• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিকিৎসকৰ টুইট, সাৱধান হওক! স্মাৰ্টফোন ব্যৱহাৰ কৰিয়েই দৃষ্টিহীন হৈ পৰিল এগৰাকী মহিলা

3 years ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

11 hours ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

12 hours ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

13 hours ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

14 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

15 hours ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

চিকিৎসকৰ টুইট, সাৱধান হওক! স্মাৰ্টফোন ব্যৱহাৰ কৰিয়েই দৃষ্টিহীন হৈ পৰিল এগৰাকী মহিলা

editor by editor
February 14, 2023
in ভাৰত, স্বাস্থ্য
0
চিকিৎসকৰ টুইট, সাৱধান হওক! স্মাৰ্টফোন ব্যৱহাৰ কৰিয়েই দৃষ্টিহীন হৈ পৰিল এগৰাকী মহিলা
0
SHARES
3.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ৪ঃ অতিৰিক্তভাৱে স্মাৰ্টফোন ব্যৱহাৰ কৰিয়েই অন্ধ হৈ পৰিল এগৰাকী যুৱতী৷ স্মাৰ্টফোন অত্যাধিক মাত্ৰাত ব্যৱহাৰ কৰিয়েই অন্ধ হৈ পৰিছে হায়দৰাবাদৰ যুৱতীগৰাকী৷ এই ভয়ংকৰ কাণ্ডৰ কথা প্ৰকাশ কৰিছে চকু বিশেষজ্ঞ ডাঃ সুধীৰ কুমাৰে৷ চিকিৎকৰ এই টুইট ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত৷ ৩০ বছৰীয়া মঞ্জু নামৰ মহিলাগৰাকী কেইবাবছৰ ধৰি মোবাইল ফোনত আসক্ত হৈ পৰিছিল৷ দিন-ৰাতিৰ প্ৰায় প্ৰতিসময়তে ভাৰ্চুৱেল পৃথিৱীতেই বিচৰণ কৰি আছিল মঞ্জুৱে৷ আনকি বাথৰুমত থকাৰ সময়ছোৱাতো ফোনতেই আসক্ত হৈ আছিল মঞ্জু৷

দিনটোৰ বেছিভাগ সময়ে ফোনটোত ব্যস্ত হৈ থকা মঞ্জুৱে পাছলৈ চকুত অস্বস্তি অনুভৱ কৰিবলৈ আৰম্ভ কৰে৷ মাজে মাজে সকলো বস্তুৱেই জিলমিলকৈ দেখে৷ এনেকৈ লাহে লাহে এই অসুবিধা বাঢ়ি গৈ এসময়ত প্ৰায় নেদেখাই হৈ পৰে মঞ্জুৱে৷ লগে লগেই মঞ্জুৱে চকু বিশেষজ্ঞ সুধীৰ কুমাৰৰ কাষ চাপে৷ চিকিৎসকগৰাকীয়ে মঞ্জুৰ অসুখৰ কথা টুইটাৰত শ্বেয়াৰ কৰি লিখিছে যে তেওঁ মঞ্জুক কোনো ঔষধ নিদিলে৷ তাৰ পৰিবৰ্তে স্মাৰ্টফোনৰ ব্যৱহাৰ কমাবলৈ নিৰ্দেশ দিয়ে চিকিৎসকগৰাকীয়ে৷ যদি স্মাৰ্টফোনৰ ব্যৱহাৰ কমাই আনে তেতিয়াহে তেওঁ সুস্থ হৈ উঠাৰ সম্ভাৱনা আছে বুলি চিকিৎসকে প্ৰকাশ কৰে৷

উল্লেখ্য যে প্ৰতিসময়তে ফোনত ব্যস্ত হৈ থকাৰ বাবেই মঞ্জুৰ নাৰ্ভৰ ক্ষতি হৈছে৷ এইধৰণেই যদি ফোন ব্যৱহাৰ কৰি থাকে তেন্তে তেওঁ সম্পূৰ্ণৰূপেই অন্ধ হৈ পৰিব বুলিও প্ৰকাশ কৰিছে চিকিৎসকে৷ ইয়াৰোপৰি চিকিৎসকে কয়, মঞ্জুৰ সৈতেই কেৱল এই ঘটনা হৈছে এনে নহয়৷ অত্যাধিক পৰিমানে ফোন ব্যৱহাৰ কৰিলে প্ৰায়সংখ্যক লোকৰেই এই সমস্যা হ’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

April 11, 2026
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?
জীৱনশৈলী

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

April 11, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
Next Post
কোনটো ব্লাড গ্ৰুপৰ ব্যক্তিৰ ষ্ট্ৰোকৰ আশংকা বেছি? আমেৰিকাৰ গৱেষক সংস্থাই প্ৰকাশ কৰিলে তথ্য

ভেলেণ্টাইন ডে’ৰ দিনাই ধাবাৰ ফ্ৰিজত ওলাল প্ৰেয়সীৰ খণ্ডিত দেহ! কিন্তু কিয় কৰিলে এই হত্যাকাণ্ড?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন