল ছবি…
0
SHARES
318
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ তুৰস্কৰ ভয়াৱহ ভূমিকম্পৰ পাছতেই উদ্ধাৰকাৰ্যত সহায় কৰিবলৈ তুৰস্কত উপস্থিত হৈছে ভাৰতৰ দলো৷ অপাৰেছন দোস্তৰ মাধ্যমেৰে ১০১ জনীয়া উদ্ধাৰকাৰী দল তুৰস্কলৈ প্ৰেৰণ কৰিছে ভাৰত চৰকাৰে৷ ভাৰতীয় সেনাই ইতিমধ্যেই বহুকেইগৰাকীক উদ্ধাৰো কৰিছে৷ তাৰেই এটি ছবি ইতিমধ্যে নিজা টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰিছে ইণ্ডিয়ান আৰ্মীয়ে৷ ছবিখন ভাইৰেল হৈ পৰা মাত্ৰকেই সকলোৱে ভাৰতীয় জোৱানৰ প্ৰশংসাও কৰা দেখা গৈছে৷

তুৰস্কলৈ পঠোৱা উদ্ধাৰকাৰী দলত আছে মহিলা জোৱানো৷ ছবিখনত থকা অনুযায়ী এগৰাকী মহিলা জোৱানক এগৰাকী তুৰ্কী মহিলাই সাবটি ধৰিছে৷ আঁকি দিছে চেনেহ চুম্বনো৷ ছবিখন দেখা মাত্ৰকেই নেটিজেনে লিখিছে, ‘যুদ্ধ নহয়, বিপদৰ সময়ত যিকোনো দেশৰ মানুহক সাহায্যৰ হাত আগবঢ়োৱাটো ভাৰতীয় সেনাৰ মহানুভৱতা৷ আপোনাক ছ্যেলুট৷’

উল্লেখ্য যে, কেৱল সেনাই নহয়, ভাৰত চৰকাৰে বিপদত পৰা তুৰস্কলৈ পঠিয়াই ঔষধো৷ সহায়ৰ বাবে চিকিৎসকৰ দলো প্ৰেৰণ কৰা হৈছে তুৰস্কলৈ৷ প্ৰতিকুল পৰিবেশতো ভাৰতীয় সেনাই উদ্ধাৰৰ চেষ্টা অব্যহত ৰাখিছে বুলি ইণ্ডিয়ান আৰ্মীৰ অফিচিয়েল ৱেবচাইটত প্ৰকাশ কৰা পৰিলক্ষিত হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা
বিনোদন

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

September 12, 2026
ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?
প্ৰযুক্তি

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

September 12, 2026
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?
ভাৰত

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

September 12, 2026
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক
ভাৰত

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

September 12, 2026
Next Post
পাঠান সফল! মুম্বাইৰ অভিজাত এলেকাত ঘৰ ক্ৰয় শ্বাহৰুখৰ মেনেজাৰৰো…

পাঠান সফল! মুম্বাইৰ অভিজাত এলেকাত ঘৰ ক্ৰয় শ্বাহৰুখৰ মেনেজাৰৰো...

‘কাৰাগাৰলৈ যাবলৈ প্ৰস্তুত হৈছো’…আকৌ কাৰাগাৰলৈ অখিল গগৈ!

'কাৰাগাৰলৈ যাবলৈ প্ৰস্তুত হৈছো’...আকৌ কাৰাগাৰলৈ অখিল গগৈ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.