• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাঁহিৰ আঁৰৰ বিষাদ! কোটি কোটি জনতাক হঁহুৱাই থকা কমেডিয়ান কপিল শৰ্মাইয়ো লৈ পেলাইছিল চৰম সিদ্ধান্তৰ পৰিকল্পনা, কিন্তু কিয়? সবিশেষ ক’লে কপিলে…

হাঁহিৰ আঁৰৰ বিষাদ! কোটি কোটি জনতাক হঁহুৱাই থকা কমেডিয়ান কপিল শৰ্মাইয়ো লৈ পেলাইছিল চৰম সিদ্ধান্তৰ পৰিকল্পনা, কিন্তু কিয়? সবিশেষ ক’লে কপিলে…

4 years ago
‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

1 hour ago
কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

2 hours ago
অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

2 hours ago
ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

3 hours ago
অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

4 hours ago
উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

4 hours ago
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

5 hours ago
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

6 hours ago
পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

7 hours ago
ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল

ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল

8 hours ago
চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?

চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?

8 hours ago
ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!

ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

হাঁহিৰ আঁৰৰ বিষাদ! কোটি কোটি জনতাক হঁহুৱাই থকা কমেডিয়ান কপিল শৰ্মাইয়ো লৈ পেলাইছিল চৰম সিদ্ধান্তৰ পৰিকল্পনা, কিন্তু কিয়? সবিশেষ ক’লে কপিলে…

editor by editor
March 12, 2023
in চিনেমা, জীৱনশৈলী, ভাৰত
0
হাঁহিৰ আঁৰৰ বিষাদ! কোটি কোটি জনতাক হঁহুৱাই থকা কমেডিয়ান কপিল শৰ্মাইয়ো লৈ পেলাইছিল চৰম সিদ্ধান্তৰ পৰিকল্পনা, কিন্তু কিয়? সবিশেষ ক’লে কপিলে…
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কপিল শৰ্মা, যাৰ প্ৰধান পৰিচয়ে এজন কমেডিয়ান। কপিলে কিবা এটা কলেই লাখ লাখ মানুহৰ মুখলৈ হাঁহি এটা উভতি আহে। কপিলৰ মুখতো প্ৰায় প্ৰতি সময়তে থাকে এটি হাঁহি। কিন্তু হাঁহিৰ আঁৰত কপিলে লুকুৱাই ৰাখে মৃত্যু বাসনা। কিয় সকলোকে হঁহুৱাই ভালপোৱা কপিলে কৰিছিল আত্মহত্যাৰ পৰিকল্পনা?

সংবাদ শিৰোনামত এইকেইদিন বিশেষভাৱেই চৰ্চিত হৈছে কমেডিয়ান কপিল শৰ্মা। সদায়ে হাঁহি থকা কপিলেও কঢ়িয়াইছে ইমান বেদনা! কপিলৰ সৈতে প্ৰায় সকলো চেলিব্ৰিটিয়েই সাক্ষাতকাৰত বহে। প্ৰায়সকলেই সাক্ষাতকাৰৰ পাছতেই কয়, ‘এয়া সাক্ষাতকাৰেই নহয় এটা সুমধুৰ সময় কপিলে আমাক দিলে।’ কিন্তু এই সকলোবোৰৰ মাজত কপিলৰ এটা বিশেষ ভিডিঅ’ ক্লিপ ভাইৰেল হৈ পৰিছে। ভাইৰেল ভিডিঅ’টো কপিল শৰ্মাৰ শ্ব’ৰেই। বলীউড চিনেমাত তেওঁ আকৌ এবাৰ অভিনয় কৰিছে। নতুন এখন ছবি অচিৰেই মুক্তি লাভ কৰিব বলীউডত। বিশেষ ছবিখনত এজন ডেলিভাৰী বয়ৰ চৰিত্ৰত অভিনয় কৰিছে কপিলে। ছবিখনৰ প্ৰচাৰত বিশেষভাৱে ব্যস্ত হৈ আছে কপিল।

ইয়াৰ পূৰ্বেও ২০১৭ চনত কপিলৰ এখন ছবি ‘ফিৰংগী’য়ে মুক্তিলাভ কৰিছিল। কিন্তু ছবিখনে দৰ্শকৰ বিশেষ সমাদৰ লাভ কৰিব নোৱাৰিলে। ছবিখন ফ্লপ হোৱাৰ পাছতেই মানসিকভাৱে ভাঙি পৰিছিল কপিল। নিজেই সেই কঠিন সময়ৰ কথা প্ৰকাশ কৰিবলৈ গৈ কপিলে কয়, ‘পৰিচিত মুখ হোৱাৰ বাবে কোটি কোটি মানুহে হয়তো মোক চিনিও পায়। কিন্তু ঘৰলৈ উভতি গ’লেই মই খুব অকলশৰীয়া অনুভৱ কৰো। একাকীত্বই মোক খুলি খুলি খাইছিল। জীৱনত একোৱেই স্থায়ী নহয়। সুখ দুখ সকলোবোৰেই খন্তেকীয়া। সেই সময়ত মোৰ নিজকে শেষ কৰি পেলাবলৈকে মন গৈছিল। মনলৈ বাৰে বাৰে এটা কথাই আহিছিল মোৰ কোনো নাই। দুখ-কষ্ট ভগাই ল’বলৈ কাষত কোনোৱেই নাই। সেই ঠাইৰ পৰা মই আকৌ উঠিছো। মানসিকভাৱে মই শক্তিশালী হৈছো সেই পৰিস্থিতিৰ পাছৰে পৰাই।’

সেই পৰিস্থিতিৰ পৰা ওলাই আহি এইবাৰ কপিলে আকৌ এবাৰ ছবি কৰিছে। পৰিচালক নন্দিতা দাসৰ ছবিত অন্যৰূপত ধৰা দিছে কপিলে। কপিলে অভিনয় কৰা ছবিখন ইতিমধ্যে Toronto International Festival-তো প্ৰদৰ্শন কৰিছে। শেহতীয়াভাৱে ছবিখন ট্ৰেইলাৰো মুকলি হৈছে। অৱশ্যে ছবিখন দৰ্শকে আদৰি ল’বনে সেয়াহে এতিয়া কপিলৰ বাবে মুখ্য বিষয় হৈ পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest News Portal in AssamBest News Portal of AssamBollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা
বিনোদন

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

September 12, 2026
অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব
জীৱনশৈলী

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

September 12, 2026
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?
ভাৰত

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

September 12, 2026
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক
ভাৰত

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

September 12, 2026
Next Post
‘মোৰ স্বামীয়েই বিষ খোৱাই হত্যা কৰিছে সতীশ কৌশিকক’ দিল্লীৰ আৰক্ষী আয়ুক্তলৈ বিস্ফোৰক চিঠি ব্যৱসায়ীৰ পত্নীৰ

'মোৰ স্বামীয়েই বিষ খোৱাই হত্যা কৰিছে সতীশ কৌশিকক’ দিল্লীৰ আৰক্ষী আয়ুক্তলৈ বিস্ফোৰক চিঠি ব্যৱসায়ীৰ পত্নীৰ

সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ভাইৰেল, বাতিল পৰীক্ষা, শিক্ষামন্ত্ৰীয়ে ক’লে, ‘২০০৬ চনত এনেকুৱা ঘটনা সংঘটিত হৈছিল’

সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ভাইৰেল, বাতিল পৰীক্ষা, শিক্ষামন্ত্ৰীয়ে ক’লে, ‘২০০৬ চনত এনেকুৱা ঘটনা সংঘটিত হৈছিল’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.